• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আদানী-আম্বানীক পানীৰ দৰত ভূমি হস্তান্তৰ: সৰৱ ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 23, 2026 9:44 pm
60
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধুবুৰী জিলাৰ চাপৰত তাপ বিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে আদানী গ্ৰুপক ৪৫৫৮ বিঘা ভূমি হস্তান্তৰ কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে ‘ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতি’য়ে। ৰাজ্য চৰকাৰৰ এই পদক্ষেপক অসমক আদানী-আম্বানীৰ ‘কলনী’লৈ (উপনিৱেশ) ৰূপান্তৰ কৰাৰ এক পৰিকল্পনা বুলি অভিহিত কৰিছে সংগঠনটোৱে।

এক প্ৰেছ বিবৃতিযোগে সমিতিৰ অন্যতম আহ্বায়ক প্ৰণৱ দলে আৰু সুব্ৰত তালুকদাৰে কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কৰ্প’ৰেট প্ৰীতিৰ বাবেই এতিয়া ৰাজ্যৰ চৰকাৰী ভূমি বৃহৎ পুঁজিপতিৰ হাতলৈ গৈছে। নেতাদ্বয়ে উল্লেখ কৰা অনুসৰি, আদানীক গতোৱা মুঠ ৪৫৫৮ বিঘা মাটিৰ ভিতৰত ৩৪৮৫ বিঘাই হৈছে চৰকাৰী মাটি। ৩৫ বছৰৰ বাবে লীজত দিয়া এই বৃহৎ পৰিমাণৰ চৰকাৰী ভূমিৰ বাবদ আদানীয়ে মাত্ৰ ৫ কোটি টকাহে প্ৰদান কৰিছে। ইয়াৰ অৰ্থ হৈছে, প্ৰতি বিঘা মাটিৰ বিনিময়ত পুঁজিপতিগৰাকীয়ে ব্যয় কৰিছে মাত্ৰ ১৪,৩৪৭ টকা। পানীৰ দৰত অসমৰ ভূমি পুঁজিপতিক গতোৱা কাৰ্য্যক দুৰ্ভাগ্যজনক বুলি আখ্যা দি সমিতিয়ে কয় যে, ভৱিষ্যতে এই প্ৰকল্পৰ পৰা উৎপাদিত বিদ্যুতো অসম চৰকাৰে উচ্চ হাৰত ক্ৰয় কৰিবলগীয়া হ’ব, যিটো আদানীৰ বাবে ৰঙা দলিচা পাৰি দিয়াৰ দৰেই এক কাৰ্য।

Apply Now

বিবৃতিটোত চৰকাৰৰ শেহতীয়া উচ্ছেদ অভিযানকো কঠোৰ ভাষাৰে সমালোচনা কৰা হয়। নেতাদ্বয়ে অভিযোগ কৰে যে, সাধাৰণ খাটিখোৱা মানুহক উচ্ছেদ কৰাৰ সময়ত মুখ্যমন্ত্ৰীয়ে ইয়াক খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত কৰা বুলি সদম্ভে ঘোষণা কৰিছিল যদিও এতিয়া প্ৰমাণিত হৈছে যে ইয়াৰ আঁৰত কেৱল ‘আদানী প্ৰীতি’হে জড়িত আছিল। জনজাতীয় লোকৰ প্ৰবল আন্দোলনৰ ওচৰত হাৰ মানি তেওঁলোকৰ ভূমি অধিগ্ৰহণ কৰিব নোৱাৰি এতিয়া চৰকাৰে অতীজৰে পৰা খেতি-বাতি কৰি অহা সংখ্যালঘু লোকৰ ভূমিখণ্ডক সহজ টাৰ্গেট কৰি লৈছে বুলিও সমিতিয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰে।

এনেদৰে অবৈধ ভূমি হস্তান্তৰ প্ৰক্ৰিয়া অব্যাহত থাকিলে অনাগত ৫ বছৰত অসমৰ সমগ্ৰ চৰকাৰী ভূমি আদানী, আম্বানী বা ৰামদেৱৰ দৰে বৃহৎ পুঁজিপতিৰ দখললৈ যাব বুলি সমিতিয়ে গভীৰ আশংকা প্ৰকাশ কৰিছে। চৰকাৰৰ এই কৰ্প’ৰেট প্ৰীতি সমগ্ৰ অসমৰ সামাজিক আৰু পাৰিপাৰ্শ্বিক গাঁথনিৰ প্ৰতি এক তীব্ৰ ভাবুকি বুলি সতৰ্ক কৰি দি ‘ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতি’য়ে জাতি-মাটি-ভেটি ৰক্ষাৰ স্বাৰ্থত সৰ্বসাধাৰণ ৰাইজক এই অবৈধ ভূমি হস্তান্তৰ প্ৰক্ৰিয়াৰ বিৰোধিতা কৰিবলৈ আহ্বান জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

June 29, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd