• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ চীনত নতুন ভাইৰাছৰ আতংক! হাস্পতাল-শ্মশানত বাঢ়িছে ভিৰ; দাবী ভাইৰেল ভিডিঅ’ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 3, 2025 2:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাঁচ বছৰৰ আগতে কোভিড-১৯ মহামাৰী আৰম্ভ হোৱাৰ পিছত চীনত পুনৰ নতুন ভাইৰাছৰ প্ৰাদুৰ্ভাৱ! এইবাৰ এই ভাবুকিৰ নাম হিউমেন মেটাপনিউমোভাইৰাছ (HMPV)। সূত্ৰসমূহৰ পৰা জানিব পৰা মতে, এই ভাইৰাছ দ্ৰুতগতিত বিয়পি পৰাৰ ফলত মানুহৰ মাজত ফ্লুৰ দৰে আৰু কোভিড-১৯ৰ দৰে লক্ষণ দেখা দিছে।

অৱশ্যে আশা কৰা মতেই বেইজিঙে এই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই। কিন্তু চীনৰ পৰা বিয়পি পৰা কৰ’না ভাইৰাছৰ স্মৃতি এতিয়াও সমগ্ৰ বিশ্বতে সতেজ হৈ আছে। সেয়ে, আতংক আৰু উৰাবাতৰি দুয়োটা দ্ৰুতগতিত বিয়পি পৰিছে।

Apply Now

ছ’চিয়েল মিডিয়া আৰু বিভিন্ন বাতৰিত দাবী কৰা হৈছে যে চীনত মৃত্যু মিছিল আৰম্ভ হৈছে, যাৰ ফলত চিকিৎসালয় আৰু শ্মশানৰ ওপৰত চাপ পৰিছে। বিভিন্ন ভিডিঅ’ত চিকিৎসালয়সমূহত অতিমাত্ৰা ভিৰ দেখা গৈছে।

ইয়াৰ লগতে ইনফ্লুৱেঞ্জা এ, এইচ এম পি ভি, মাইকোপ্লাজমা নিউমোনিয়া আৰু কোভিড-১৯ মাল্টি ভাইৰাছ সংক্ৰমণ একেলগে বৃদ্ধি পাইছে। চীনে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা বুলিও একাংশ সূত্ৰই দাবী কৰিছে। যদিও আনুষ্ঠানিকভাৱে এতিয়াও জানিব পৰা হোৱা নাই।

চিকিৎসকে কয় যে এইচ এম পি ভিৰ ফলত সাধাৰণতে কৰ’না ভাইৰাছৰ দৰে চৰ্দিৰ নিচিনা লক্ষণ দেখা দিয়ে। অৱশ্যে কিছুমান ক্ষেত্ৰত লক্ষণসমূহ কোভিড-১৯ৰ দৰে ভয়াৱহ হ’ব পাৰে।

ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি চীনৰ ৰোগ নিয়ন্ত্ৰণ কৰ্তৃপক্ষই ইতিমধ্যে নিউমোনিয়াক সংক্ৰামক ৰোগ হিচাপে চিনাক্ত কৰিছে, যাৰ উৎস জানিব পৰা হোৱা নাই। ইয়াৰ বাবে পাইলট নিৰীক্ষণ ব্যৱস্থাও আৰম্ভ কৰা হৈছে। প্ৰাথমিকভাৱে জানিব পৰা মতে, শীতকালত শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি শংকাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

岩屋毅外務大臣の更迭を求めます#岩屋売国大臣の勝手な売国を許さない

中国で呼吸器感染症の「HMPVウイルス」が急増、病院が満員になっている現状
これから中国が旧正月になって中国人
観光客が日本にきて感染拡大したらどうしてくれるんですか?
pic.twitter.com/RKoOuHdXgw

— サキガケ (@nihonpatriot) December 29, 2024

চীনৰ ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কৰ্তৃপক্ষই জনোৱা মতে, লেব আৰু ৰোগ নিয়ন্ত্ৰণ সংস্থাসমূহৰ বাবে বিশেষ প্ৰতিবেদন আৰু পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব।

জনা গৈছে যে ১৬ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰৰ ভিতৰত তীব্ৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ সংখ্যা বৃদ্ধি পায়। বিশেষকৈ ১৪ বছৰৰ তলৰ শিশুৰ মাজত এইচ এম পি ভি সংক্ৰমণ বৃদ্ধি পাইছে। এই ধাৰা চীনৰ উত্তৰ অংশত অধিক লক্ষ্য কৰা হৈছে।

⚠️ BREAKING:

China 🇨🇳 Declares State of Emergency as Epidemic Overwhelms Hospitals and Crematoriums.

Multiple viruses, including Influenza A, HMPV, Mycoplasma pneumoniae, and COVID-19, are spreading rapidly across China. pic.twitter.com/GRV3XYgrYX

— SARS‑CoV‑2 (COVID-19) (@COVID19_disease) January 1, 2025

সেই স্থানত থকা স্বাস্থ্য বিশেষজ্ঞসকলে জনায় যে এইচ এম পি ভিৰ বিৰুদ্ধে মোকাবিলাত এন্টিভাইৰেল ঔষধ ব্যৱহাৰত সাৱধান থাকিব লাগে, কিয়নো এতিয়াও এই ভাইৰাছৰ ভেকচিন নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd