• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অভিনেত্ৰী জয়াপ্ৰদাক ছমাহৰ কাৰাদণ্ডৰ শাস্তি আদালতৰ, বিহিলে জৰিমনাও; কিন্তু কিয়?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 12, 2023 9:08 am
অভিনেত্ৰী জয়াপ্রদা। ফটো: সংগ্ৰহীত।

অভিনেত্ৰী জয়াপ্রদা। ফটো: সংগ্ৰহীত।

24k
VIEWS
Share on FacebookShare on Twitter

অভিনেত্ৰী-ৰাজনীতিবিদ জয়াপ্ৰদাক এটা পুৰণি গোচৰত চেন্নাইৰ এখন আদালতে ছমাহৰ কাৰাদণ্ড আৰু ৫ হাজাৰ টকাৰ জৰিমনা বিহিছে। এই গোচৰত জয়াৰ দুই ব্যৱসায়িক সহযোগী ৰাম কুমাৰ আৰু ৰাজা বাবুকো দোষী সাব্যস্ত কৰে আদালতে।

বাতৰি অনুসৰি, জয়াপ্ৰদাই কেইবাবছৰ পূৰ্বে চেন্নাইত এটা চিনেমা হল ক্ৰয় কৰিছিল। সহযোগী আছিল ৰাম আৰু ৰাজা। কিন্তু অবিৰত লোকচানৰ বাবে তেওঁলোকে সেই হলটো বন্ধ কৰি দিয়ে।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰীয়ে দেশৰ মুছলমানৰ ‘মন কী বাত’ শুনক: আহ্বান দিল্লীৰ জামা মছজিদৰ শ্বাহী ইমাম বুখাৰীৰ

ইয়াৰ পিছতেই জয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল যে সেই সময়ত কৰ্মৰত কৰ্মচাৰীসকলৰ দৰমহাৰ পৰা কৰ্তন কৰা স্বাস্থ্য বীমাৰ ধন জমা দিয়া হোৱা নাই। তাৰ পিছত আনুষ্ঠানিকভাৱে লিখিত অভিযোগ দাখিল কৰা হয়।

শ্ৰমিকৰ অভিযোগৰ ভিত্তিত চেন্নাইৰ এগম’ৰ দণ্ডাধীশ আদালতত জয়া, ৰাম আৰু ৰাজাৰ বিৰুদ্ধে গোচৰ চলে। জয়া আৰু তেওঁৰ সহযোগীয়ে ধন ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দি গোচৰটো প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনায় যদিও আদালতে তেওঁলোকৰ আবেদন নাকচ কৰি শুকুৰবাৰে গোচৰৰ শাস্তি ঘোষণা কৰে।

লগতে পঢ়ক: চাণক্য নীতি: পুৰুষৰ আগতো ব্যক্ত কৰিব নালাগে এই ৪ টা কথা, নহ’লে বিপদৰ পৰা নাপাব পৰিত্ৰাণ!

উল্লেখ্য যে জয়াপ্ৰদাই ৩০০ৰো অধিক হিন্দী আৰু তেলেগু চিনেমাত অভিনয় কৰিছে। তেওঁ এটা সময়ত বলীউদৰ বাণিজ্যিক পাৰিবাৰিক ছবিৰ অতি জনপ্ৰিয় মুখ আছিল।

Recent News

পূৰ্বে দুবাৰকৈ বিফল বিয়া, এইবাৰ তৃতীয় বিবাহৰ সাতদিন পাছতেই নৱবিবাহিতাক হত্যা স্বামীৰ

পূৰ্বে দুবাৰকৈ বিফল বিয়া, এইবাৰ তৃতীয় বিবাহৰ সাতদিন পাছতেই নৱবিবাহিতাক হত্যা স্বামীৰ

ভাৰত-আমেৰিকাৰ যৌথ প্ৰচেষ্টাত আকাশত উৰিল সামৰিক বিমান ‘চি-১৭ গ্ল’বমাষ্টাৰ’

ভাৰত-আমেৰিকাৰ যৌথ প্ৰচেষ্টাত আকাশত উৰিল সামৰিক বিমান ‘চি-১৭ গ্ল’বমাষ্টাৰ’

অবিশ্বাস্য! একেলগে অন্তঃসত্ত্বা হ’ল একেখন হাস্পতালৰ ১৪ গৰাকী নাৰ্ছ, কিন্তু কেনেকৈ?

অবিশ্বাস্য! একেলগে অন্তঃসত্ত্বা হ’ল একেখন হাস্পতালৰ ১৪ গৰাকী নাৰ্ছ, কিন্তু কেনেকৈ?

‘ইঅ’এছ-০৯’ মহাকাশলৈ প্ৰেৰণ অভিযান বিফল, সদৰী কৰিলে ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে

‘ইঅ’এছ-০৯’ মহাকাশলৈ প্ৰেৰণ অভিযান বিফল, সদৰী কৰিলে ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd