• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘বলীউডত ২ মিনিটৰ অভিনয় কৰিবলৈও নায়িকা হ’ব লাগে নায়কৰ শয্যাসংগিনী’! কংগনাৰ মহা বিস্ফোৰণ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 16, 2020 3:37 pm

2 min read

newsinn
1.7k
VIEWS
Share on FacebookShare on Twitter

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাকলৈ কৰা কেইটামান টুইটৰ বাবেই শিৱসেনাৰ ৰোষত পৰা কংগনা ৰাণাৱটকলৈ এতিয়া বলীউডৰ শিল্পী সমাজ দুটা ভাগত বিভক্ত হৈ পৰিছে।

কোনোৱাই যদি কংগনাক সমালোচনা কৰিছে কোনোৱাই আকৌ অভিনেত্ৰীগৰাকীৰ কাষত থিয় দিছে।

कौन सी थाली दी है जया जी और उनकी इंडस्ट्री ने? एक थाली मिली थी जिसमें दो मिनट के रोल आइटम नम्बर्ज़ और एक रोमांटिक सीन मिलता था वो भी हेरो के साथ सोने के बाद,मैंने इस इंडस्ट्री को फ़ेमिनिज़म सीखाया,थाली देश भक्ति नारीप्रधान फ़िल्मों से सजाई,यह मेरी अपनी थाली है जया जी आपकी नहीं। https://t.co/lPo9X4hRZX

— Kangana Ranaut (@KanganaTeam) September 16, 2020

এনে সময়তে সমাজবাদী পাৰ্টীৰ সাংসদ তথা অভিনেত্ৰী জয়া বচ্চনে কংগনাক সমালোচনা কৰি কৈছিল যে যিখন থালত খোৱা হয় সেই থাল খন ফুটা কৰিব নালাগে।

কংগনাই মুম্বাইক পাক অধিকৃত কাশ্মীৰৰ সৈতে ৰিজোৱাৰ বাবেই জয়া বচ্চনে এনেদৰে মন্তব্য কৰিছিল।

তেওঁ লগতে একাংশ শিল্পীয়ে বলীউডৰ গৰিমাত কালিমা সনা বুলিও অভিযোগ কৰিছিল।

জয়াৰ এনে মন্তব্যৰ পিছতে বলীউডৰ ভিতৰচ’ৰা সন্দৰ্ভত মহা বিস্ফোৰণ ঘটাইছে কংগনা ৰাণাৱটে।

বলীউডৰ গৰিমাৰ প্ৰসংগ উল্লেখ কৰি কংগনাই জয়া বচ্চনক এইবুলি উভতি ধৰিছে যে যি বলীউডত এটা ২ মিনিটৰ সাধাৰণ চৰিত্ৰত অভিনয় কৰিবলৈ নায়কৰ সৈতে নায়িকা শয্যাসংগিনী হ’ব লাগে সেই বলীউডৰ গৰিমাৰ কথা কৈ একো লাভ নাই।

কংগনাৰ এনে বিস্ফোৰণে এতিয়া বলীউডৰ বহু নৱাগতা নায়িকাক লাজত পেলোৱাৰ লগতে চিন্তাত পেলোৱাও দেখা গৈছে।

ফেমিনিজম কি সেয়া কংগনাই বলীউডক শিকাইছে বুলিও অভিনেত্ৰী গৰাকীয়ে টুইটাৰত উল্লেখ কৰে।

ইপিনে বলীউড এতিয়া ড্ৰাগছৰ নিচাত আচ্ছন্ন বুলি কংগনাই কৰা মন্তব্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অভিনেত্ৰী উৰ্মিলা মাটণ্ডকাৰে।

কংগনাক সমালোচনা কৰি উৰ্মিলাই কয় যে কংগনাই ভাঙৰ নিচাত বন্দী হৈ থকা হিমাচল প্ৰদেশৰ কথা নকয় কিয়?

Recent News

মিজোৰামত জনসাধাৰণৰ উপাসনাৰ বাবে ফেব্ৰুৱাৰিৰ পৰা পুনৰ খুলিব গীৰ্জা

মিজোৰামত জনসাধাৰণৰ উপাসনাৰ বাবে ফেব্ৰুৱাৰিৰ পৰা পুনৰ খুলিব গীৰ্জা

Modi-2

দেশৰ ৩০০৬ টা কেন্দ্ৰত প্ৰদান কৰা হ’ব কোভিড ভেকচিন,এইসকল লোকে ল’ব নোৱাৰিব ভেকচিন

অসম ৰাইফলছৰ অভিযানত অস্ত্ৰ-শস্ত্ৰ সহ য়ুএনএলএফ বিদ্ৰোহী আটক

অসম ৰাইফলছৰ অভিযানত অস্ত্ৰ-শস্ত্ৰ সহ য়ুএনএলএফ বিদ্ৰোহী আটক

ভাৰত-বাংলাদেশৰ মাজত ৱাঘা সীমান্তৰ নিচিনা দৈনিক পেৰেড অনুষ্ঠিত কৰাৰ প্ৰস্তুতি

ভাৰত-বাংলাদেশৰ মাজত ৱাঘা সীমান্তৰ নিচিনা দৈনিক পেৰেড অনুষ্ঠিত কৰাৰ প্ৰস্তুতি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd