• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভূমি কেন্দ্ৰিক সংঘাত : উন্মত্ত ৰাইজৰ প্ৰহাৰত মৃত্যু একেটা পৰিয়ালৰে ৫ সদস্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 3, 2023 8:19 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশত ভূমিৰ এক বিবাদক কেন্দ্ৰ কৰি উন্মাদ জনসাধাৰণে একেটা পৰিয়ালৰ ৫ জন সদস্যক প্ৰহাৰ কৰি হত্যা কৰাৰ খবৰ পোহৰলৈ আহিছে।

দীৰ্ঘদিনীয়া ভূমি সম্পৰ্কীয় গোচৰক লৈ দুটা ফৈদৰ মাজত হোৱা সংঘৰ্ষত একেটা পৰিয়ালৰ ৫জন সদস্যকে ধৰি মুঠ ৬জন লোক নিহত হয়। 

Apply Now

সোমবাৰে উত্তৰ প্ৰদেশৰ দেওৰীয়া জিলাত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। 

স্থানীয় আৰক্ষীয়ে জনোৱা মতে, এই ঘটনাত ইতিমধ্যে ২ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও ক্ষতিগ্ৰস্ত পৰিয়ালক সম্ভৱপৰ সকলো সাহায্য প্ৰদান কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিছে।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, দেওৰীয়া জিলাৰ ফাটেপুৰ গাঁৱৰ এডোখৰ মাটিক লৈ দীৰ্ঘদিন ধৰি গাঁওখনৰ দুজন প্ৰভাৱশালী ব্যক্তি প্ৰেম যাদৱ আৰু সত্যপ্ৰকাশ ডুবেৰ মাজত আভ্যন্তৰীণ বিবাদ চলি আছিল। 

সোমবাৰে জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম বাৰ্ষিকী উপলক্ষে পুৱা প্ৰেম যাদৱ সত্যপ্ৰকাশ ডুবেৰ ঘৰলৈ গৈ আলোচনাৰ জৰিয়তে সকলো বিবাদ নিষ্পত্তি কৰে। কিন্তু তাত কথা পাতি থকাৰ সময়তে সত্যপ্ৰকাশৰ পৰিয়ালৰ এগৰাকী মহিলাই চোকা অস্ত্ৰৰে প্ৰেম যাদৱক আক্ৰমণ কৰে। লগে লগে তেওঁৰ মৃত্যু হয়।

স্থানীয় আৰক্ষীৰ মতে, কিছু মুহূৰ্তৰ ভিতৰতে প্ৰেম যাদৱৰ মৃত্যুৰ খবৰ সমগ্ৰ গাঁওখনতে বিয়পি পৰে। তাৰ পিছত প্ৰেম যাদৱৰ আত্মীয় আৰু অনুৰাগীসকলে দলে বলে আহি সত্যপ্ৰকাশৰ ঘৰত পোনপটীয়াকৈ আক্ৰমণ কৰে। 

এই আক্ৰমণত ৫৪ বছৰীয়া সত্যপ্ৰকাশ, পত্নী কিৰণ ডুবে, দুগৰাকী কন্যা ছালনী আৰু নন্দিনী আৰু পুত্ৰ গান্ধীয়ে প্ৰাণ হেৰুৱাইছে। এই হত্যাকাণ্ডৰ পিছত গোটেই গাঁওখনত এক অশান্ত আৰু অস্থিৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে।  পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ লগে লগে গাঁওখনত বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে।

স্থানীয় আৰক্ষীৰ শীর্ষ বিষয়াই কয় যে, “ইতিমধ্যে এই ঘটনাৰ লগত জড়িত ২ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।” ইয়াৰ উপৰিও এই গোচৰৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। কিন্তু শ্মশানৰ নিস্তব্ধতাই এতিয়াও সমগ্ৰ গাঁওখনতে  এক অসহনীয় পৰিৱেশৰ সৃষ্টি কৰিছে।”

ইতিমধ্যে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ক্ষতিগ্ৰস্ত পৰিয়ালক সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ স্থানীয় প্ৰশাসনক নিৰ্দেশ দিছে। তদুপৰি মুখ্যমন্ত্রীৰ কার্যালয়ে ঘটনাৰ সম্যক তদন্ত আৰু দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে।

লগতে পঢ়কঃ এতিয়াৰ ক্ৰিকেটাৰসকল যদি পঞ্চাশৰ দশকত জন্মিলেহেঁতেন কেনেকুৱা হ’লহেঁতেন চেহেৰা? চাওক ভাইৰেল ভিডিঅ’

লগতে পঢ়কঃ পুৰুষৰ এই গুণবোৰে সদায় সুখী কৰি ৰাখে পত্নীক, নাথাকে বিচ্ছেদৰ ভয় 

লগতে পঢ়কঃ চৰকাৰী শিক্ষানুষ্ঠানত শেষ গজাল মৰাত ব্যস্ত বিজেপি চৰকাৰ

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd