DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 13, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত ধৰ্মীয় নেতৃবৰ্গৰ লগত শিশু সুৰক্ষা বিষয়ক পৰামৰ্শ সভা

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
June 30, 2019 6:44 am
IMG-20190629-WA0032

শিৱসাগৰত বিভিন্ন ধৰ্মীয় নেতৃবৰ্গৰ সৈতে অনুষ্ঠিত পৰামৰ্শ সভা। ফটো : নৰ্থইষ্ট নাও

2.2k
VIEWS
Share on FacebookShare on Twitter

মহিলা আৰু শিশু সকলৰ সুৰক্ষা আৰু কল্যাণ সুনিশ্চিত কৰাৰ অৰ্থে শনিবাৰে শিৱসাগৰত বিভিন্ন ধৰ্মীয় নেতৃবৰ্গৰ সৈতে দিনজোৰা কাৰ্যসূচীৰে জিলা পৰ্যায়ত এক পৰামৰ্শ সভা অনুষ্ঠিত হয়।

জিলা শিশু আৰু কিশোৰ কোষৰ উদ্যোগত তথা য়ুনিচেফ (UNICEF), অসমৰ সহযোগত স্থানীয় সিদ্ধাৰ্থ হোটেলত অনুষ্ঠিত এই সভাত অংশগ্ৰহণ কৰি জিলা উপায়ুক্ত ডাঃ এচ  লক্ষ্মণনে বিভিন্ন সামাজিক কু-প্ৰথা যেনে বাল্য বিবাহ ৰোধৰ বাবে ধৰ্মীয় নেতাসকলক আগবাঢ়ি অহিবলৈ আহ্বান জনায়।

ধৰ্মীয় নেতাসকলে এই ক্ষেত্ৰত সক্ৰিয় অংশগ্ৰহণ কৰিলে ৰাইজৰ মাজত এই ক্ষেত্ৰত ইতিবাচক আৰু বিপুল প্ৰভাৱ পৰিব বুলিও উপায়ুক্ত গৰাকীয়ে মন্তব্য কৰে।

সুস্থ, প্ৰগতিশীল আৰু সবল সমাজ নিৰ্মাণৰ বাবে মহিলা আৰু শিশু সকলৰ প্ৰাপ্য অধিকাৰ আৰু সুৰক্ষা সুনিশ্চিত কৰাটো অতি প্ৰয়োজন বুলিও উপায়ুক্ত গৰাকীয়ে দৃঢ় মত পোষণ কৰে ।

এই পৰ্যালোচনা সভাত সমাজত মহিলা আৰু শিশুৰ স্থান, তেওঁলোকে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰাজি আৰু এই সমূহৰ ৰোধৰ কাৰ্যপন্থাৰ ওপৰত বিস্তৃতভাবে অলোচনা কৰা হয় ।

উল্লেখ্য যে, National Family Health Survey-4- ৰ সমীক্ষা মৰ্মে শিশুৰ মৃত্যুৰ হাৰ অসমত ৩২.৬ শতাংশ আৰু শিৱসাগৰত ৩০ শতাংশ ।

আজিৰ পৰ্যালোচনা সভাত সহকাৰী আয়ুক্ত তথা জিলা শিশু আৰু কিশোৰ কোষৰ দায়িত্বপ্ৰাপ্ত বিষয়া গৌৰীপ্ৰিয়া দেউৰী, য়ুনিচেফ (UNICEF), অসমৰ Special Behaviour Change Communication (SBCC)-ৰ বিশেষজ্ঞ সুৰেশ ভাই পৰমাৰ আৰু কাৰ্যালয় কাৰ্যনিৰ্বাহক টিউলিপ শইকীয়া চেলেঙ, জিলা শিশু আৰু কিশোৰ কোষৰ জিলা সমন্বয়ক সন্ধানী গগৈ আৰু SBCC ৰ পৰামৰ্শদাতা গীতালী কাকতিৰ লগতে জিলাখনৰ বিভিন্ন ধৰ্মৰ ভালেসংখ্যক নেতৃবৰ্গ উপস্থিত থাকে ।

Recent News

অসমৰ ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীক অতি সোনকালে জনজাতিৰ মৰ্যাদা প্ৰদান কৰক: চুতীয়া যুৱ সন্মিলন

অসমৰ ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীক অতি সোনকালে জনজাতিৰ মৰ্যাদা প্ৰদান কৰক: চুতীয়া যুৱ সন্মিলন

দ্রৌপদী মূৰ্মুৰ প্ৰসংগঃ বিজেপি আৰ এছ এছ যুটিৰ হিন্দু ৰাষ্ট্ৰৰ নতুন সমীকৰণ

দ্রৌপদী মূৰ্মুৰ প্ৰসংগঃ বিজেপি আৰ এছ এছ যুটিৰ হিন্দু ৰাষ্ট্ৰৰ নতুন সমীকৰণ

M S Dhoni: স্বাধীনতা দিৱসৰ পূৰ্বে ধোনীৰ বিশেষ বাৰ্তা; ত্ৰিৰংগাৰে উজলাই তুলিলে নিজৰ ইনষ্টাগ্ৰাম!

M S Dhoni: স্বাধীনতা দিৱসৰ পূৰ্বে ধোনীৰ বিশেষ বাৰ্তা; ত্ৰিৰংগাৰে উজলাই তুলিলে নিজৰ ইনষ্টাগ্ৰাম!

গৃহমন্ত্ৰীৰ বঁটা: কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসে

গৃহমন্ত্ৰীৰ বঁটা: কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd