• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এইবাৰ কৰ’নাত আক্ৰান্ত বলীউদৰ বহু চৰ্চিত প্ৰেমিক যুগল অৰ্জুন-মালাইকা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 7, 2020 8:07 am

1 min read

malaika-arjun

অৰ্জুন কাপুৰ আৰু মালাইকা আৰোৰা।

549
VIEWS
Share on FacebookShare on Twitter

বলীউদত পুনৰ কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাতৰি আহিছে। বিগত কিছুদিন ধৰি বলীউদত নতুনকৈ কৰ’না আক্ৰান্তৰ খৱৰ প্ৰায় পোৱা হোৱা নাছিল।

দেওবাৰে প্ৰথমতে অভিনেতা অৰ্জুন কাপুৰ কৰ’নাত আক্ৰান্ত হোৱাৰ খৱৰ আহে। তেওঁ পুৱাই নিজৰ ইষ্টাগ্ৰাম একাউন্টত কৰ’নাত আক্ৰান্ত হোৱাৰ কথা সদৰী কৰে।

তেওঁ ঘৰতেই হোম কোৱাৰেন্টাইন হৈ থাকিব বুলিও লগতে জানিবলৈ দিয়ে।

আনহাতে, দেওবাৰেই বিয়লি অৰ্জুনৰ প্ৰেমিকা মালাইকা আৰোৰা কৰ’নাত আক্ৰান্ত হোৱাৰ খৱৰ আহে।

মালাইকা পজিটিভ হোৱাৰ খৱৰটো সদৰী কৰে তেওঁৰ ভগ্নী অমিত্ৰা আৰোৰাই।

অমিত্ৰাই জানিবলৈ দি কয়,’’আজি আবেলিয়েই মোৰ ভগ্নী কৰ’নাত আক্ৰান্ত হোৱাৰ খৱৰ পোৱা গৈছে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁ এতিয়া আইছ’লেশ্যনত আছে। তদুপৰি, আমি সকলোৱে সামাজিক দূৰত্ব মানি চলিছো।‘’

উল্লেখ্য যে ইয়াৰ পূৰ্বে বলীউদৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ লগতে তেওঁৰ অভিনেতা-অভিনেত্ৰী পুত্ৰ-বোৱাৰী অভিষেক বচ্চন আৰু ঐশ্বৰ্য বচ্চন তথা নাতিনী আৰাধ্যা কৰ’নাত আক্ৰান্ত হৈছিল।

বৰ্তমান তেওঁলোক আটাইয়ে আৰোগ্য হৈ উঠিছে।

দেশত কৰ’নাৰ সংক্ৰমণ ক্ষিপ্ৰতাৰে বৃদ্ধি পাইছে আৰু এতিয়া সমাজৰ সকলো শ্ৰেণীৰ লোকেই ব্যাপক হাৰত আক্ৰান্ত হ’বলৈ আৰম্ভ কৰিছে।

কৰ’না আক্ৰান্তৰ সংখ্যাৰ ফালৰ পৰা বিশ্বৰ ভিতৰত ভাৰত এতিয়া দ্বিতীয় স্থানত উপনীত হৈছে।

Tags: COVID-19

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd