• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰিয় শিক্ষয়িত্ৰীক প্ৰেম নিবেদন কৰি সমাজৰ কটুক্তিৰ বলি হ’ল ছাত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 1, 2023 7:21 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৬ বছৰৰ পিছত নিজৰ প্ৰিয় শিক্ষয়িত্ৰীক লগ পাই প্ৰেম নিবেদন কৰিলে এগৰাকী প্ৰাক্তন ছাত্ৰীয়ে।

এই ঘটনা মিচিগানৰ। ১৬ বছৰ আগতে এখন বিদ্যালয়ত সপ্তম শ্ৰেণীৰ ছাত্ৰী আছিল মণিকা কেচাম নামৰ যুৱতীগৰাকী। সেই বিদ্যালয়তে শিক্ষকৰ্তা কৰা এগৰাকী শিক্ষয়িত্ৰী আছিল। শিক্ষয়িত্ৰীগৰাকীৰ নাম মিচেল ফষ্টাৰ।

Apply Now

সেই সময়ত ক্লাছ ৰুমত দুয়ো দুয়োৰে আছিল প্ৰিয়। বিদ্যালয়ত প্ৰিয় ছাত্ৰী হিচাপে মিচেলৰ মৰম পাইছিল মণিকা কেচামে। আনহাতে মণিকাৰো প্ৰিয় শিক্ষয়িত্ৰী আছিল মিচেল ফাষ্টাৰ।

কিন্তু স্কুল পাছ কৰাৰ পিছত বহু দিন ধৰি কোনো ধৰণৰ যোগাযোগ নাছিল এই দুই গুৰু–শিষ্যৰ মাজত। প্ৰিয় শিক্ষয়িত্ৰীৰ লগত যোগাযোগ নোহোৱাকৈয়ে পাৰ হৈ গ’ল ষোল্লটাকৈ বছৰ।

কিন্তু স্কুল এৰা ষোল্ল বছৰৰ পিছত এদিন হঠাতে ছ’চিয়েল মিডিয়াত নিজৰ প্ৰিয় শিক্ষয়িত্ৰীক বিচাৰি পালে ছাত্ৰীগৰাকীয়ে। দুয়োৰে মাজত পুনৰ আৰম্ভ হ’ল বন্ধুত্বসুলভ কথা–বতৰা। তাৰপিছতেই নিজৰ প্ৰিয় শিক্ষয়িত্ৰী মিচেলক প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ালে প্ৰিয় ছাত্ৰী মণিকাই।

মিচিগানৰ বাসিন্দা ৩১ বছৰীয়া মনিকা কেচাম আৰু ৫৬ বছৰীয়া মিচেলৰ মাজত এইদৰেই আৰম্ভ হ’ল প্ৰেমৰ সম্পৰ্ক। গুৰু–শিষ্য সম্পৰ্কৰ পৰিৱৰ্তন ঘটিল প্ৰেমৰ দিশেৰে।

২০০৪ চনত স্কুলত পঢ়ি থকাৰ সময়ত মিচেল আছিল মণিকাৰ বিজ্ঞানৰ শিক্ষয়িত্ৰী। তেওঁলোকৰ মাজৰ সম্পৰ্ক ৰাজহুৱা কৰি মণিকাই লিখিলে, “মই ক্লাছ চেভেনত পঢ়াৰ পৰাই মিচেল মোৰ প্ৰিয় শিক্ষয়িত্ৰী। আৰু মই আছিলোঁ তেওঁৰ এগৰাকী ঘনিষ্ঠ ছাত্ৰী। তাৰ বাহিৰে আমাৰ মাজত সেই সময়ত আৰু একো নাছিল।”

১৬ বছৰৰ পিছত লাহে লাহে দুয়োজনে নিজৰ অতীত পাহৰি গুৰু–শিষ্যৰ সম্পৰ্ক এৰি ভাল বন্ধু হৈ পৰে। কিছুদিনৰ মূৰত তেওঁলোকে উপলব্ধি কৰে যে এই সম্পৰ্কৰ বন্ধুত্বতকৈও গভীৰলৈ গৈছে। বন্ধু–বান্ধৱ, পৰিয়াল আৰু চিনাকি মানুহৰ উপহাস পোৱাৰ পিছতো ২০২২ চনৰ ছেপ্টেম্বৰ মাহত মনিকাই নিজৰ প্ৰিয় শিক্ষয়িত্ৰীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ায়। আৰু তেৱোঁ সেই প্ৰস্তাৱ গ্ৰহণ কৰে।

সেই ঘটনাৰ পিছৰে পৰা দুয়োকে বিভিন্ন ঠাইত উপহাসৰ সন্মুখীন হৈছে। আনহাতে কোনো কোনোৱে মাক–কন্যা বুলিও ভুল কৰে। মিচেলে কয় যে আমাৰ বয়সৰ পাৰ্থক্যক লৈ মই আৰম্ভণিৰে পৰাই চিন্তিত আছিলো। বিভিন্ন উপদেশ শুনিব লগা হৈছিল। কিন্তু আমি যদি একেলগে থাকিব বিচাৰো তেন্তে আমি এই কথা সহ্য কৰিবই লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

৪৮ ঘণ্টাৰ ভিতৰত বান সাহায্য দিয়ক, নহ’লে গুৱাহাটী অভিমুখে পদযাত্ৰা কৰিব বানাক্ৰান্তই : বৰ্ডিং ফিল্ডত হুংকাৰ অখিল গগৈৰ

August 25, 2026 8:10 pm
প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

প্ৰেমিকাৰ চুমাই নাকটি চিঙিলে প্ৰেমিকৰ : চুমাই প্ৰতি ১.৬১ টকাকৈ মুঠ ৫,৫০০ টকাৰ জৰিমণা ভৰিলে প্ৰেমিকে

August 25, 2026 7:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd