• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মইনাৰ পিছত এই বাবুলৈ মৰম মুখ্যমন্ত্ৰীৰ : মুকলি কৰা হ’ল নিযুত বাবু আঁচনিৰ আবেদন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 6, 2026 9:10 pm
19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰে স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত অধ্যয়ন কৰি থকা ছাত্ৰসকলৰ বাবে ‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি’ নামৰ এক বিশেষ জলপানী আঁচনি আৰম্ভ কৰিছে। যোৱা ১ জানুৱাৰীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা এই আঁচনিখনৰ বাবে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে মঙলবাৰে সমৰ্থ প’ৰ্টেলৰ জৰিয়তে আবেদন আহ্বান জনাইছে। এই আঁচনিৰ অধীনত স্নাতক মহলাৰ ছাত্ৰসকলে বছৰি ১০ হাজাৰ টকা আৰু স্নাতকোত্তৰ মহলাৰ ছাত্ৰসকলে বছৰি ২০ হাজাৰ টকাকৈ সাহায্য লাভ কৰিব।

আঁচনিখনৰ সুবিধা ল’বলৈ ছাত্ৰজন অসমৰ স্থায়ী বাসিন্দা হোৱাৰ লগতে তেওঁৰ পৰিয়ালৰ বাৰ্ষিক আয় ৪ লাখ টকাতকৈ কম হ’ব লাগিব। কেৱল স্নাতক আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ নিয়মীয়া ছাত্ৰসকলেহে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। অৱশ্যে বিবাহিত স্নাতক ছাত্ৰ, বাণীকান্ত কাকতি মেধা বঁটাৰ স্কুটাৰ লাভ কৰা শিক্ষাৰ্থী আৰু মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ সুবিধা ভোগ কৰা স্নাতকোত্তৰ শিক্ষাৰ্থীসকল এই আঁচনিৰ বাবে যোগ্য নহয়।

Apply Now

উচ্চ শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰসকলক আৰ্থিক সকাহ দিয়া আৰু আধাতে পঢ়া এৰা সমস্যা ৰোধ কৰাই এই আঁচনিৰ মূল লক্ষ্য। চৰকাৰে জানিবলৈ দিয়া মতে, এই সুবিধা লাভ কৰিবলৈ ছাত্ৰসকলে শিক্ষানুষ্ঠানত নিয়মীয়া উপস্থিতিৰ লগতে উন্নত চৰিত্ৰ আৰু শৃংখলাবদ্ধতা বজাই ৰাখিব লাগিব। ৰেগিং বা অনুশাসনহীনতাৰ দৰে ঘটনাত জড়িত থাকিলে সংশ্লিষ্ট ছাত্ৰজনৰ এই সুবিধা কৰ্তন কৰা হ’ব বুলিও চৰকাৰে স্পষ্ট কৰি দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কমনৱেলথ গেমছৰ জুডোত ভাৰতৰ প্ৰথমটো স্বৰ্ণ জয়: ইতিহাস ৰচিলে অস্মিতা দে’য়ে

কমনৱেলথ গেমছৰ জুডোত ভাৰতৰ প্ৰথমটো স্বৰ্ণ জয়: ইতিহাস ৰচিলে অস্মিতা দে’য়ে

August 5, 2026 10:09 am
য়েমেনৰ উপকূলত আক্ৰমণৰ সন্মুখীন হৈ ডুবিল ভাৰতীয় জাহাজ; ১৩ জন ভাৰতীয় নাবিকক সুৰক্ষিতভাৱে উদ্ধাৰ

য়েমেনৰ উপকূলত আক্ৰমণৰ সন্মুখীন হৈ ডুবিল ভাৰতীয় জাহাজ; ১৩ জন ভাৰতীয় নাবিকক সুৰক্ষিতভাৱে উদ্ধাৰ

August 5, 2026 9:08 am
‘ডিজিটেল এৰেষ্ট’ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক নিৰ্দেশনা: বেংকৰ বাবে এছঅ’পি প্ৰস্তুত আৰু ক্ষতিপূৰণৰ নতুন গাঁথনি প্ৰস্তুতৰ নিৰ্দেশ

‘ডিজিটেল এৰেষ্ট’ সংক্ৰান্তত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক নিৰ্দেশনা: বেংকৰ বাবে এছঅ’পি প্ৰস্তুত আৰু ক্ষতিপূৰণৰ নতুন গাঁথনি প্ৰস্তুতৰ নিৰ্দেশ

August 5, 2026 7:54 am
‘এনাৰ্জি ড্ৰিংক’ নামটো বিভ্ৰান্তিকৰ! পানীয়ত কি কি উপাদান থাকিলে ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক, তালিকা প্ৰকাশ এফ এছ এছ এ আইৰ

‘এনাৰ্জি ড্ৰিংক’ নামটো বিভ্ৰান্তিকৰ! পানীয়ত কি কি উপাদান থাকিলে ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক, তালিকা প্ৰকাশ এফ এছ এছ এ আইৰ

August 5, 2026 7:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কমনৱেলথ গেমছৰ জুডোত ভাৰতৰ প্ৰথমটো স্বৰ্ণ জয়: ইতিহাস ৰচিলে অস্মিতা দে’য়ে

কমনৱেলথ গেমছৰ জুডোত ভাৰতৰ প্ৰথমটো স্বৰ্ণ জয়: ইতিহাস ৰচিলে অস্মিতা দে’য়ে

August 5, 2026 10:09 am
য়েমেনৰ উপকূলত আক্ৰমণৰ সন্মুখীন হৈ ডুবিল ভাৰতীয় জাহাজ; ১৩ জন ভাৰতীয় নাবিকক সুৰক্ষিতভাৱে উদ্ধাৰ

য়েমেনৰ উপকূলত আক্ৰমণৰ সন্মুখীন হৈ ডুবিল ভাৰতীয় জাহাজ; ১৩ জন ভাৰতীয় নাবিকক সুৰক্ষিতভাৱে উদ্ধাৰ

August 5, 2026 9:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd