• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চাণক্য নীতি: যি গুণৰ বাবে পুৰুষৰ প্ৰেমত পৰে মহিলা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 6, 2023 7:15 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিপৰীত লিংগৰ প্ৰাণীক আকৰ্ষণ কৰাটো হৈছে জগতৰ নিয়ম, আৰু ইয়াৰ ফলস্বৰূপেই পৰৱৰ্তী প্ৰজন্মৰ সৃষ্টি। কিন্তু মানুহ সভ্য জীৱ গতিকে এই ক্ষেত্ৰত এই নিয়মৰ কিছু পৰিৱৰ্তন হৈছে। লিংগ বৈষম্য থাকিলেই আকৰ্ষণ দেখা নাযায়। মন, চৰিত্ৰ, গুণ আৰু ব্যৱহাৰৰ ওপৰত ভিত্তি কৰিহে সংগী বাছনি কৰে।

প্ৰাচীন কালত আচাৰ্য চাণক্য ৰাজ্যৰ শাসন ব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা অন্যতম শ্ৰেষ্ঠ কৌশলবিদ আছিল। চাণক্যই পৰামৰ্শ দিয়া কথাবোৰ ইমানেই ফলপ্ৰসূ যে আজিও মানুহে সেইবোৰ জীৱনত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰে।

চাণক্যই সমাজৰ বহু গুৰুত্বপূৰ্ণ বিষয়ৰ কথাও উল্লেখ কৰে। তেওঁ কয়, কোন পদ্ধতিৰে আমি আমাৰ জীৱনটো সুচাৰুৰূপে চলাব পাৰো। চাণক্যৰ নীতি অনুসৰি জীৱন সংগী বাছনি কৰাটো আমাৰ জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু ভুল বুজিলে আমি গোটেই জীৱন অনুশোচনা কৰিম। এই কাৰণেই মহিলা বা পুৰুষে নিজৰ বাবে জীৱন সংগী বিচাৰিলে সকলো দিশতে ভাল এজনক বাছি লোৱাৰ প্ৰয়োজন হয়।

Apply Now

চাণক্যইও তেওঁৰ নীতিত উল্লেখ কৰিছে যে মহিলাসকলে কেনেধৰণৰ জীৱন সংগী আশা কৰে। আমি আপোনালোকক পুৰুষৰ গুণৰ বিষয়ে ক’বলৈ ওলাইছো, যি কথা জনাৰ পিছত কোনো মহিলাই তেওঁলোকৰ প্ৰেমত পৰে বা তেওঁলোকৰ লগত জীৱন কটাবলৈ সিদ্ধান্ত লয়।

১) শান্ত প্ৰকৃতিঃ

প্ৰথম কথা, প্ৰতিগৰাকী মহিলাই বিচাৰে যে তেওঁৰ ভৱিষ্যত স্বামী শান্ত প্ৰকৃতিৰ হওক। তদুপৰি, দেখা যায় যে কোনো ব্যক্তিয়ে কম কথা ক’লে ইয়াকো তেওঁৰ অন্যতম গুণ হিচাপে গণ্য কৰা হয়। চাণক্য নীতিয়ে উল্লেখ কৰিছে যে মহিলাসকলে এনে পুৰুষৰ প্ৰতি সোনকালে আকৰ্ষিত হয় আৰু তেওঁক জীৱন সংগী হিচাপে বাছি লোৱাৰ সিদ্ধান্ত লয়। চাণক্যই কয় যে খঙে মানুহক ধ্বংস কৰিব পাৰে আৰু শান্ত প্ৰকৃতিয়েই হৈছে সফলতাৰ চাবিকাঠি।

২) ব্যক্তিত্বয়েও প্ৰভাৱিত কৰেঃ

এইটো সঁচা যে মহিলা আৰু পুৰুষে নিজৰ সংগীক ধুনীয়া আৰু সুঠাম হোৱাটো ভাল পায়, কিন্তু বেছিভাগ মহিলাই পুৰুষৰ ব্যক্তিত্বৰ প্ৰতি অধিক গুৰুত্ব দিয়ে। এজন ব্যক্তিৰ ব্যক্তিত্ব ভাল হ’লে সেইটোৱেই তেওঁৰ সৰ্বোচ্চ গুণ বুলি প্ৰমাণিত হ’ব পাৰে। লোভী বা অহংকাৰী প্ৰৱণতা থকা পুৰুষৰ পৰা মহিলাসকলে আঁতৰি থাকিবলৈ পছন্দ কৰে। বিশ্বাস কৰা হয় যে সৎ আৰু আনুগত্যশীল লোকসকলক নাৰীয়ে ভাল পায়।

৩) সহায় কৰিবলৈ সাজু থকাঃ

কেৱল মহিলাই নহয় পুৰুষেও সদায় এনে এজন জীৱন সংগী বিচাৰে যি সদায় সহায় কৰিবলৈ সাজু। চাণক্য নীতি অনুসৰি বেছিভাগ মহিলাই বেয়া চৰিত্ৰৰ পুৰুষক ঘৃণা কৰে আৰু যিয়ে সদায় আনৰ বাবে বেয়া কামনা কৰে। এজন পুৰুষৰ সেই গুণটোও থাকিব লাগে যে তেওঁ নিজৰ কামৰ লগতে ঘৰৰ কামতো সহায় কৰিবলৈ আগবাঢ়ি আহে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd