• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৃষকৰ আন্দোলন সমৰ্থন কৰাৰ বাবেই ধৰ্ষণ কৰি হত্যাৰ ভাবুকি অভিনেত্ৰীক, কোন এই অভিনেত্রী?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 6, 2021 5:26 pm

2 min read

NUP_174216_1555.jpg
409
VIEWS
Share on FacebookShare on Twitter

দিল্লীত তিনি খনকৈ কৃষি আইনৰ বিৰুদ্ধে দেশৰ হাজাৰ হাজাৰ কৃষকে আন্দোলন কৰি থকাৰ মাজতে এই আন্দোলনলৈ মুকলি সমৰ্থন আগবঢ়াইছে বিশ্বৰ বহু শিল্পী তথা অভিনেতা-অভিনেত্ৰীয়ে।

কৃষকৰ আন্দোলনক সমৰ্থন কৰাৰ বাবেই এইবাৰ এগৰাকী ব্ৰিটিছ অভিনেত্ৰীক ছ’চিয়েল মিডিয়াৰ জৰিয়তে দিয়া হৈছে ধৰ্ষণ কৰি হত্যাৰ ভাবুকি।

ধৰ্ষণ কৰি হত্যাৰ ভাবুকি পোৱা অভিনেত্ৰীগৰাকী হৈছে পাকিস্তানী মূলৰ ব্ৰিটিছ অভিনেত্ৰী জামিলা জামিল।

শেহতীয়াকৈ জামিলা জামিলে দিল্লীত চলি থকা কৃষকৰ আন্দোলনলৈ মুকলি সমৰ্থন জনাইছিল।

ইয়াৰ পিছতে তেওঁক ছ’চিয়েল মিডিয়াৰ জৰিয়তে ধৰ্ষণ কৰি হত্যাৰ ভাবুকি দিয়া হয়।

ইতিমধ্যে অভিনেত্ৰীগৰাকীয়ে তেওঁক দিয়া ভাবুকিৰ বিষয়ে ইনষ্টাগ্ৰামৰ জৰিয়তে সকলোকে অৱগত কৰিছে।

উল্লেখ্য ব্ৰিটিছ অভিনেত্ৰী জামিলা জামিলৰ পিতৃ বাবা আলি জামিল ভাৰতীয় লোক হোৱাৰ লগতে অভিনেত্ৰীগৰাকীৰ মাতৃ ছিৰিন জামিল পাকিস্তানী।

বৰ্তমান ব্ৰিটেইনৰ ছবি জগতৰ এখন পৰিচিত মুখ জামিলাই তেওঁক দিয়া ভাবুকি সন্দৰ্ভত মন্তব্য কৰি কৈছে যে কেৱল কৃষকেই নহয়, সমাজৰ বঞ্চিত সকলো লোকৰ প্ৰতিবাদৰ প্ৰতি তেওঁ  সমৰ্থন জনাই যাব।

তেওঁ লগতে কয় যে কৃষকৰ আন্দোলন মষিমূৰ কৰিবলৈ এটা আন্তঃৰাষ্ট্ৰীয় শক্তিয়ে কাম কৰি আছে।

সেই শক্তিক কেতিয়াও তেওঁ ভয় নকৰে বুলিও অভিনেত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে।

উল্লেখ্য দিল্লীৰ কৃষক বিদ্ৰোহলৈ শেহতীয়াকৈ অভিনেত্ৰী মিঞা খালিফাকে ধৰি আন বহুতে সমৰ্থন জনাইছে।

Recent News

155512718_4069084763109762_1614877952894308684_o

মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনায় বোকাখাতত কোনে কোনে দাখিল কৰিলে মনোয়ন পত্র?

বলিউড : সুশান্ত সিং ৰাজপুতক ড্ৰাগছ যোগান ধৰা তিনিজন লোকক আটক কৰিলে এনচিবিয়ে

বলিউড : সুশান্ত সিং ৰাজপুতক ড্ৰাগছ যোগান ধৰা তিনিজন লোকক আটক কৰিলে এনচিবিয়ে

index

নিৰ্বাচনত বিজেপিক বৰ্জনৰ আহ্বান সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ

digital-media-ethics-1024x512

কেন্দ্ৰৰ ডিজিটেল মিডিয়া নীতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ এডিটৰ্ছ গীল্ড অফ ইণ্ডিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd