DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পৰিচালক অনুৰাগ কাশ্যপে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ অভিনেত্ৰীৰ; গ্ৰেপ্তাৰৰ দাবী কংগনাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 20, 2020 8:46 am
Payal-Ghosh-accused-Anurag-Kashyap-for-sexual-exploitation

পায়েল ঘোষ আৰু অনুৰাগ কাশ্যপ।

773
VIEWS
Share on FacebookShare on Twitter

বলীউদৰ খ্যাতনাম চলচ্চিত্ৰ নিৰ্মাতা অননুৰাগ কাশ্যপৰ বিৰুদ্ধে এগৰাকী অভিনেত্ৰীয়ে আনিছে এক গুৰুতৰ অভিযোগ।

অভিনেত্ৰী পায়েল ঘোষে অনুৰাগ কাশ্যপৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে।

তদুপৰি, অভিনেত্ৰী পায়েল ঘোষে বৰ্তমান তেওঁৰ জীৱনলৈ শংকা অহা বুলিও প্ৰকাশ কৰিছে।

পায়েলে তেওঁৰ টুইটাৰত এটা পোষ্টত লিখিছে,’’অনুৰাগে মোৰ সৈতে জোৰ জৱৰদস্তি কৰিছিল আৰু বহুত বেয়া আচৰণ কৰে।‘’

ইয়াৰ পাছত পায়েলে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক ট্যাগ কৰি লিখিছে,’’অনুগ্ৰহ কৰি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লওক আৰু দেশক এই ব্যক্তিৰ প্ৰকৃত স্বৰূপ দেখাই দিয়ক। মই জানো যে এইটোৱে মোৰ ক্ষতি কৰিব পাৰে আৰু মোৰ সুৰক্ষা বিপদত। অনুগ্ৰহ কৰি মোক সহায় কৰক।‘’

অভিনেত্ৰী পায়েল ঘোষৰ সমৰ্থনত বহুলোকে আগবাঢ়ি আহিছে যদিও আন কিছুমানে তেওঁৰ সস্তীয়া প্ৰচাৰক লৈ ট্ৰোলো কৰিছে।

পায়েলৰ পোষ্টৰ ওপৰত কংগনা ৰানাৱটেও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কংগনাই পায়েলৰ সমৰ্থনত লিখিছে,’’প্ৰত্যেক প্ৰতিবাদৰে গুৰুত্ব আছে। অনুৰাগ কাশ্যপক গ্ৰেপ্তাৰ কৰক।‘’

আনহাতে, ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ ৰেখা শৰ্মায়ো পায়েলৰ সমৰ্থনত আগবাঢ়ি আহিছে।

এটা টুইটত তেওঁ লিখিছে,’’তুমি তোমাৰ অভিযোগ মোক মেইল কৰা। ৰাষ্ট্ৰীয় মহিলা আয়োগে এই বিষয়টো চাব।‘’

অভিনেত্ৰী পায়েল ঘোষে হিন্দী, দক্ষিণৰ লগতে পঞ্জাৱী চলচ্চিত্ৰতো অভিনয় কৰিছে।

Recent News

প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ’ল ভাৰতীয় অভিনেত্ৰীৰ, মাত্ৰ ২১ বছৰ বয়সতে মৃত্যু

প্লাষ্টিক চাৰ্জাৰীয়েই কাল হ’ল ভাৰতীয় অভিনেত্ৰীৰ, মাত্ৰ ২১ বছৰ বয়সতে মৃত্যু

Putin very ill with blood cancer

ব্লাড কেঞ্চাৰত আক্ৰান্ত পুটিন! ৰুছ ধনকুবেৰৰ ভাইৰেল অডিঅ’ ৰেকৰ্ডিঙে সৃষ্টি কৰিছে চাঞ্চল্য

Road accident

বৰপেটাত ভয়াৱহ পথ দুৰ্ঘটনা: দ্ৰুতবেগী বাহনে প্ৰাণ ল’লে তিনিজনৰ, পাঁচজন আহত

New Zealand sanctions: ৰাষ্ট্ৰপতিকে ধৰি বেলাৰুছৰ ২৭ জন নেতাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিলে নিউজিলেণ্ডে

New Zealand sanctions: ৰাষ্ট্ৰপতিকে ধৰি বেলাৰুছৰ ২৭ জন নেতাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিলে নিউজিলেণ্ডে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd