DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ’না আতংক : ডিমা হাছাও জিলাত সাপ্তাহিক বজাৰ সমূহ বন্ধ ৰখাৰ নিৰ্দেশ

পঙ্কজকুমাৰ দেৱ by পঙ্কজকুমাৰ দেৱ
March 16, 2020 6:17 pm
Market

বজাৰ

6.7k
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছৰ  সংক্ৰমণ ৰোধ কৰাৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও জিলাৰ প্ৰতিখন সাপ্তাহিক বজাৰ সাময়িকভাৱে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদে।

আজি পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ এক জৰুৰী বৈঠকত বজাৰ সমূহ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত জিলাৰ প্ৰতিখন পৌৰ সভা  আৰু নগৰ কমিটিৰ চেয়াৰমেনৰ উপৰি জিলাৰ প্ৰতিখন বজাৰ কমিটিৰ সচিৱক ততাতৈয়াকৈ ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়া হয়।

ডিমা হাছাও জিলাৰ তথ্য আৰু জনসংযোগ বিভাগৰ ফালৰ পৰা জাৰি কৰা প্ৰেছ বিজ্ঞপ্তিত স্পষ্টকৈ উল্লেখ কৰা হয় যে, বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা কৰ’না ভাইৰাছ (ক’ভিড -১৯)ৰ  সংক্রমণৰ পৰা  ৰক্ষা পাবলৈ এই তাৎক্ষণিক পদক্ষেপ লোৱা হয়।

অবশ্যে, পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ ফালৰ পৰা নতুন নিৰ্দেশ জাৰি নকৰালৈকে সাপ্তাহিক বজাৰসমূহ বন্ধ থাকিব।

উল্লেখযোগ্য যে, আজিৰ পৰা ৰাজ্যজুৰি শিক্ষা প্ৰতিষ্ঠান, চলচ্চিত্ৰ গৃহ, জিম, চুইমিং পুল আদি ২৯ মাৰ্চ পৰ্যন্ত বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে।

ভাৰতত এতিয়ালৈ ১০০ ৰো অধিক লোক কৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে দুগৰাকী লোকৰ মৃত্যু হৈছে।

Recent News

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা ওভতাৰ সময়তে লুইত কুমাৰ বৰ্মণলৈ GMCৰ জাননী কিয়?

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

IndiGo বিশেষভাৱে সক্ষম শিশুক নিদিলে বিমানত উঠিবলৈ : ইণ্ডিগ’ক পাঁচ লাখ টকাৰ জৰিমনা

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Monkeypox: টমেট’ ফ্লুৰ মাজতে মাঙ্কিপক্সৰ আতংক; কিমান প্ৰস্তুত ভাৰত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd