DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, September 24, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনা :  পিতৃ-মাতৃক হেৰুওৱা শিশুৰ শিক্ষাৰ দায়িত্ব ল’ব আদানী গ্ৰুপে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 5, 2023 9:44 am
245
VIEWS
Share on FacebookShare on Twitter

উৰিষ্যাৰ বালাছ’ৰত সংঘটিত হোৱা মৰ্মান্তিক ৰে’ল দুৰ্ঘটনাত নিজৰ পিতৃ-মাতৃক হেৰুৱাই কেইবাটাও শিশুৱে অনাথ জীৱন আকোঁৱালি ল’বলগা হৈছে।

এই দুৰ্ঘটনাত পিতৃ-মাতৃক হেৰুওৱা শিশু সকলৰ দায়িত্ব আৰু ভৱিষ্যতক লৈ প্ৰশ্ন উত্থাপন হোৱা সময়তে তেওঁলোকৰ শিক্ষাৰ দায়িত্ব ল’বলৈ আগবাঢ়ি আহিছে দেশৰ আগশাৰীৰ কৰ্পৰেট গোষ্ঠী ‘আদানী গোট’।

এই ঘোষণা কৰিছে আদানী গোটৰ অধ্যক্ষ গৌতম আদানীয়ে। আদানীয়ে নিজৰ টুইটাৰত লিখিছে, “আমি সিদ্ধান্ত লৈছোঁ যে এই দুৰ্ঘটনাত পিতৃ-মাতৃক হেৰুৱাই পেলোৱা শিশুসকলৰ স্কুলীয়া শিক্ষাৰ দায়িত্ব আদানী গোটে ল’ব।”

লগতে পঢ়কঃ পাষাণ শহুৰেকে দাৰে ঘপিয়াই কাটি পেলালে বোৱাৰীয়েকত হাত : তিনিচুকীয়াত নাৰী নিৰ্যাতনৰ ভয়ানক ঘটনা

তেওঁ লগতে লিখিছে, ‘ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালক শক্তি প্ৰদান কৰাটো আমাৰ সকলোৰে যৌথ দায়িত্ব।’

ইফালে আজি ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে দুৰ্ঘটনাৰ মূল কাৰণ আৰু ইয়াৰ বাবে দায়ী লোকসকলক চিনাক্ত কৰা হৈছে। তেওঁ কয় যে ইলেক্ট্ৰনিক ইন্টাৰলকৰ পৰিৱৰ্তনৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে।

উল্লেখ্য যে, ২ জুনৰ নিশা সংঘটিত হোৱা এই ভয়ংকৰ ৰেল দুৰ্ঘটনাত প্ৰায় ৩০০ লোকৰ প্ৰাণহানি হোৱাৰ লগতে ৯০০ৰো অধিক লোক আহত হয়। উপলব্ধ তথ্য অনুসৰি ভাৰতৰ ভিতৰতে চতুৰ্থ মাৰাত্মক এই ৰেল দুৰ্ঘটনাটো কলকাতাৰ পৰা প্ৰায় ২৫০ কিলোমিটাৰ দক্ষিণে আৰু ভুৱনেশ্বৰৰ পৰা ১৭০ কিলোমিটাৰ উত্তৰে বালাছ’ৰ জিলাৰ বাহানাগা বাজাৰ ষ্টেচনৰ সমীপত যোৱা শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭ বজাত সংঘটিত হয়।

লগতে পঢ়কঃ ঠিক যেন শচীনৰ দৰেই…: গিলৰ প্ৰশংসাত পঞ্চমুখ পাক কিংবদন্তি আক্ৰাম

Recent News

সাৱধান! মাহেকীয়াৰ সময়ত নাখাব চকলেট আৰু আইচক্ৰীম 

সাৱধান! মাহেকীয়াৰ সময়ত নাখাব চকলেট আৰু আইচক্ৰীম 

আকৌ পোহৰলৈ নিযুক্তি কেলেংকাৰী : চাকৰি দিয়াৰ নামত ঘোচ লৈ গ্ৰেপ্তাৰ বিজেপি নেতা

আকৌ পোহৰলৈ নিযুক্তি কেলেংকাৰী : চাকৰি দিয়াৰ নামত ঘোচ লৈ গ্ৰেপ্তাৰ বিজেপি নেতা

নিৰ্বাচনৰ আগত প্ৰধানমন্ত্ৰীৰ সিদ্ধান্ত : বিক্ৰী বন্ধ হ’ব পাৰে চিগাৰেটৰ

নিৰ্বাচনৰ আগত প্ৰধানমন্ত্ৰীৰ সিদ্ধান্ত : বিক্ৰী বন্ধ হ’ব পাৰে চিগাৰেটৰ

কথা পাহৰি যোৱাটো অভ্যাসত পৰিণত হৈছে নেকি? তেন্তে পঢ়ক এইটো লেখা –

কথা পাহৰি যোৱাটো অভ্যাসত পৰিণত হৈছে নেকি? তেন্তে পঢ়ক এইটো লেখা –

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd