• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

চেতনা ঘূৰাই পাইছে দুৰ্বৃত্তৰ আক্ৰমণত আহত মেঘালয়ৰ সমাজকৰ্মী এগনেছ খৰছিঙে

এন ই নাও নিউজ by এন ই নাও নিউজ
November 13, 2018 5:22 pm
IMG_20181113_160126
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুষ্কৃতিকাৰীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সমাজকৰ্মী এগনেছ খৰছিঙে চেতনা ঘূৰাই পাইছে বুলি তেওঁক ভৰ্তি কৰোৱা চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰকাশিত বুলেটিনত প্ৰকাশ পাইছে। ১৩ নৱেম্বৰ সোমবাৰে তেওঁ চেতনা ঘূৰাই পাইছে যদিও বৰ্তমানো তেওঁক লাইফ-ছাপৰ্টত ৰখা হৈছে। কিছু সময় পূৰ্বে চিকিৎসা বুলেটিনখনে প্ৰকাশ কৰা অনুসৰি, তেওঁৰ সহযোগী অমিতা ছাংমা সচেতন অৱস্থাত আছে আৰু তেওঁ খোৱা-বোৱা, চলাই আছে। তেওঁৰ অৱস্থা সুস্থিৰ বিলি চিকিৎসালয়ে জনাইছে।

শ্বিলঙৰ পৰা প্ৰায় ৮ কিঃমিঃ দূৰত্বৰ মাওদিংদিঙত অৱস্থিত উত্তৰ পূৰ্বীয় ইন্দিৰা গান্ধী স্বাস্থ্য আৰু চিকিৎসা বিজ্ঞানৰ আঞ্চলিক প্ৰতিষ্ঠানৰ (North Eastern Indira Gandhi Regional Institute of Health and Medical Sciences চমুকৈ NEIGRIHMS) জন সম্পৰ্কৰক্ষী বিষয়া ড০ কে কে পণ্ডিতাৰ দ্বাৰা প্ৰকাশিত সংবাদ বিজ্ঞপ্তিত কোৱা হৈছে যে ১৩ নৱেম্বৰৰ আবেলি ২-০০ বজাত এগনেছে চেতনা ঘূৰাই পাইছে। তেওঁৰ বৃক্ক আৰু হাঁওফাওঁৰ কাম-কাজ উন্নত হৈছে বুলি বিজ্ঞপ্তিটোত কোৱা হৈছে। সমাজ কৰ্মীগৰাকীৰ গুৰুত্বপূৰ্ণ অংগসমূহ সুস্থিৰ যদিও তেওঁৰ অৱস্থা সংকটজনক ৱস্থাত আছে আৰু বৰ্তমানেও তেওঁ আইচিয়ুত ভেণ্টিলেটৰত ৰখা হৈছে।

ড০ পাণ্ডিয়াই জনোৱা মতে এগনেছৰ সহযোগী অমিতা ছাংমাই মূৰ আৰু দুয়োখন হাতত বহু ভালেমান আঘাত পোৱা অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

শৈল্য চিকিৎসা বিভাগৰ আইচিয়ুত তেওঁক চিকিৎসা কৰি থকা হৈছে আৰু তেওঁৰ অৱস্থা সুস্থিৰ। চিকিৎসা বুলেটিনখনত আৰু কোৱা হৈছে যে তেওঁৰ মূৰ, বক্ষগহ্বৰ আৰু পেটৰ জৰুৰীকালীন চিটি স্কেন সম্পন্ন কৰা হৈছে। তেওঁৰ মূৰৰ পাছফালে ছাবডিউৰেল হিমাট’মা (Subdural hematoma চমুকৈ SDH) অৰ্থাৎ লাওখোলাৰ ভিতৰত ৰক্তক্ষৰণ (intracranial hemorrhage), হাঁওফাওঁৰ গহ্বৰত তেজ জমা  (Bilateral Hemothorax) হোৱাৰ লগতে সোঁফালৰ কামীহাড় কেইডালমানো ভাঙিছে। উল্লেখ্য যে অতি সংকটজনক অৱস্থাত অমিতা ছাংমাৰ সৈতে এগনেছ খৰছিঙক ১০৮ এম্বুলেঞ্চেৰে চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানটোলৈ লৈ অহা হয়।

উল্লেখ্য যে এগনেছ আৰু অমিতাক এটৈ ৩০জনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰি আহত কৰিছিল। সমাজকৰ্মী এগনেছে ৮ নৱেম্বৰৰ দিনা পূব জয়ন্তীয়া পাহাৰ জিলাত চলি থকা অবৈধ কয়লাৰ খনন আৰু পৰিবহণৰ বিপক্ষে এটা অভিযোগ দাখিল কৰিছিল।

বৰ্তমান মেঘালয় চৰকাৰে কয়লাৰ খনন আৰু পৰিবহনৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। সদৌ ডিমাছা ছাত্ৰ সন্থা আৰু ডিমা হাচাও জিলা কমিটীয়ে ৰাষ্ট্ৰীয় সেউজ প্ৰধিকৰণৰ ওচৰত অভিযোগ দাখিল কৰাৰ পাছত সেউজ ন্যায়াধিকৰণে ২০১৪ৰ ১৭ এপ্ৰিলৰ পৰা মেঘালয়ত কয়লাৰ খননত নিষেধাজ্ঞা আৰোপ কৰিছিল। ছাত্ৰ সংগঠনদুটাই অভিযোগ কৰিছিল যে জয়ন্তীয়া পাহাৰৰ পৰা অসমলৈ বৈ অহা কুপ্লি (অসমত কপিলী) নদীৰ পানী জয়ন্তীয়া পাহাৰৰ কয়লা খননৰ বাবে এচিডযুক্ত হৈ পৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাপ্তবয়স্ক যুৱতীয়ে ইচ্ছা কৰিলে বিবাহিত পুৰুষৰ সৈতে লিভ-ইন সম্পৰ্কত থাকিবই পাৰে : মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

প্ৰাপ্তবয়স্ক যুৱতীয়ে ইচ্ছা কৰিলে বিবাহিত পুৰুষৰ সৈতে লিভ-ইন সম্পৰ্কত থাকিবই পাৰে : মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

August 26, 2025 7:27 am
আপুনি জানেনে যে এমিনো এচিডে ওজন কমাবলৈ যাদুৰ দৰে কাম কৰে?

আপুনি জানেনে যে এমিনো এচিডে ওজন কমাবলৈ যাদুৰ দৰে কাম কৰে?

August 26, 2025 6:30 am
ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

August 25, 2025 8:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাপ্তবয়স্ক যুৱতীয়ে ইচ্ছা কৰিলে বিবাহিত পুৰুষৰ সৈতে লিভ-ইন সম্পৰ্কত থাকিবই পাৰে : মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

প্ৰাপ্তবয়স্ক যুৱতীয়ে ইচ্ছা কৰিলে বিবাহিত পুৰুষৰ সৈতে লিভ-ইন সম্পৰ্কত থাকিবই পাৰে : মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

August 26, 2025 7:27 am
আপুনি জানেনে যে এমিনো এচিডে ওজন কমাবলৈ যাদুৰ দৰে কাম কৰে?

আপুনি জানেনে যে এমিনো এচিডে ওজন কমাবলৈ যাদুৰ দৰে কাম কৰে?

August 26, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd