DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, October 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কণ্টেইনমেণ্ট জ’নৰ বাহিৰত ভ্ৰমণ নকৰিবলৈ জনসাধাৰণক অনুৰোধ এডিজিপি জি পি সিঙৰ

কণ্টেইনমেণ্ট জ'নৰ ক্ষেত্ৰত অধিক কঠোৰ হ'ব অসম আৰক্ষী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 14, 2020 9:51 am
1.1k
VIEWS
Share on FacebookShare on Twitter

কালি কামৰূপ মহানগৰ জিলাত ১৫ জনকৈ লোকৰ দেহত মাৰাত্মক কোভিড-১৯ ভাইৰাছ ধৰা পৰাৰ পাছত অধিক তৎপৰ তথা কঠোৰ হৈছে অসম আৰক্ষী।

কণ্টেইনমেণ্ট জ’নৰ পৰা বাহিৰলৈ ভ্ৰমণ নকৰিবলৈ জনসাধাৰণক অনুৰোধ জনাইছে এডিজিপি(আইন) জি পি সিঙে।

টুইটাৰযোগে এই অনুৰোধ জনাইছে সিঙে।

নিশা প্ৰায় ১ বজাত কৰা এটা টুইটত তেওঁ লিখি কয় যে, “অতি বিনম্ৰ অনুৰোধ যে কণ্টেইনমেণ্ট জ’নৰ পৰা অন্য জিলালৈ জনসাধাৰণে আন্তঃজিলা ভ্ৰমণ কৰিবলৈ অনুমতি পত্ৰ নিবিচাৰিব।”

“কণ্টেইনমেণ্ট জ’নৰ পৰা ভ্ৰমণ কৰি অসমৰ ৩.৩ কোটি জনতালৈ বিপদ কঢ়িয়াই নানিব।” তেওঁ লগতে কয়।

ইপিনে, সমগ্ৰ ৰাজ্যৰে কণ্টেইনমেণ্ট জ’নৰ পৰা লোকসকলক বাহিৰলৈ ওলাই আহিবলৈ অনুমতি দিয়া নহ’ব বুলি তেওঁ টুইটত উল্লেখ কৰে।

উল্লেখযোগ্য যে, কালি গুৱাহাটীত ১৫ গৰাকী লোকৰ দেহত এই মাৰাত্মক ভাইৰাছ ধৰা পৰাৰ পাছত মহানগৰীৰ ফাঁচিবজাৰ, ফটাশিল আমবাৰী, পাণবজাৰ ৰেইলৱে কলনি, শান্তিপুৰ আশ্ৰম ৰোড আৰু কুমাৰপাৰাক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে।

ইয়াৰ পূৰ্বে মহানগৰৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেইবাটাও কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছিল প্ৰশাসনে।

Tags: COVID-19

Recent News

Rhino carcass found in Kaziranga

কাজিৰঙাত উদ্ধাৰ গঁড়ৰ মৃতদেহ: চোৰাং চিকাৰৰ সম্ভাৱনা অস্বীকাৰ বন বিভাগৰ

protest against NPS

মানি লোৱা নহ’ব নতুন পেঞ্চন নীতি! হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীয়ে কঁপালে দিল্লী

Bangladeshi woman visits UP to meet boyfriend

ভাৰতীয় প্ৰেমিক ওলাল বিবাহিত! ভঙা হৃদয়েৰে স্বদেশলৈ উভতিল বাংলাদেশী মহিলা

Asian Games 2023

এছিয়ান গেমছ: ইতিহাস ৰচি স্বৰ্ণ জিনিলে অবিনাশে, শ্বটপুটত তাজিন্দৰপাল সিঙৰ স্বৰ্ণ জয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd