• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাহ বাগিচা মুকলি কৰিবলৈ দিয়া চৰকাৰৰ ঘোষণাত অসন্তুষ্ট আদিবাসী ছাত্র সন্থা

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
April 5, 2020 3:22 pm
Screenshot_2020-04-05-14-40-03_1

ফটো : নৰ্থ-ইষ্ট নাও

601
VIEWS
Share on FacebookShare on Twitter

লগ ডাউনৰ সমযছোৱাত অসমৰ চাহ উদ্যোগত পৰা বিৰূপ প্ৰভাৱৰ বাবে চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা শিথিলতাৰ বিৰোধিতা কৰিছে সদৌ অসম আদিবাসী ছাত্র সন্থাই।

যোৱা তিনিদিনৰ ভিতৰত অসমত ক’ৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে সেই সময়ত চৰকাৰৰ এই ঘোষণাত চাহ অধ্যুষিত অঞ্চল সমূহত বস-বাস কৰা চাহ শ্ৰমিক সকলৰ লগতে সাধাৰণ লোকেও চিন্তিত হৈ পৰা বুলি বক্তব্য কৰিছে আদিবাসী ছাত্র সন্থাই।

এই সিদ্ধান্তই লগ ডাউনৰ সময়ছোৱাত চৰকাৰী নিৰ্দেশনা মানি ঘৰৰ ভিতৰতে আৱদ্ধ থকা চাহ শ্ৰমিক সকলৰ জীৱনক লৈ হেতালি খেলা বুলি সংগঠনটোৱে অভিযোগ কৰিছে।

চৰকাৰৰ এনে সিদ্ধান্তৰ বাবে উদ্ভৱ হ’ব পৰা যিকোনো ঘটনাৰ বাবে চৰকাৰ জগৰীয়া হ’ব বুলি  স্পষ্ট কৰি দিয়ে আদিবাসী ছাত্র সন্থাৰ যোৰহাট জিলা সমিতিৰ উপদেষ্টা ৰাজেশ ৰবিদাসে।

ইপিনে চৰকাৰে দিন হাজিৰা কৰা ব্যক্তিসকলৰ বাবে মুকলি কৰি দিয়া চাউলৰ বাবে ধন্যবাদ জনোৱাৰ লগতে সেই পৰিয়ালসকলক কিছু পৰিমাণে হ’লেও দাইল, তেল আদি যোগান ধৰিবলৈ আহ্বান জনাইছে আদিবাসী ছাত্র সন্থাৰ যোৰহাট জিলা সমিতিৰ উপদেষ্টা গৰাকীয়ে।

Recent News

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd