• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছিৰাজ ছবিৰ অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যৰ মৃত্যু, শোকস্তব্ধ সাংস্কৃতিক মহল

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
January 30, 2022 8:29 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰক্ষণশীলতাৰ বিৰুদ্ধে থিয় হৈ অসমীয়া চলচ্চিত্ৰত অভিনেত্ৰী হিচাবে আত্মপ্ৰকাশ কৰা অনুপমা ভট্টাচাৰ্য আৰু নাই। কোভিডত আক্ৰান্ত হৈ অভিনেত্ৰীগৰাকীয়ে আজি শেষ নিশ্বাস ত্যাগ কৰে। অভিনেত্ৰীগৰাকীক শনিবাৰে কোভিডত আক্ৰান্ত হোৱাৰ পিছত জিএমচিএইছত ভৰ্তি কৰোৱা হৈছিল। আজি বিয়লি ৫.৪৫ বজাত তেওঁৰ মৃত্যু ঘটে।

মৃত্যুৰ সময়ত অভিনেত্ৰীগৰাকীৰ বয়স হৈছিল ৯৪ বছৰ।

Apply Now

১৯২৮চনৰ ১৯ আগষ্টত শিৱসাগৰৰ আমোলাপট্টীত প্ৰখ্যাত বেজবৰুৱা পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল অনুপমা ভট্টাচাৰ্যই।
তেওঁৰ পিতৃৰ নাম আছিল গোপাল বেজবৰুৱা আৰু মাতৃৰ নাম গুণদা বেজবৰুৱা। সৰুৰে পৰা অভিনয়ৰ প্ৰতি ৰাপ থকা অনুপমা ভট্টাচাৰ্যই ভ্ৰাম্যমানৰ মঞ্চত অভিনয় কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁৱেই অসমৰ ভ্ৰাম্যমানৰ প্ৰথমগৰাকী অভিনেত্ৰী।

 

অনুপমা ভট্টাচাৰ্যই ফুলেশ্বৰী গাৰ্লছ হাইস্কুলত শিক্ষা গ্ৰহণ কৰিছিল আৰু মাত্ৰ ৯ বছৰ বয়সতে উদয় ভট্টাচাৰ্যৰ সৈতে বিয়া হ’বলগীয়া হৈছিল। কিন্তু বিয়াৰ কিছমিাহ পিছতেই উদয় ভট্টাচাৰ্যৰ মৃত্যু হোৱাত দিশহাৰা হৈ পৰিছিল অনুপমা ভট্টাটাৰ্য।
ফণী শৰ্মাই পৰিচালনা কৰা ছবি ছিৰাজত শিৱপ্ৰসাদ ভট্টাচাৰ্যই সংগীত পৰিচালনা কৰিছিল।

ছিৰাজ ছবিত অভিনয় কৰা অনুপমা ভট্টাচাৰ্যই শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ সৈতে পুনৰ বিয়াত বহে যদিও কন্যা সন্তান ৰুণ্মীৰ জন্মৰ পিছত শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ মৃত্যু ঘটে।

ছিৰাজৰ ফাটেমা নামৰ চৰিত্ৰটোত অভিনয় কৰা অনুপমা ভট্টাচাৰ্যই নিমিলা অংক নতুন পৃথিৱী, মানৱ আৰু দানৱ, সৰা পাত, ৰাংধালি, মন আৰু মৰম, বিপ্লৱী আদিকে ধৰি ১৪খনৰো অধিক ছবিত অভিনয় কৰিছিল ।

ছিৰাজ উদুল্লা, কিয়, ভোগজৰা, কাশ্মিৰী কুমাৰী আদি নাটকত তেওঁ কৰা অভিনয়ে সকলোকে আকৰ্ষণ কৰিছিল।

অভিনয় প্ৰতিভাৰ স্বীকৃতি স্বৰূপে অনুপমা ভট্টাচাৰ্যলৈ আগবঢ়োৱা হৈছিল কলাগুৰু বিষ্ণুৰাভা বঁটা, আইদেউ সন্দিকৈ বঁটাকে ধৰি বিভিন্ন বঁটা আৰু সন্মান।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

June 30, 2026 8:53 pm
হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd