• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিল্লী সীমান্তত কৃষক বিক্ষোভত চামিল হ’ল অভিনেতা দিলজিৎ; দান দিলে ১কোটি টকা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 6, 2020 9:02 am

1 min read

দিলজিৎ
6.7k
VIEWS
Share on FacebookShare on Twitter

কৃষক বিক্ষোভকলৈ টুইটাৰত অভিনেত্ৰী কংগনা ৰানাৱটৰ সৈতে তীব্ৰ বাক-বিতণ্ডাত লিপ্ত হোৱা অভিনেতা দিলজিৎ দোছাঞ্জে এইবাৰ চিধাচিধি দিল্লী সীমান্তত চলি থকা কৃষক বিক্ষোভত চামিল হৈছে।

কৃষক বিক্ষোভৰ সমৰ্থনত কৃষকসকলৰ স্বাৰ্থৰ হ’কে সৰৱ গায়ক-অভিনেতাগৰাকীয়ে বিক্ষোভত যোগদান কৰি কৃষকসকলৰ মাজত ৰাস্তাতে বহি পৰে।

শনিবাৰে বিয়লি দিল্লীৰ সমীপৰ সিংঘু সীমান্তত দিলজিৎ গৈ উপস্থিত হয়। তাত তেওঁ কৃষকসকলৰ পদক্ষেপক আদৰণি জনায়।

দিলজিতে সংবাদমাধ্যমক কৃষকসকলে শান্তিপূৰ্ণভাৱে বিক্ষোভ প্ৰদৰ্শন কৰি কেনেদৰে সমগ্ৰ দেশৰ বাবে দৃষ্টান্ত হৈ পৰিছে সেয়া দেখাবলৈ অনুৰোধ কৰে।

অভিনেতাগৰাকীয়ে বিক্ষোভ সাৱ্যস্ত কৰি থকা কৃষকসকলৰ শীতৰ কাপোৰ ছুৱেটাৰ, কম্বল আদি কিনি দিয়াৰ ব্যৱস্থা কৰিবলৈ ১কোটি টকা দান কৰে।

উল্লেখ্য যে কংগনা ৰানাৱটৰ সৈতে টুইটাৰ যুদ্ধৰ পাছতে দুদিনত পাঞ্জাৱী তাৰকাগৰাকীৰ প্ৰায় চাৰি লাখ ফলোৱাৰ্ছ বৃদ্ধি পোৱা বুলি এক সমীক্ষাত কোৱা হৈছে।

আনহাতে, শনিবাৰে কৃষক বিক্ষোভত ভাষণ ৰখাৰ সময়তো দিলজিতে কংগনাক আক্ৰমণ কৰিবলৈ নাপাহৰিলে।

Recent News

Sualkusi

প্ৰস্তাৱিত ভূমি পৰিদৰ্শন উপায়ুক্তৰ : অতি শীঘ্ৰেই শুভাৰম্ভ হ’ব শুৱালকুছিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd