• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, April 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এৰিলে ৰাইজৰ দল; এইবাৰ অসম জাতীয় পৰিষদত যোগদান অভিনেত্ৰী জেৰিফা ৱাহিদৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 16, 2021 1:02 pm

1 min read

WhatsApp Image 2021-03-16 at 1.00.01 PM
213
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে অসম জাতীয় পৰিষদত আনুষ্ঠানিকভাৱে যোগদান কৰিলে অসমীয়া চলচ্চিত্ৰ জগতৰ মোহময়ী অভিনেত্ৰী জেৰিফা ৱাহিদে।

অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ উপস্থিতিত অভিনেত্ৰীগৰাকীয়ে নতুন আঞ্চলিক দলটোত যোগদান কৰে ।

উল্লেখ্য যে কিছুদিন পূৰ্বে আজি জেৰিফা ৱাহিদে ৰাইজৰ দলত যোগদান কৰিছিল।

অজাপত যোগদান কৰি জেৰিফা ৱাহিদে কয় যে ৰাইজৰ দলত কাম কৰিবলৈ তেওঁ ভাল পোৱা নাছিলো। সেয়েহে তেওঁ ৰাইজৰ দলৰ পৰা অসম জাতীয় পৰিষদত যোগদান কৰিছো।

অজাপত কাম কৰাৰ ক্ষেত্ৰত কিছু সুবিধা লাভ কিৰব বুলি উল্লেখ কৰি জেৰিফাই লগতে কয় যে জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মাজত কোনো মতানক্য নাই।

জেৰিফা ৱাহিদে লগতে স্পষ্ট কৰি দিয়ে যে তেওঁ ৰাইজৰ দলৰ পৰা কোনো টিকট বিচৰা নাছিল। তেওঁক ৰাইজৰ দলৰ পৰা প্ৰথমতে ভৱানীপুৰ, তাৰপাছত সৰুক্ষেত্ৰী আৰু দলগাওঁৰ পৰা টিকট দিব বিচৰা হৈছিল।

কিন্তু জেৰিফা ৱাহিদে ৰাইজৰ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা নকৰাৰ কথা স্পষ্ট কৰি দিছিল।

জেৰিফাৰ উপৰি আজি অজাপত যোগদান কৰে পূব গোৱালপাৰা সমষ্টিৰ চাৰিবাৰৰ বিধায়ক গিয়াছুদ্দিন আহমেদৰ পুত্ৰ ডঃ আনিশেষ আহমেদ, অসম ফুটবল সন্থাৰ যুটীয়া সম্পাদক আমবৃত শৰ্মা আৰু  আমছুৰ ৰাজ্যিক প্ৰাক্তন সভাপতি জহিৰুল হকে।

Recent News

Schools_during_COVID19_16

ক’ৰ’নাৰ ভয়াৱহ সংক্ৰমণ : গুৱাহাটীত বন্ধ কৰা হ’ল বহুকেইখন বিদ্যালয়

Covid-test-image-1-1

স্তব্ধ হোৱা নাই অসমত কৰ’নাৰ সংক্ৰমণ; আজি ৰাজ্যখনত পুনৰ ১৩৬৭গৰাকী লোক আক্ৰান্ত

Forest-Department-750x375

ৰহস্য কি? নতুন চৰকাৰ গঠন নোহোৱাকৈয়েই বন বিভাগত বিষয়াক পদোন্নতিৰ জোৱাৰ! একাধিকক বদলি

a-vac-640x375

কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ এইবাৰ ১৮ বছৰৰ ওপৰৰ সকলোকে দিয়া হ’ব ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd