• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুৰ্নীতিৰ বাবেই ৮ বছৰে অসম্পূৰ্ণ হৈ ৰৈছে মহানগৰ জিলা উপায়ুক্তৰ পুৰণি আৱাস গৃহটো সংৰক্ষণৰ কাম

ভৱেশ মেধি by ভৱেশ মেধি
January 11, 2020 4:29 pm
Old DC Bunglo

মহানগৰ জিলা উপায়ুক্তৰ পুৰণি আৱাস গৃহটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহানগৰ জিলা উপায়ুক্তৰ পুৰণি আৱাস গৃহটো সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে হাতত লোৱা কাম যোৱা ৮ বছৰেও সম্পূৰ্ণ কৰিব নোৱাৰিলে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে।

পাণ বজাৰত ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ এটা টিলাত ৮০ বছৰ পূৰ্বেই ব্ৰিটিছে নিৰ্মাণ কৰা এই আৱাস গৃহটোৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে চৰকাৰে পদক্ষেপ লৈছিল।

Apply Now

অসম আৰ্হিৰ এই আৱাসগৃহটো স্বাধীনতাৰ পিছতো উপায়ুক্তৰ আৱাসগৃহ হিচাপে ব্যৱহাৰ কৰা হৈছিল।

পিছত আৱাসগৃহটো ব্যৱহাৰৰ অনুপযোগী হৈ পৰাত জিলা উপায়ুক্ত থকাৰ বাবে ৰাজভৱনৰ ওচৰত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত নতুন আৱাসগৃহ নিৰ্মাণ কৰা হয়।

পুৰণি আৱাস গৃহটো ভালেমান বছৰ ধৰি পৰিত্যক্ত অৱস্থাত থকাৰ পিছত পূৰ্বৰ কংগ্ৰেছ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে এই আৱাসগৃহটো নতুন ৰূপত সজাই ঐতিহ্যকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে পৰিকল্পনা হাতত লয়।

চৰকাৰে ইয়াক বস্ত্ৰ, হস্ততাঁত ঐতিহ্য কেন্দ্ৰ আৰু শৈক্ষিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে মহানগৰ উন্নয়ন প্ৰাধিকৰণক ২০১২-১৩ চনতে দায়িত্ব দিয়ে আৰু তাৰ বাবে মহানগৰ উন্নয়ন প্ৰাধিকৰণক ৭ কোটি ৪৬ লাখ টকাৰ বিত্তীয় অনুমোদনো দিয়ে। অৱশ্যে কাম আৰম্ভ কৰা হয় ২০১৪ চনৰ আৰম্ভণিৰ পৰাহে।

প্ৰথম অৱস্থাত ২০১৫ চনৰ ভিতৰত কাম সম্পূৰ্ণ কৰাৰ সময় নিৰ্ধাৰণ কৰা হৈছিল।

কিন্তু তদানীন্তন কংগ্ৰেছ চৰকাৰে কামখিনিৰ বাবে সময়ত ধন মোকলাই নিদিয়া বাবে পুৰণি আৱাস গৃহটোৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ কাম স্থবিৰ হৈ পৰে।

দুবছৰ এই কাম বন্ধ হৈ থকাৰ পিছত বিজেপি নেতৃত্বাধীন বৰ্তমানৰ চৰকাৰখনে ২০১৭ চনত পুনৰ কাম আৰম্ভ কৰে। কিন্তু “বহ্নিমান” নামেৰে নামকৰণ কৰা পুৰণি আৱাস গৃহটো সংৰক্ষণ আৰু সংবৰ্ধনৰ কাম এতিয়াও ৰহস্যজনকভাবে অসম্পূৰ্ণ হৈ  আছে। আজিলৈকে ইয়াক পৰ্য্যটকৰ বাবে মুকলি কৰিব পৰা নাই।

ইয়াৰ আঁৰত গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণত চলি থকা দুৰ্নীতি আৰু অনিয়মলৈ আঙুলি টোঁৱাইছে একাংশ স্থানীয় বাসিন্দাই।

ভৱেশ মেধি

ভৱেশ মেধি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

September 23, 2026 2:49 pm
দেশ ৰক্ষা কৰা জোৱানৰ নিজৰ ৰাজ্যতেই নাই নিৰাপত্তা! বনভোজৰ পৰা ঘূৰি অহা যুৱকৰ আক্ৰমণত নিহত সেনা জোৱান

দেশ ৰক্ষা কৰা জোৱানৰ নিজৰ ৰাজ্যতেই নাই নিৰাপত্তা! বনভোজৰ পৰা ঘূৰি অহা যুৱকৰ আক্ৰমণত নিহত সেনা জোৱান

September 23, 2026 1:13 pm
নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

নিৰ্বাচন আয়োগৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ উঠিছে প্ৰশ্ন: নিৰ্বাচন আয়োগৰ ভিতৰচ’ৰাত সঁচাকৈয়ে চলিছে নেকি মতানৈক্য?

September 23, 2026 11:52 am
কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

September 23, 2026 10:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

ৰাষ্ট্ৰসংঘৰ মজিয়াত আমেৰিকা আৰু ইৰাণৰ প্ৰতিনিধিৰ মাজত আলোচনা: হৰমুজ প্ৰণালীত বিস্ফোৰণক লৈ তীব্ৰ চাঞ্চল্য

September 23, 2026 2:49 pm
দেশ ৰক্ষা কৰা জোৱানৰ নিজৰ ৰাজ্যতেই নাই নিৰাপত্তা! বনভোজৰ পৰা ঘূৰি অহা যুৱকৰ আক্ৰমণত নিহত সেনা জোৱান

দেশ ৰক্ষা কৰা জোৱানৰ নিজৰ ৰাজ্যতেই নাই নিৰাপত্তা! বনভোজৰ পৰা ঘূৰি অহা যুৱকৰ আক্ৰমণত নিহত সেনা জোৱান

September 23, 2026 1:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd