• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিশাৰ ভিতৰতে চুৰি কৰি নিলে ৯০ ফুট দীঘল দলং! হতভম্ব নিৰ্মাণকাৰী আদানিৰ কোম্পানী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 9, 2023 11:11 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুনি চকু কপালত উঠা ঘটনা! মুম্বাইত ৬ হাজাৰ কেজি ওজনৰ সমগ্ৰ দলংখনেই চুৰি হৈ গ’ল। দেখি মূৰত হাত দিলে নিৰ্মাণ কোম্পানীটোৱে। পশ্চিম চহৰৰ উপকণ্ঠ অঞ্চলৰ বৃহৎ নলাৰ ওপৰত ৯০ ফুট দীঘল এখন অস্থায়ী লোহাৰ দলং স্থাপন কৰা হৈছিল। সেইখন হেনো নিশাৰ ভিতৰতে অদৃশ্য হৈ পৰিল। এই ঘটনাত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে ইমান বৃহৎ দলং এখন চুৰি কৰাটো কেনেকৈ সম্ভৱ? অৱশ্যে চুৰি কৰি নিয়া আদানীৰ কোম্পানীয়ে নিৰ্মাণ কৰা দলংখন উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক: ‘অশিক্ষিত নেতাই দেশ চলাইছে’; বিতৰ্কিত মন্তব্য কৰি ট্ৰ’ল হোৱাৰ পিছতে স্পষ্টীকৰণ কাজলৰ

Apply Now

বাংগুৰ নগৰ আৰক্ষী থানাই জনোৱা মতে, পশ্চিম মালাডত নিৰ্মাণ কৰা হৈছিল এই দলংখন। বৃহৎ নলাটোৰ এটা ফালৰ পৰা আনটো ফাললৈ বৃহৎ সংখ্যক হাই ভল্টেজৰ বিদ্যুতৰ তাঁৰ কঢ়িয়াই নিব পৰাকৈ এই অস্থায়ী দলংখন নিৰ্মাণ কৰা হৈছিল। কেইমাহ পূৰ্বে যেতিয়া তাত এখন নতুন স্থায়ী দলং নিৰ্মাণ কৰা হ’ল, তেতিয়া অস্থায়ী দলংখন অন্য স্থানলৈ স্থানান্তৰিত কৰা হয়।

যোৱা ২৬ জুনত নিৰ্মাণ কোম্পানীটোৰ লোকে দলংখন চুৰি হোৱা দেখি হতভম্ব হৈ পৰে। তেওঁলোকে লগে লগে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে।

তদন্তৰ অন্তত আৰক্ষীয়ে গম পায় যে শেষবাৰৰ বাবে ৬ জুনত দলংখন তাতেই আছিল। তাৰপিছত ক’লৈ গ’ল? অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি আৰক্ষীয়ে জানিব পাৰে যে যোৱা ১১ জুনত এখন বৃহৎ বাহন দলং এলেকাত অহাযোৱা কৰা দেখা গৈছিল।

লগতে পঢ়ক: পত্নীক ভালপোৱাৰ বাবে সলনি কৰিছিল জাৰ্চি নম্বৰ! কিংবদন্তি ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড়ৰ প্ৰেম কাহিনী

তদন্তকাৰী দলে জানিব পাৰে যে সেই গাড়ীখনত এটা গেছ কাটিং মেচিন আছিল। যাৰ সহায়ত ডাঠ লোহাৰ পাটবোৰ কাটিছিল। ইয়াৰ পিছতে আৰক্ষীয়ে অভিযুক্ত নিৰ্মাণ কোম্পানীটোৰ এজন শ্ৰমিক আৰু তেওঁৰ চাৰিজন সংগীক গ্ৰেপ্তাৰ কৰে। তেওঁলোকক সোধা-পোছা কৰাৰ অন্তত ইতিমধ্যে উদ্ধাৰ হৈছে চুৰি দলংখন। অৱশ্যে তাৰ অৱস্থা আৰু আগৰ দৰে নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd