• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ৰায় মূৰ পাতি লৈছো…’ দিল্লীৰ নিৰ্বাচনত শূন্য হাতে উভতিলেও যুঁজ অব্যাহত ৰখাৰ আশ্বাস ৰাহুলৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 9, 2025 8:25 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শতাংশৰ হিচাপত ভোটৰ হাৰ বৃদ্ধি পালেও শনিবাৰে দিল্লী নিৰ্বাচনী ফলাফলত একাউণ্টে খুলিব নোৱাৰিলে কংগ্ৰেছে। অৱশ্যে কংগ্ৰেছ শিবিৰ এনে পৰিস্থিতিৰ সন্মুখীন হোৱাটো প্ৰথম নহয়। ইয়াৰ ফলত দলটো তিনিবাৰ দিল্লী বিধানসভা নিৰ্বাচনত ‘লাষ্ট বয়’ হিচাপে পৰিগণিত হয়।

কিন্তু ৰাজনৈতিক বিশেষজ্ঞৰ অভিযোগ যে তেওঁলোকে নিজৰ নাক কাটি আম আদমী পাৰ্টিৰ যাত্ৰা ভংগ কৰি বিজেপিৰ বাট মুকলি কৰি দিছে। অৱশ্যে শেষ মুহূৰ্তত টুইট কৰি প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে।

Apply Now

তেওঁ নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰি স্পষ্টকৈ ক’লে, “মই দিল্লীৰ জনসাধাৰণৰ ৰায়ক মূৰ পাতি লৈছো।কংগ্ৰেছ কৰ্মী আৰু দিল্লীৰ সকলো ভোটাৰক আন্তৰিকতাৰে ধন্যবাদ জনাইছো। প্ৰদূষণ, মুদ্ৰাস্ফীতি, দুৰ্নীতি, আৰু সৰ্বোপৰি জনসাধাৰণৰ বিকাশ আৰু তেওঁলোকৰ অধিকাৰ সুৰক্ষাৰ বিৰুদ্ধে আমাৰ যুঁজ অব্যাহত থাকিব।”

এইবাৰ দিল্লীত অনুষ্ঠিত হোৱা ৭০খন বিধানসভা আসনৰ নিৰ্বাচনত কংগ্ৰেছে আম আদমী পাৰ্টিৰ সৈতে হাত মিলোৱা নাছিল। সেইবাবেই কেজৰিৱালে আন দলৰ সমৰ্থনৰ পিছতো ৰাহুল গান্ধীৰ দলৰ সৈতে মিত্ৰতা কৰিবলৈ সন্মত নহ’ল। কিন্তু ফলাফলৰ পিছত ৰাজনৈতিক বিশেষজ্ঞৰ মতে ইয়াৰ ফলত কংগ্ৰেছতকৈ আপে বেছি ক্ষতিগ্ৰস্ত হৈছে।

২৭ বছৰৰ পাছত নৰেন্দ্ৰ মোডীৰ বিজেপি দলে দিল্লীৰ সিংহাসনৰ পৰা আপ চৰকাৰক উৎখাত কৰিলে। সেয়ে দিনটোৰ শেষত লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে কেইটামান শব্দ লিখি নিজৰ লুকাই ৰখা মুখখন বচালে।

दिल्ली का जनादेश हम विनम्रता से स्वीकार करते हैं।

प्रदेश के सभी कांग्रेस कार्यकर्ताओं को उनके समर्पण और सभी मतदाताओं को उनके समर्थन के लिए दिल से धन्यवाद।

प्रदूषण, महंगाई और भ्रष्टाचार के विरुद्ध – दिल्ली की प्रगति और दिल्लीवासियों के अधिकारों की यह लड़ाई जारी रहेगी।

— Rahul Gandhi (@RahulGandhi) February 8, 2025

বিধানসভাৰ ৭০খন আসনৰ ভিতৰত বিজেপিয়ে ৪৮খন আসন লাভ কৰাৰ বিপৰীতে আপে ২২খন আসন লাভ কৰে। কিন্তু কংগ্ৰেছে একাউণ্ট খুলিব নোৱাৰিলেও দিল্লী নিৰ্বাচনত কেজৰিৱাল চৰকাৰক এশিকনি দিলে। দিল্লী এসময়ত কংগ্ৰেছৰ দুৰ্গ আছিল। ১৯৯৮ চনৰ পৰা ২০১৩ চনলৈ একেৰাহে ১৫ বছৰ ৰাজধানী চহৰখনৰ দায়িত্বত আছিল কংগ্ৰেছ। তাৰ পাছত ২০১৩ চনৰ বিধান সভা নিৰ্বাচনৰ পাছত কংগ্ৰেছ শিবিৰৰ পতন হ’বলৈ ধৰে। সেই বছৰতে ২৮খন আসন লাভ কৰি আপে দিল্লীৰ ৰাজনীতিত এক নতুন অধ্যায় আৰম্ভ কৰে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd