• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাৰাত্মক ড্ৰাগছৰ কবলত অভিনেতা! আদিত্য সিং ৰাজপুতৰ মৃত্যু ৰহস্য; বাথৰুমত উদ্ধাৰ মৃতদেহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 23, 2023 9:42 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিন্দী টেলিভিছন জগতৰ বাবে আৰু এক বেয়া খবৰ। বিখ্যাত মডেল তথা অভিনেতা আদিত্য সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৱে পুনৰ এবাৰ জোকাৰি গৈছে বলীউদক। সোমবাৰে বিয়লি ঘৰৰ বাথৰুমত উদ্ধাৰ হৈছিল অভিনেতাজনৰ মৃতদেহ। চিকিৎসালয়লৈ নিয়াৰ পিছত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

টেলিভিছনৰ অতি জনপ্ৰিয় মুখ আদিত্য সিং ৰাজপুত। প্ৰথমতে কেইবাখনো হিন্দী ধাৰাবাহিকত অভিনয় কৰাৰ পিছত কেইবাখনো হিন্দী ছবিতো তেওঁক দেখা গৈছিল। জনপ্ৰিয় ৰিয়েলিটি শ্ব’ৰ এজন সুপৰিচিত মুখো আছিল তেওঁ। অভিনয়, মডেলিঙৰ উপৰিও আদিত্যই মুম্বাই ছবি উদ্যোগত কাষ্টিং ক’অৰ্ডিনেটৰ হিচাপেও কাম কৰিছিল।

Apply Now

অভিনেতা আদিত্য সিং ৰাজপুতে মুম্বাইৰ এটা বিলাসী অট্টালিকাৰ ১১ নং মহলাৰ ফ্লেটত বাস কৰিছিল। বন্ধুসকলে ঘৰলৈ আহি বাথৰুমৰ পৰা উদ্ধাৰ কৰে তেওঁৰ মৃতদেহ। তাৰ লগে লগে তেওঁ বাসগৃহৰ নিৰাপত্তাৰক্ষীক ফোন কৰি ওচৰৰ চিকিৎসালয়লৈ লৈ যায়। তাত চিকিৎসকে আদিত্যক মৃত ঘোষণা কৰে।

সূত্ৰ অনুসৰি, অত্যধিক ড্ৰাগছ সেৱনৰ বাবেই অভিনেতাজনৰ মৃত্যু হয়। অৱশ্যে আদিত্যৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত এতিয়াও চিকিৎসালয় কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে অৱগত কৰা নাই।

আদিত্য সিং ৰাজপুতে মুম্বাইত মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। কেইবাখনো হিন্দী ধাৰাবাহিকৰ উপৰিও তেওঁ ৩০০টা বিজ্ঞাপনতো অভিনয় কৰিছে। ‘স্পিটজভিলা ৯’, ‘আৱাজ ছিজন ৯’, ‘বেড বয় ছিজন ৪’ৰ দৰে অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। আদিত্যই কেইবাটাও বিখ্যাত প্ৰডাকচন কোম্পানীৰ সৈতে কাষ্টিং ক’অৰ্ডিনেটৰ হিচাপেও কাম কৰিছিল।

তেওঁৰ মৃত্যুৰ খবৰ পোহৰলৈ অহাৰ লগে লগে বিনোদন জগতত শোকৰ ছাঁ পৰে। মাত্ৰ ৩২ বছৰ বয়সতে আদিত্যৰ মৃত্যুৱে সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ কথাও বহুতকে সোঁৱৰাই দিছে।

ড্ৰাগছৰ প্ৰতি আসক্তিৰ ফলতে কম বয়সতে এগৰাকী সম্ভাৱনাময় প্ৰতিভাৰ অপমৃত্যু ঘটা বুলি বিভিন্নজনে আক্ষেপো কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd