• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুৰ্গতজনৰ বন্ধু দানবীৰ চনু ছুডে বন্ধকত ৰাখিলে নিজৰ আঠটা সম্পত্তি, কিন্তু কিয়?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 11, 2020 8:18 am

2 min read

a sonuuuuuuu
16.6k
VIEWS
Share on FacebookShare on Twitter

লকডাউনৰ সময়ত অথবা তাৰ পিছতো বিপদত পৰা লোকৰ কাষত দেৱদূতৰ ৰূপত থিয় দিয়া বলীউডৰ অভিনেতা চনু ছুডৰ বদান্যতাই দেশ-বিদেশৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল।

লকডাউনৰ ফলত দেশৰ বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ পৰা শ্ৰমিকসকলক বাছ যোগাৰ কৰি দি নিজ নিজ ৰাজ্যলৈ প্ৰেৰণৰ দিহা কৰিছিল চনু ছুডে।

কেৱল সেয়াই নহয় ছ’চিয়েল মিডিয়াৰ জৰিয়তে যিয়েই সহায়ৰ আহ্বান জনাইছিল কাকো বিমুখ কৰা নাই চনু ছুডে।

কাৰোৱাক যদি পঢ়াৰ খৰচ দিছে কাৰোৱাক আকৌ হালৰ গৰু কিনি দিছে।

ৰূপকথাৰ কাহিনী যেন লগা  এনেবোৰ কাম কৰোতে চনু ছুডৰ খৰচ হৈছে  ১০ কোটি টকাৰো ওপৰত।

এই বিশাল ধন ৰাশি অভিনেতাগৰাকীয়ে পাইছিল ক’ত?

এই প্ৰশ্নৰ উত্তৰো এতিয়া পোৱা গৈছে। বিপদত পৰা লোকক সহায় কৰাৰ বাবেই চনু ছুড আৰু তেওঁৰ পত্নী সোণালী ছুডে বেংকৰ ওচৰত বন্ধকত ৰাখিছিল তেওঁলোকৰ আঠটাকৈ সম্পত্তি।

দুৰ্গত জনক সহায় কৰাৰ বাবে নিজৰ সাচতীয়া সমস্ত ধন উজাৰি দিয়া চনু ছুডে পিছত খৰচৰ জোৰা মাৰিবলৈ আঠটা সম্পত্তি বেংকত বন্ধকত থৈছিল।

সেই সম্পত্তি কেইটাৰ ভিতৰত মুম্বাইৰ জুহুত থকা তেওঁৰ ছয়টা ফ্লেট আৰু দুখন দোকান আছে।

ষ্টেণ্ডাৰ্ড চাৰ্টাৰ্ড বেংকৰ ওচৰত অভিনেতা জনে ১৫ ছেপ্তেম্বৰতে চুক্তি কৰি সম্পত্তি কেইটা বন্ধকত থৈছিল।

২৪ নৱেম্বৰত এই চুক্তি পঞ্জীয়নকৃত হৈছিল। সম্পত্তি বন্ধকত ৰাখিবলৈ কৰা চুক্তিৰ পূৰ্বে চনু ছুডে বেংকত ৫ লাখ টকাৰ পঞ্জীয়ন মাচুল আদায় দিবলগীয়া হৈছিল।

ৱেষ্ট ইণ্ডিয়া ৰেচিডেন্সিয়েল ছাৰ্ভিচে শেহতীয়াকৈ এই তথ্য ৰাজহুৱা কৰিছে।

Recent News

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd