• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ ‘অবৈধ স্বামী’ ধৰাৰ অভিযান : ৰাজ্যজুৰি আটক ৫০০ৰো অধিক লোক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 3, 2023 9:55 am
544
VIEWS
Share on FacebookShare on Twitter

পুনৰ অবৈধ স্বামীৰ ধৰা অভিযান আৰম্ভ কৰিছে অসম আৰক্ষীয়ে। ৰাজ্যজুৰি ইজনৰ পিছত সিজনকৈ গ্ৰেপ্তাৰ কৰিছে বাল্যবিবাহেৰে জড়িত লোকক।

খবৰ অনুসৰি ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা এইবাৰ ৫০০ ৰো অধিক লোকক আটক কৰিছে অসম আৰক্ষীয়ে। 

সোমবাৰে নিশা ধুবুৰী জিলাৰ ৮ খন থানাৰ আৰক্ষীয়ে অভিযান চলাই  কেৱল ধুবুৰীৰ পৰাই ১৯১ জন লোকক আটক কৰিছে।  বাল্য বিবাহ কৰা স্বামীৰ লগতে অভিভাৱক, কাজী আৰু পূজাৰীকো আটক কৰা হৈছে।

জানিব পৰা মতে, ধুবুৰী সদৰ আৰক্ষীয়ে ৩৫ জনক, গোলকগঞ্জ আৰক্ষী থানাই ৪২ জনক, গৌৰীপুৰ আৰক্ষী থানাই ৪২ জনক,  বিলাসীপাৰা থানাই পৰা ৩৬ জনক, আগমণি আৰক্ষী থানাই ৭ জনক, আৰু তামাৰহাট থানাই ১২ জনক আটক কৰিছে।

ইয়াৰ উপৰিও  আৰক্ষীয়ে সাপটগ্ৰাম থানা অঞ্চলৰ পৰা ১১ জন, চাপৰ আৰক্ষী থানা এলেকাৰ পৰা ৬জন, কামৰূপৰ নগৰবেৰাৰ পৰা ৫জন, অভয়াপুৰীৰ পৰা ৮ জন, গোলাঘাটৰ পৰা ৭জন, বৰপেটাৰ পৰা ৬ জন, বজালীৰ পৰা ১৮ জন, কোকৰাঝাৰৰ পৰা ২৪জন, কৰিমগঞ্জৰ পৰা ৪৯ জন, লখিমপুৰৰ পৰা ৮ জন, মানকাচৰৰ পৰা ৪০ জন, মৰিগাঁৱৰ পৰা ৩০ জন, বঙাইগাঁৱৰ পৰা ৩৯ জন আৰু কামৰূপ জিলাৰ ভিন্ন ঠাইৰ পৰা ৫০ জনক বাল্য বিবাহ কৰা বা ইয়াৰে জড়িত থকাৰ বাবে আটক কৰিছে।

লগতে পঢ়কঃ মৰ্মান্তিক! দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে পথৰ দাঁতিত শুই থকা শ্ৰমিকক, মৃত্যু ৫ জনৰ

লগতে পঢ়কঃ অসম জাতীয় পৰিষদত যোগদান কৰিব অংকিতা দত্তই!

লগতে পঢ়কঃ ভূমি কেন্দ্ৰিক সংঘাত : উন্মত্ত ৰাইজৰ প্ৰহাৰত মৃত্যু একেটা পৰিয়ালৰে ৫ সদস্য

Recent News

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd