• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আফগানিস্তানত ছিয়া মুছলমানৰ ওপৰত জঁপিয়াই পৰিছে তালিবান, কিশোৰীসহ ১৩ জনক হত্যা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 25, 2021 3:41 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৈৰাজ্যৰ দেশত পৰিণত হোৱা আফগানিস্তানত এইবাৰ তালিবান সন্ত্ৰাসবাদীয়ে দেশ খনৰ সংখ্যালঘু ছিয়া মুছলমান লোক নিধনযজ্ঞত নামি পৰিছে।

বিগত কিছুদিন ধৰি তালিবান সন্ত্ৰাসবাদীয়ে ছিয়া মুছলমান লোক অধ্যুষিত অঞ্চলত ব্যাপক লুটপাত আৰম্ভ কৰিছে।

তালিবান সন্ত্ৰাসবাদীয়ে ছিয়া মুছলমান লোকক ঘৰৰ পৰা খেদি দিয়াৰ লগতে ছিয়াসকলৰ মাটি আৰু ঘৰ তালিবান সমৰ্থকৰ মাজত বিলাই দিছে।

উল্লেখ্য প্ৰায় ৩ লাখ ৬০ হাজাৰ জনসংখ্যাৰ দেশ আফগানিস্তানৰ ৯ শতাংশ লোক ছিয়া মুছলমান সম্প্ৰদায়ৰ।

Apply Now

মুছলমানসকলৰ মাজত ছিয়া আৰু ছুন্নী মতবাদকলৈ তাহানিৰে পৰা সংঘাত চলি আহিছে।

ছুন্নী সম্প্ৰদায়ৰ লোকৰে গঠিত তালিবানে এতিয়া সুযোগ বুজি আফগানিস্তানৰ ছিয়া লোকসকলৰ ওপৰত জঁপিয়াই পৰিছে।আফগানিস্তানত ছিয়া সম্প্ৰদায়ৰ লোকসকলক হাজাৰ বুলি জনা যায়।

এমনেষ্টি ইণ্টাৰনেছনেলে প্ৰকাশ কৰা মতে তালিবান সন্ত্ৰাসবাদীয়ে শেহতীয়াকৈ ছিয়া সম্প্ৰদায়ৰ ১৩ গৰাকী লোকক হত্যা কৰিছে।

হত্যাৰ বলি হোৱা লোকসকলৰ ভিতৰত এগৰাকী ১৭ বছৰীয়া কিশোৰীও আছে বুলি এমনেষ্টি ইণ্টাৰ নেছনেলৰ সূত্ৰই প্ৰকাশ কৰিছে।

আফগানিস্তানৰ খিদিৰ প্ৰদেশতেই মূলতঃ ছিয়া সম্প্ৰদায়ৰ লোকসকলে বাস কৰে।

যোৱা ৩০ আগষ্টৰ দিনা ৩০০ ৰো অধিক তালিবান সন্ত্ৰাসবাদীয়ে প্ৰদেশ খনত প্ৰৱেশ কৰি ছিয়া সম্প্ৰদায়ৰ লোকসকলৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰে।

প্ৰদেশ খনৰ ছিয়া সম্প্ৰদায়ৰ বহু কেইটা মছজিদত তালিবান সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলোৱাৰ বাতৰি আহিছে।

৮ অক্টোৱৰত ছিয়া লোকৰ মছজিদত তালিবানে আক্ৰমণ চলাই ৪৭ জন লোকক হত্যা কৰিছে।

এনে পৰিস্থিতিত দিশহাৰা হৈ পৰিছে আফগানিস্তানত বাস কৰা ছিয়া সম্প্ৰদায়ৰ লোকসকল।

উল্লেখ্য কিছুদিন পূৰ্বে তালিবানে আফগানিস্তানক ইছলামিক গণৰাজ্য হিচাবে ঘোষণা কৰাৰ লগতে এখন অন্তৰ্ৱতীকালীন চৰকাৰ গঠন কৰাৰ কথা ঘোষণা কৰিছিল।

তাৎপৰ্যপূণ ভাবে উক্ত চৰকাৰৰ মুৰববীৰ দায়িত্ব অৰ্পন কৰা হৈছে ৰাষ্ট্ৰসংঘই ব্লেক লিষ্টেড কৰি থোৱা সন্ত্ৰাসবাদী মোল্লা মহম্মদ হাছান আকন্দক।

অন্তৰ্ৱতীকালীন চৰকাৰ আভ্যন্তৰীণ দপ্তৰৰ মন্ত্ৰী হিচাবে নিযুক্তি দিয়া হৈছে এফবিআই-এ মষ্ট ৱাণ্টেড ঘোষণা কৰা হাক্কানী গ্ৰুপৰ নেতা ছিৰাজুদ্দিন হাক্কানীক।

তালিবানে গঠন কৰি দিয়া অন্তৰ্ৱতীকালীন চৰকাৰ খনত কেইবাজনো মষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী অন্তৰ্ভূক্ত হোৱাৰ বিষয়টোৱে বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

October 11, 2026 6:00 pm
“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

October 11, 2026 5:00 pm
কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

কেন্দ্ৰীয় প্ৰশাসনত বৃহৎ ৰদবদল! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত প্ৰকাশ ৰাজপুৰোহিত, দায়িত্ব পালে বৰ্ণালী ডেকায়ো

October 11, 2026 3:37 pm
“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

জ্ঞানেশ কুমাৰক বচাবলৈ নাগৰিকৰ বিৰুদ্ধে যুদ্ধত নামিছে মোদী-শ্বাহ! বিস্ফোৰক অভিযোগ চিজেপিৰ

October 11, 2026 6:00 pm
“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

“এখন ছবি আঁকিলেও চৰকাৰে ভয় খায় নেকি?” আটক হৈ মুক্তি পোৱাৰ পিছতে প্ৰশ্ন মাৰ্শ্বেল বৰুৱাৰ

October 11, 2026 5:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd