DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সকাহ!পান কাৰ্ডৰ সৈতে আধাৰ সংযোগৰ সময় সীমা ৩১ ডিচেম্বৰলৈ বৃদ্ধি

এন ই নাও নিউজ by এন ই নাও নিউজ
September 28, 2019 9:35 pm
images 2

প্ৰতিনিধিত্বমূলক ফটো

1.5k
VIEWS
Share on FacebookShare on Twitter

চেন্ট্ৰেল বোৰ্ড অফ ডাইৰেক্ট টেক্স (CBDT)এ পান কাৰ্ডক আধাৰৰ সৈতে সংযোগ কৰাৰ অন্তিম তাৰিখ বৃদ্ধি কৰিছে।

এতিয়া যিকোনো ব্যক্তিয়ে ৩১ ডিচেম্বৰ, ২০১৯’ৰ ভিতৰত পান কাৰ্ডৰ সৈতে আধাৰৰ সংযোগ কৰিব পাৰিব।

ইয়াৰ পূৰ্বে পান কাৰ্ডৰ সৈতে আধাৰৰ সংযোগ কৰাৰ অন্তিম তাৰিখ ৩০ ছেপ্টেম্বৰ কৰা হৈছিল।

ed9be3eb-b052-4c96-8026-be45818a2dd5 23

কিছুদিন পূৰ্বে আয়কৰ বিভাগে পান কাৰ্ড আৰু আধাৰৰ সংযোগ বাধ্যতামূলক কৰিছিল। তদুপৰি, কেইবাবাৰো পান আৰু আধাৰ সংযোগৰ সময়সীমাৰ পৰিৱৰ্তন কৰা হৈছিল।

বিগত জুলাই মাহত বাজেটৰ সময়ছোৱাত পান আৰু আধাৰৰ সংযোগৰ ক্ষেত্ৰত  পৰিৱৰ্তনৰ কথা ঘোষণা কৰা হৈছিল।

আনহাতে, পান কাৰ্ড আৰু আধাৰ কাৰ্ড সংযোগ নকৰিলে পান কাৰ্ড বাতিল কৰা হ’ব বুলিও সদৰী কৰা হৈছিল।

পান কাৰ্ডৰ সৈতে আধাৰ সংযোগৰ বিষয়টোৱে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল আৰু বহুতৰ বাবে কিছু শংকাৰো সৃষ্টি কৰিছিল।

সদ্যহতে, কেন্দ্রীয় চৰকাৰৰ বিত্ত বিভাগৰ চেন্ট্ৰেল বোৰ্ড অফ ডাইৰেক্ট টেক্স (CBDT)এ পান কাৰ্ডক আধাৰৰ সৈতে সংযোগ কৰাৰ অন্তিম তাৰিখ বৃদ্ধি কৰি সকলোকে কিছু পৰিমানে হ’লেও সকাহ দিয়া পৰিলক্ষিত হৈছে।

Recent News

Maharashtra crisis

কোন কাটাপ্পা কোন বাহুবলী! গুৱাহাটীত দেখা গৈছে কাটাপ্পা আৰু বাহুবলীক

Maharashtra Crisis

বিজেপিৰ ঠাঁৰত নহয়, গুৱাহাটীলৈ নিজ ইচ্ছামতে আহিছে বিসম্বাদী বিধায়ক! স্বীকাৰোক্তি একনাথ সিন্দেৰ

Doloo Tea Estate

চাহ শ্ৰমিকক অন্ধকাৰলৈ ঠেলি ডলু বাগিচাত লক আউট ঘোষণা কৰ্তৃপক্ষৰ

Benefits of the raw Mangoes: কেঁচা আম খাবলৈ বৰ জুতি; কিন্তু কেঁচা আমৰ উপকাৰিতাৰ বিষয়ে জানেনে?

Benefits of the raw Mangoes: কেঁচা আম খাবলৈ বৰ জুতি; কিন্তু কেঁচা আমৰ উপকাৰিতাৰ বিষয়ে জানেনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd