• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভ্ৰাম্যমাণৰ মঞ্চত বাইকসহ বাগৰি পৰি আঘাতপ্ৰাপ্ত অভিনেতা যতীন বৰা, আহত আন ৭জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 29, 2024 9:52 am
ভ্ৰাম্যমাণৰ মঞ্চত বাইকসহ বাগৰি পৰি আঘাতপ্ৰাপ্ত অভিনেতা যতীন বৰা, আহত আন ৭জন
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে সন্ধিয়া বৰপেটাৰ চেঙাত চলি থকা ইতিহাস থিয়েটাৰত ঘটে এক অঘটন। মঞ্চত নাট প্ৰদৰ্শনৰ সময়তে বাইকসহ বাগৰি পৰে জনপ্ৰিয় অভিনেতা যতীন বৰা।

চেঙাত ইতিহাস থিয়েটাৰৰ দ্বিতীয় নিশা নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ ‘মহাৰাজ’ নামৰ নাটকখন চলি থকাৰ সময়তে দুৰ্ঘটনাটো ঘটে।

নাটকৰ প্ৰদৰ্শনৰ মাজতে এক নাট্যমুহৰ্তত যতীন বৰাই গেলেৰীৰৰ পৰা দৰ্শকৰ মাজৰে গাড়ী চলাই আহিছিল। কিন্তু চম্ভালিব নোৱাৰি দৰ্শকৰ মাজতে বাইকসহ বাগৰি পৰে অভিনেতা যতীন বৰা। দুৰ্ঘটনাত কিছুপৰিমাণে আহত হৈছে অভিনেতাগৰাকী।

লগতে পঢ়কঃ পৃথিৱীৰ পৰা নোহোৱা হৈ যাব পুৰুষ প্ৰজাতি! ভয়ংকৰভাৱে হ্ৰাস পাইছে Y ক্ৰম’জম

আনহাতে, দুৰ্ঘটনাটোত শিশু-মহিলাসহ আন ৭জনকৈ লোক আঘাত প্ৰাপ্ত হয়। লগতে ছেটিঙছৰ যুৱক এজনো আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, আহতসকলক বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰা হয়।

উল্লেখ্য যে সুদীৰ্ঘ ৬ বছৰৰ মূৰত ভ্ৰাম্যমাণৰ মঞ্চলৈ পুনৰ প্ৰত্যাৱৰ্তন কৰি অভিনেতা যতীন বৰা এইবাৰ ইতিহাসৰ থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ হৈছে।

বৰপেটাৰ চেঙাত চলি থকা ইতিহাস থিয়েটাৰৰ মঞ্চত অভিনেতা যতীন বৰাই নাটকত বাইক ষ্টান্ট কৰি বাগৰি পৰিল। নাটক অভিজিত ভট্টাচাৰ্যৰ ‘মহাৰাজা’’।
ভ্ৰাম্যমাণত আজিকালি নাট্যৰসৰ নামত এই চাৰ্কাছবোৰ বাঢ়িছে! সেই বাবেই আজিকালি অঘটন বোৰো বাঢ়িছে। pic.twitter.com/ipVpQ1VfWu

— Pankaj Bhattacharjee (@pankajbhatta) August 28, 2024

ইপিনে, এই ঘটনাক লৈ ছচিয়েল মিডিয়াত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে। ভ্ৰাম্যমানৰ মঞ্চত ছাৰ্কাছৰ দৰে ষ্টান্ট প্ৰদৰ্শনৰ কোনো প্ৰয়োজন নাছিল বুলিও একাংশই মন্তব্য কৰিছে। আন একাংশৰ মতে ভ্ৰাম্যমানত ভাল নাটকৰ অভাৱৰ বাবে এতিয়া সস্তীয়া বলীউদি কাৰবাৰৰ আগমণ ঘটিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোবাইল হ্যাং মাৰিলে ব্যৱহাৰ কৰক এইকেইটা পদ্ধতি : লগে লগেই নতুনৰ দৰে কৰিব কাম

মোবাইল হ্যাং মাৰিলে ব্যৱহাৰ কৰক এইকেইটা পদ্ধতি : লগে লগেই নতুনৰ দৰে কৰিব কাম

August 23, 2025 7:30 am
ভিটামিন ডিয়ে চুলিৰ সৌন্দৰ্য্য বৃদ্ধি কৰিব, কেৱল খালেই নহয় মূৰত লগালেও লাভ কৰিব উপকাৰিতা…

ভিটামিন ডিয়ে চুলিৰ সৌন্দৰ্য্য বৃদ্ধি কৰিব, কেৱল খালেই নহয় মূৰত লগালেও লাভ কৰিব উপকাৰিতা…

August 23, 2025 6:30 am
অসম ৰাজ্যিক কর্কট প্রতিষ্ঠানত হঠাৎ ব্যাপক মাচুল বৃদ্ধি : সৰৱ জাতীয় যুৱ বাহিনী

অসম ৰাজ্যিক কর্কট প্রতিষ্ঠানত হঠাৎ ব্যাপক মাচুল বৃদ্ধি : সৰৱ জাতীয় যুৱ বাহিনী

August 22, 2025 10:56 pm
শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিক্ৰমসিংহক গ্ৰেপ্তাৰ : গ্ৰেপ্তাৰৰ অন্তঃৰালত হাত আছে চীনৰ!

শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিক্ৰমসিংহক গ্ৰেপ্তাৰ : গ্ৰেপ্তাৰৰ অন্তঃৰালত হাত আছে চীনৰ!

August 22, 2025 9:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোবাইল হ্যাং মাৰিলে ব্যৱহাৰ কৰক এইকেইটা পদ্ধতি : লগে লগেই নতুনৰ দৰে কৰিব কাম

মোবাইল হ্যাং মাৰিলে ব্যৱহাৰ কৰক এইকেইটা পদ্ধতি : লগে লগেই নতুনৰ দৰে কৰিব কাম

August 23, 2025 7:30 am
ভিটামিন ডিয়ে চুলিৰ সৌন্দৰ্য্য বৃদ্ধি কৰিব, কেৱল খালেই নহয় মূৰত লগালেও লাভ কৰিব উপকাৰিতা…

ভিটামিন ডিয়ে চুলিৰ সৌন্দৰ্য্য বৃদ্ধি কৰিব, কেৱল খালেই নহয় মূৰত লগালেও লাভ কৰিব উপকাৰিতা…

August 23, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd