• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিল্লীৰ পাছত এইবাৰ বেংগালুৰু! ফ্ৰীজৰ ভিতৰত ৩০ টুকুৰা অৱস্থাত উদ্ধাৰ যুৱতীৰ মৃতদেহ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 21, 2024 8:27 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বেংগালুৰুৰ এটা ফ্লেটৰ ভিতৰত এগৰাকী যুৱতীৰ অংগ বিচ্ছিন্ন মৃতদেহ উদ্ধাৰ। ২৯ বছৰীয়া যুৱতীগৰাকীৰ মৃতদেহ ৩০ টুকুৰা কাটি ফ্ৰীজত থৈ দিয়ে। বাংগালুৰুৰ মালেশ্বৰমত সংঘটিত হৈছে এই ঘটনা। সংবাদ সংস্থা পিটিআইয়ে আৰক্ষীৰ এক সূত্ৰৰ উদ্ধৃতিৰে শনিবাৰে প্ৰকাশ কৰা অনুসৰি যুৱতীগৰাকীৰ শৰীৰৰ অংগসমূহ এটা কোঠাৰ ফ্লেটত উদ্ধাৰ কৰা হৈছে।

শনিবাৰে ঘটনা সন্দৰ্ভত তথ্য লাভ কৰি আৰক্ষীৰ এটা দলে ফ্লেটটোলৈ গৈ মৃতদেহৰ অংগসমূহ উদ্ধাৰ কৰে। আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলো সেই স্থানত উপস্থিত হয়। ফ্লেটটোৰ সন্মুখৰ পথত বেৰিকেড লগোৱা হৈছে। যুৱতীগৰাকীক হত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। আৰক্ষীয়ে প্ৰথমে ধৰি লৈছিল যে প্ৰায় দুসপ্তাহমান আগতে তেওঁক হত্যা কৰা হৈছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ হৈছে। এজন আৰক্ষী বিষয়াই জনোৱা মতে, যুৱতীগৰাকীক চিনাক্ত কৰা সম্ভৱ হৈছে। আৰক্ষীয়ে তেওঁৰ নাম আৰু পৰিচয় জানিব পাৰিলে। কিন্তু তদন্তৰ স্বাৰ্থত সেই সকলো তথ্য এতিয়া প্ৰকাশ হোৱা নাই।

খবৰ, যুৱতীগৰাকীয়ে সেই এক কোঠাৰ ফ্লেটটোত ভাড়াতেই জীৱন নিৰ্বাহ কৰিছিল। তিনিমাহ আগতে সেই ভাড়াঘৰটোলৈ আহিছিল। তেওঁক কেনেকৈ হত্যা কৰা হ’ল, কোনে বা কোনে হত্যা কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। প্ৰথমে মৃতদেহটো হত্যা কৰি তাৰ পিছত অংগ বিচ্ছিন্ন কৰা হৈছে নে আন কিবা সেয়াও আৰক্ষীৰ তদন্তৰ অধীনত আছে। যোৱা কেইদিনমানত ভাড়াতীয়া ফ্লেটটোত কোনে প্ৰৱেশ কৰিছিল সেই সন্দৰ্ভত আৰক্ষীয়ে তথ্য সংগ্ৰহ কৰিছে। স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি আৰক্ষীয়ে যুৱতীগৰাকীৰ চিনাকি এজন আদবয়সীয়া লোকক বিচাৰিছে।

শনিবাৰে বেংগালুৰুত সংঘটিত ঘটনাটোৱে দিল্লীৰ শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডৰ কথা মনত পেলাই দিয়ে। দুবছৰ আগতে ঘটিছিল। ২০ নৱেম্বৰ ২০২২। দিল্লীৰ ছটাৰপুৰৰ সমীপৰ এখন হাবিত কিছুদিন নিৰুদ্দেশ হৈ থকা শ্ৰদ্ধাৰ মৃতদেহ উদ্ধাৰ কৰা হয়। শ্ৰদ্ধাৰ হত্যাৰ অভিযোগ তেওঁৰ ৰুমমেট আফতাব আমিন পুনাৱালাৰ বিৰুদ্ধে। মৃতদেহ উদ্ধাৰ হোৱাৰ ৬ মাহ পূৰ্বে ডেটিং এপত লগ পোৱা এজন সংগীয়ে হত্যা কৰিছিল শ্ৰদ্ধাক। ইয়াৰ পিছত আফতাবে আমেৰিকান ৱেব চিৰিজৰ আলম লৈ শ্ৰদ্ধাৰ শৰীৰটো ৩৫ টুকুৰা কৰি কাটি পেলালে। নতুন ফ্ৰীজ কিনি তাত শৰীৰৰ অংগবোৰ ৰাখিলে। ইয়াৰ পিছত অভিযুক্তই ১৮ দিন ধৰি মেহৰৌলী বনাঞ্চলৰ বিভিন্ন ঠাইত শ্ৰদ্ধাৰ মৃতদেহৰ টুকুৰাবোৰ পেলাই দিয়ে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd