• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১ এপ্ৰিলৰ পৰা ১৫টা ৰাজহুৱা বেংকহে থাকিব দেশত

এন ই নাও নিউজ by এন ই নাও নিউজ
March 5, 2020 5:29 pm
Police nab three for opening fake SBI branch in Cuddalore, Tamil Nadu

প্ৰতিনিধিত্বমূলক ফটো

7.6k
VIEWS
Share on FacebookShare on Twitter

১৫টা ৰাজহুৱা খণ্ডৰ বেংকহে অহা এক এপ্ৰিলৰ পৰা ভাৰতত থাকিব।

বৰ্তমানৰ ২১টা ৰাজহুৱা খণ্ডৰ বেংকৰ ১০টাক একত্ৰীকৰণেৰে চাৰিটাৰ বৃহৎ বেংকত পৰিণত কৰা হ’ব।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে বুধবাৰে এই বেংক একত্ৰীকৰণৰ সিদ্ধান্তত অনুমোদন জনাইছে:

(ক) অ’ৰিয়েণ্টেল বেংক অৱ কমাৰ্চ আৰু ইউনাইটেড বেংক অৱ ইণ্ডিয়াক পঞ্জাৱ নেচনেল বেংকৰ সৈতে

(খ) ছিণ্ডিকেট বেংকক কানাড়া বেংকৰ সৈতে

(গ) অন্ধ্ৰ বেংক আৰু কৰ্পৰেচন বেংকক ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ সৈতে

(ঘ) এলাহাবাদ বেংকক ইণ্ডিয়ান বেংকৰ সৈতে।

এক এপ্ৰিলৰ পৰা কাৰ্য্যকৰী হ’ব লগা এই সিদ্ধান্তৰ ফলত দেশত ষ্টেট বেংক অৱ ইণ্ডিয়াকে ধৰি সাতটা বৃহৎ ৰাজহুৱা খণ্ডৰ বেংক গঠন হ’ব।

কেৱল এই সাতটা বেংকৰ মুঠ ব্যৱসায় আঠ লাখ কোটি টকাতকৈ অধিক হ’ব।

“এই বৃহৎ একত্ৰীকৰণে বিশ্বজোৰা বেংকৰ সৈতে তুলনা কৰিব পৰা আৰু ভাৰত আৰু বিশ্বত কাৰ্য্যকৰীভাৱে প্ৰতিযোগিতা কৰাত সক্ষম বেংক সৃষ্টি কৰিব,” পি আই বিৰ বিবৃতিত প্ৰকাশ।

বেংক একত্ৰীকৰণ বেংকসমূহৰ মাজত প্ৰতিযোগিতা বঢ়োৱাত সহায়ক হ’ব বুলি উল্লেখ কৰি দেশৰ বিত্ত মন্ত্ৰ্যালয়ে কয় যে ই ভাৰতীয় বেংক ব্যৱস্থাত ধনাত্মক প্ৰভাৱ পেলাব।

বেংক একত্ৰীকৰণৰ পিছতো এছ বি আয়ে দেশৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক হৈ থাকিব। পঞ্জাৱ নেচনেল বেংক হ’ব দ্বিতীয় বৃহৎ ৰাজহুৱা বেংক।

দেশৰ ৰাজহুৱা বেংকসমূহৰ সম্পূৰ্ণ তালিকাৰ বাবে ইয়াত ক্লিক কৰক।

Recent News

ৰাষ্ট্ৰসংঘৰ বিশ্বব্যাপী বহনক্ষম উন্নয়ন লক্ষ্য ৰেংকিঙত প্ৰথমবাৰৰ বাবে শীৰ্ষ ১০০ত স্থান লাভ ভাৰতৰ!

ৰাষ্ট্ৰসংঘৰ বিশ্বব্যাপী বহনক্ষম উন্নয়ন লক্ষ্য ৰেংকিঙত প্ৰথমবাৰৰ বাবে শীৰ্ষ ১০০ত স্থান লাভ ভাৰতৰ!

হৃদৰোগত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ দিলীপ দোশীৰ

হৃদৰোগত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ দিলীপ দোশীৰ

ট্ৰাম্পৰ যুদ্ধবিৰতি চুক্তিৰ দাবী নাকচ ইৰাণৰ! পুনৰ আক্ৰমণ নহ’লে নতুন সংঘাতত লিপ্ত নহয় ইৰাণ

ট্ৰাম্পৰ যুদ্ধবিৰতি চুক্তিৰ দাবী নাকচ ইৰাণৰ! পুনৰ আক্ৰমণ নহ’লে নতুন সংঘাতত লিপ্ত নহয় ইৰাণ

পন্ত-ৰাহুলৰ শতকৰ পিছত ৩১ ৰানতে ৬ টা উইকেটৰ পতন ভাৰতৰ; জয়ৰ বাবে ইংলেণ্ডক লাগে আৰু ৩৫০ ৰান

পন্ত-ৰাহুলৰ শতকৰ পিছত ৩১ ৰানতে ৬ টা উইকেটৰ পতন ভাৰতৰ; জয়ৰ বাবে ইংলেণ্ডক লাগে আৰু ৩৫০ ৰান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd