• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সুস্থ হৈ উঠিছে অভিনেতা নিপন গোস্বামী; পুনৰ চলচ্চিত্ৰত ভুমুকি মৰাৰ প্ৰতিশ্ৰুতি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 6, 2019 8:50 am

1 min read

সুস্থ হৈ উঠিছে অভিনেতা নিপন গোস্বামী; পুনৰ চলচ্চিত্ৰত ভুমুকি মৰাৰ প্ৰতিশ্ৰুতি
474
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান প্ৰবীণ অভিনেতা নিপন গোস্বামী সুস্থ হৈ উঠিছে। প্ৰায় তিনিটা সপ্তাহ চিকিৎসাধীন হৈ থকা অসমীয়া চলচ্চিত্রৰ বিশিষ্ট অভিনেতা গৰাকী কালি স্বগৃহলৈ ঘূৰি আহে।

বাসগৃহত উপস্থিত হোৱাৰ পিছতে প্ৰবীণ অভিনেতাগৰাকীয়ে তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠিলে পুনৰ এখন চিনেমা কৰাৰ কথা চিন্তা কৰা বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

তেওঁ সংবাদ মাধ্যমৰ কয় যে শেষ বয়সত এখন চিনেমাত অভিনয় কৰাৰ বাবে তেওঁৰ মনত এক দুৰ্বাৰ হেঁপাহ আছে।

আনহাতে অভিনেতাগৰাকীৰ বাসগৃহত মঙলবাৰে জুবিন গাৰ্গ উপস্থিত হৈ অভিনেতাগৰাকীৰ স্বাস্থ্যৰ বুজ লয়। লগতে অনাগত দিনত জুবিন গাৰ্গে অভিনেতা গৰাকীক সহায় কৰাৰ প্ৰতিশ্ৰুতিও দিয়ে।

ইফালে অভিনেতা গৰাকী সুস্থ হৈ ঘৰত উপস্থিত হোৱাৰ পিছতে বিভিন্ন অনুৰাগীয়ে তেওঁৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ স্বাস্থ্যৰ বুজ লয়। লগতে অভিনেতাগৰাকীয়ে পুনৰ অসমীয়া চলচ্চিত্ৰত অভিনয় কৰাটোও অনুৰাগী সকলে কামনা কৰে।

Recent News

ব্ৰীছবেনৰ নাম হ’ব ‘পণ্টনগৰ’! যোগীৰ ফটো শ্বেয়াৰ কৰি কোনে কৰিলে এই কৌতুক?

ব্ৰীছবেনৰ নাম হ’ব ‘পণ্টনগৰ’! যোগীৰ ফটো শ্বেয়াৰ কৰি কোনে কৰিলে এই কৌতুক?

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd