• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

স্বামীৰ জীৱনলৈ সৌভাগ্য কঢ়িয়াই আনে এই সকল মহিলাই; কৈছে চাণক্য নীতিয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 11, 2023 7:26 am
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমি সকলোৱে ইতিহাসত চাণক্য বা কৌটিল্যৰ বিষয়ে পঢ়িছো। এইজন পণ্ডিতে যেনেকৈ অৰ্থশাস্ত্ৰত নিজৰ তীক্ষ্ণ বুদ্ধিমত্তা প্ৰদৰ্শন কৰিছিল, ঠিক তেনেদৰে তেওঁ ৰাজ্য প্ৰশাসন আৰু মানৱ জীৱনৰ উন্নতিৰ ক্ষেত্ৰতো বহুতো গুৰুত্বপূৰ্ণ পৰামৰ্শ আৰু উপদেশ আগবঢ়াইছিল। হাজাৰ বছৰৰ পাছতো সেয়ে আজিও চাণক্য নীতি সমানেই জনপ্ৰিয়। কেনেধৰণৰ নাৰীয়ে স্বামীৰ বাবে সৌভাগ্য কঢ়িয়াই আনে তাকলৈ চাণক্যই কি কৈছে?

আচাৰ্য চাণক্যই লিখা নীতিশাস্ত্ৰত জীৱনৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ বিষয়ৰ কথা উল্লেখ কৰা হৈছে। ব্যক্তিগত জীৱনৰ পৰা আৰম্ভ কৰি কৰ্ম, ব্যৱসায়, সম্পৰ্ক – চাণক্যই সকলো বিষয়তে পৰামৰ্শ দিছে। চাণক্য-নীতিয়ে মানুহক জীৱনত সফলতা লাভৰ পথ দেখুৱায়। চাণক্যৰ কথাবোৰ বহুতৰে বাবে কঠোৰ যেন লাগিব পাৰে, কিন্তু আচলতে তেওঁ ভাল আৰু বেয়াৰ মাজত পাৰ্থক্য অতি স্পষ্ট কৰিছে।

কেনেধৰণৰ নাৰীয়ে স্বামীৰ জীৱনলৈ সৌভাগ্য কঢ়িয়াই আনে সেই সম্পৰ্কে আচাৰ্য চাণক্যই কি কৈছে চাওঁ আহক।

Apply Now

ধৈৰ্য্যতকৈ ডাঙৰ গুণ নাই

চাণক্য নীতি অনুসৰি ধৈৰ্য্য নাৰীৰ চৰিত্ৰৰ এক গুণ। যিগৰাকী নাৰী ধৈৰ্য্যশীল, তেওঁৰ স্বামী আৰু পৰিয়াল সৌভাগ্যৱান। যদি কেতিয়াবা মহিলাগৰাকীৰ পৰিয়াল বা স্বামীয়ে কোনো সমস্যাৰ সন্মুখীন হয় তেন্তে তেওঁ কেতিয়াও তেওঁলোকক এৰি নাযায়। তেওঁ ধৈৰ্য্যৰে সেই সংকটৰ পৰা ওলাই অহাৰ পথ বিচাৰি উলিয়াব। এনে নাৰীক যি বিয়া কৰাই তেওঁ নিঃসন্দেহে ভাগ্যৱান।

ধাৰ্মিক মহিলা

চাণক্যৰ মতে ধাৰ্মিক মহিলাই সদায় পৰিয়াললৈ সৌভাগ্য কঢ়িয়াই আনে। এগৰাকী ধৰ্মপৰায়ণ নাৰীয়ে কেতিয়াও নিজে অধৰ্ম নকৰে আৰু কেতিয়াও নিজৰ পৰিয়ালক অধৰ্মৰ পথ অনুসৰণ কৰিবলৈ নিদিয়ে। তেওঁ সদায় সঠিক কাম কৰে। এনে এগৰাকী নাৰীক বিয়া কৰাৰ ফলত স্বামীৰ জীৱনলৈ সুখ আৰু সৌভাগ্য আহে।

শান্ত স্বভাৱৰ মহিলা

শান্ত স্বভাৱৰ নাৰীয়ে স্বামীৰ জীৱনত সৌভাগ্য কঢ়িয়াই আনে। সহজ মূৰ গৰম কৰি তোলা বা চিঞৰ-বাখৰ কৰাটোৱে কেতিয়াও কোনো শুভ প্ৰভাৱ আনিব নোৱাৰে। গতিকে শান্ত স্বভাৱৰ মহিলাক বিয়া কৰালে জীৱন সলনি হৈ পৰিব পাৰে।

মিষ্টভাষী মহিলা

কথাৰ মাজত তিক্ততা বা উগ্ৰতা থাকিলে তেওঁক কোনেও ভাল পাব নোৱাৰে। তেওঁ পুৰুষেই হওক বা মহিলা। যিজনে মধুৰ কথা কয় তেওঁৰ কথাৰেই আধাখিনি জয় কৰাৰ ক্ষমতা আছে। গতিকে যিজন ব্যক্তিৰ জীৱন সংগী হিচাপে এগৰাকী মিষ্টভাষী নাৰী থাকে তেওঁ নিঃসন্দেহে ভাগ্যৱান।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অথলে গ’ল ৰাহুলৰ অনবদ্য শতক; ‘নিয়মৰক্ষা’ৰ মেচত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হ’ল ভাৰত

অথলে গ’ল ৰাহুলৰ অনবদ্য শতক; ‘নিয়মৰক্ষা’ৰ মেচত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হ’ল ভাৰত

October 4, 2026 11:13 am
পুতৌলগা শিক্ষা ব্যৱস্থাৰ বিৰুদ্ধে ফ্ৰান্সত ব্যাপক ছাত্ৰ আন্দোলন! বন্ধ শতাধিক বিদ্যালয়, আটক বহু শিক্ষাৰ্থী

পুতৌলগা শিক্ষা ব্যৱস্থাৰ বিৰুদ্ধে ফ্ৰান্সত ব্যাপক ছাত্ৰ আন্দোলন! বন্ধ শতাধিক বিদ্যালয়, আটক বহু শিক্ষাৰ্থী

October 4, 2026 10:28 am
সংকটত দেশৰ খাদ্য, ইন্ধন আৰু অৰ্থনীতি; এইবাৰ সতৰ্কবাণী শুনালে প্ৰধানমন্ত্ৰী মোডীৰ প্ৰধান সচিবে

সংকটত দেশৰ খাদ্য, ইন্ধন আৰু অৰ্থনীতি; এইবাৰ সতৰ্কবাণী শুনালে প্ৰধানমন্ত্ৰী মোডীৰ প্ৰধান সচিবে

October 4, 2026 9:52 am
আমেৰিকাত মহা-সঙ্কটত হিন্দুসকল, ইটা দলিয়াই ভাঙি পেলোৱা হ’ল মন্দিৰ! তাণ্ডৱৰ সময়ত মূৰ্তিৰ সন্মুখত থিয় হৈ সন্ত্ৰস্ত হৈ পৰিল ভক্তগণ

আমেৰিকাত মহা-সঙ্কটত হিন্দুসকল, ইটা দলিয়াই ভাঙি পেলোৱা হ’ল মন্দিৰ! তাণ্ডৱৰ সময়ত মূৰ্তিৰ সন্মুখত থিয় হৈ সন্ত্ৰস্ত হৈ পৰিল ভক্তগণ

October 4, 2026 9:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অথলে গ’ল ৰাহুলৰ অনবদ্য শতক; ‘নিয়মৰক্ষা’ৰ মেচত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হ’ল ভাৰত

অথলে গ’ল ৰাহুলৰ অনবদ্য শতক; ‘নিয়মৰক্ষা’ৰ মেচত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হ’ল ভাৰত

October 4, 2026 11:13 am
পুতৌলগা শিক্ষা ব্যৱস্থাৰ বিৰুদ্ধে ফ্ৰান্সত ব্যাপক ছাত্ৰ আন্দোলন! বন্ধ শতাধিক বিদ্যালয়, আটক বহু শিক্ষাৰ্থী

পুতৌলগা শিক্ষা ব্যৱস্থাৰ বিৰুদ্ধে ফ্ৰান্সত ব্যাপক ছাত্ৰ আন্দোলন! বন্ধ শতাধিক বিদ্যালয়, আটক বহু শিক্ষাৰ্থী

October 4, 2026 10:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd