• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিচান চাহিবক অৱমাননা: স্বৰ্ণ মন্দিৰৰ পিছত পঞ্জাৱত পুনৰ এজনক গণপ্ৰহাৰেৰে হত্যা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 19, 2021 6:32 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে শিখধৰ্মীলোকসকলৰ পৱিত্ৰ ধৰ্ম গ্ৰন্থ অপৱিত্ৰ কৰাৰ অভিযোগত এজন লোকক গণপ্ৰহাৰ কৰি হত্যা কৰাৰ ঘটনা ঘটিছিল অমৃতসৰৰ স্বৰ্ণ মন্দিৰত।

সেই ঘটনাৰ পিছত আজি পুনৰ তদ্ৰুপ ঘটনাৰেই পুনৰাবৃত্তি ঘটিল পঞ্জাৱৰে কাপুৰথালাৰ এটা গুৰুদ্বাৰাত।

Apply Now

গুৰুদ্বাৰাটোৰ নিচান চাহিব নষ্ট কৰাৰ অভিযোগত আজি এদল লোকে এজন লোকক মৰিয়াই হত্যা কৰে।

উল্লেখ্য পঞ্জাৱৰ অমৃতসৰৰ স্বৰ্ণমন্দিৰক অপবিত্ৰ কৰাৰ উদ্দেশ্যেৰে পবিত্ৰ ধৰ্মগ্ৰন্থৰ ওপৰত ভৰি ৰখা আৰু পবিত্ৰ কৃপান চুৰি কৰাৰ অভিযোগত উন্মত্ত জনতাৰ প্ৰহাৰত এজন ব্যক্তিৰ মৃত্যু ঘটিছে।

শনিবাৰে স্বৰ্ণমন্দিৰৰ ভিতৰত এটা ধৰ্মীয় অনুষ্ঠান চলি আছিল আৰু তাৰ সম্প্ৰচাৰ কৰা হৈছিল। নিয়ম অনুসৰি তাত শিখসকলৰ ধৰ্মগ্ৰন্থৰ লগতে ধৰ্মীয় সামগ্ৰীসমূহো ৰখা হৈছিল।

তাৰ মাজতে হঠাৎ এজন অচিনাক্ত ব্যক্তিয়ে বেৰিকেড অতিক্ৰমি সংৰক্ষিত স্থানত প্ৰৱেশ কৰে আৰু ধৰ্মগ্ৰন্থৰ ওপৰত ভৰি ৰাখে।

এই ঘটনা দেখাৰ লগে লগে তাত উপস্থিত জনতাই ক্ষুব্ধ হৈ ব্যক্তিজনক কৰায়ত্ত কৰে আৰু উন্মত্ত জনতাই তেওঁক প্ৰহাৰ কৰে। গণ প্ৰহাৰৰ ফলত ব্যক্তিজনৰ মন্দিৰ চৌহদতেই মৃত্যু হয়।

অভিযুক্ত ব্যক্তিজনৰ পৰিচয় জানিব পৰা হোৱা নাই আৰু তেওঁ কি উদ্দেশ্যত এনে কাণ্ড সংঘটিত কৰিলে সেয়াও স্পষ্ট হোৱা নাই।

উক্ত ঘটনাই সমগ্ৰ অমৃতসৰ চহৰজুৰি চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে সম্প্ৰীতি বিনষ্ট কৰাৰ আশংকাই দেখা দিয়ে।

উল্লেখ্য চাৰিদিন পূৰ্বেও স্বৰ্ণমন্দিৰত অনুৰূপ ঘটনা এটা ঘটিছিল। সেই ঘটনাত শিখসকলৰ ধৰ্মগ্ৰন্থ ফালি পানীত পেলাই দিয়া হৈছিল।

পঞ্জাৱৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এনেধৰণৰ ঘটনা ৰাজ্য প্ৰশাসনৰ বাবে প্ৰত্যাহ্বান হৈ উঠিছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd