• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সংসদত আদানী বিতৰ্ক: তদন্তৰ দাবী জনাই সংসদত সোচ্চাৰ বিৰোধী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 2, 2023 1:22 pm
Adani
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধনকুবেৰ আদানীৰ বিত্তীয় জালিয়াতিৰ অভিযোগে সম্প্ৰতি দেশৰ লগতে তোলপাৰ বিশ্বতো। আমেৰিকাৰ শ্বৰ্ট চেলাৰ প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গে আদানী গ্ৰুপৰ বিৰুদ্ধে উত্থাপন কৰা জালিয়াতিৰ অভিযোগৰ পাছতে এসময়ত সংকটত পৰিছে আদানী, হোৰহোৰাই কমিছে আদানী গোটৰ শ্বেয়াৰ। হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনে এসময়ৰ বিশ্বৰ ভিতৰতে দ্বিতীয় ধনৱন্ত ৰূপে পৰিগণিত হোৱা আদানীক এতিয়া শীৰ্ষ দহৰ পৰা বাহিৰ কৰি দিছে।

অৱশ্যে আদানীৰ এই ব্যক্তিগত সংকটৰ ফলত দেশলৈ নামি আহিব পৰা সংকটৰ আশংকাই অধিক ভীতিগ্ৰস্ত কৰি তুলিছে দেশবাসীক। আদানীৰ বিৰুদ্ধে হিণ্ডেনবাৰ্গৰ অভিযোগক লৈ আজি উত্তাল হৈ পৰে সংসদ। আদানীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ দাবী জনাই আজি সংসদত সোচ্চাৰ হৈ পৰে বিৰোধী ৰাজনৈতিক দলসমূহ।

Apply Now

বিৰোধীয়ে আদানীৰ এই জালিয়াতিয়ে কোটি কোটি ভাৰতীয়ৰ কষ্টোপাৰ্জিত ধনৰ সুৰক্ষাক বিপদত পেলাইছে বুলি অভিযোগ কৰি আদানী গ্ৰুপৰ সংকটৰ সন্দৰ্ভত যৌথ সংসদীয় সমিতি বা উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত তদন্তৰ দাবী জনাইছে।

আজি পুৱা কেইবাটাও বিৰোধী দলৰ নেতাই ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খৰ্গেৰ চেম্বাৰত এক বৈঠকত মিলিত হয়। তৃণমূল কংগ্ৰেছ, আম আদমী পাৰ্টি, সমাজবাদী পাৰ্টি, ডি এম কে, জনতা দল-ইউনাইটেড, বাওঁপন্থী দলসমূহকে ধৰি ১৩টা দলৰ নেতা বৈঠকত উপস্থিত থাকে।

সংসদত আদানীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত আলোচনাৰ বাবে ৯ টা দলে জাননী দাখিল কৰিছে। ৰাজ্যসভাত এই প্ৰস্তাৱ আগবঢ়ায় কংগ্ৰেছৰ মুৰব্বী খৰ্গে, আপ নেতা সঞ্জয় সিং আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ দল ভাৰত ৰাষ্ট্ৰ সমিতিৰ সাংসদ কে কেশৱ ৰাৱে। লোকসভাৰ কংগ্ৰেছৰ হুইপ মণিকম ঠাকুৰে নিম্ন সদনত একেধৰণৰ স্থগিতাদেশৰ প্ৰস্তাৱ দাখিল কৰে।

কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খৰ্গেই এই বিষয়ত বিৰোধী শক্তিক নেতৃত্ব দি এল আই চি, ৰাজহুৱা খণ্ডৰ বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহে বজাৰ মূল্য হেৰুৱা কোম্পানীসমূহত বিনিয়োগৰ বিষয়টো আলোচনাৰ বাবে ২৬৭ নং নিয়মৰ অধীনত প্ৰস্তাৱ আগবঢ়ায়। খৰ্গেই কয়, “আমি বিষয়টোৰ ওপৰত আলোচনা বিচাৰিছিলো। আমাৰ জাননী নাকচ কৰা হয়।”

বিৰোধীয়ে যেতিয়া গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে, তেতিয়া আলোচনাৰ বাবে সময় দিয়া নহয় বুলিও খৰ্গেই অভিযোগ উত্থাপন কৰে। তেওঁ লগতে যৌথ সংসদীয় সমিতি বা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ তত্বাৱধানত থকা এটা দলে এই বিষয়ে তদন্ত কৰিব লাগে বুলিও দাবী জনায়।

ইফালে, হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনক লৈ বিৰোধীৰ আলোচনাৰ দাবীৰ মাজতে আজি দুপৰীয়া ২ বজালৈ সংসদৰ দুয়ো সদন স্থগিত ৰখা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd