• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

এইবাৰ হনুমানৰ জন্মস্থানতে নিৰ্মাণ হ’ব পৱন পুত্ৰৰ গগনচুম্বী মূৰ্ত্তি, উচ্চতা ২১৫ মিটাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 7, 2020 6:41 pm

1 min read

Hanuman-Murti
457
VIEWS
Share on FacebookShare on Twitter

পুৰাণত বৰ্ণিত কিষ্কিন্ধ্যাই এইবাৰ পুনৰ বিশ্বৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হ’ব।

কিষ্কিন্ধ্যা ক’ত অৱস্থিত?

পৱন পুত্ৰ হনুমানৰ জন্মস্থান কিষ্কিন্ধ্যা দৰাচলতে কৰ্ণাটকত অৱস্থিত।

কৰ্ণাটকৰ কোপ্পাল জিলাৰ বৰ্তমানৰ হাম্পি নামৰ অঞ্চলটোৱেই হ’ল পুৰাণত উল্লেখ থকা কিষ্কিন্ধ্যা।

হনুমানৰ জন্মস্থান এই হাম্পিতেই নিৰ্মাণ কৰা হ’ব বিশ্বৰ সৰ্বোচ্চ হনুমানৰ মূৰ্ত্তিটো।

হনুমানৰ এই মূৰ্ত্তিৰ উচ্চতা হ’ব ২১৫ মিটাৰ।

মূৰ্ত্তিটো নিৰ্মাণ কৰোতে খৰচ পৰিব প্ৰায় ১২০০ কোটি টকা।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে কিছুদিন পূৰ্বে ঘোষণা কৰিছিল যে ৰাজ্য খনৰ বৰহাটা নামৰ গাওঁখনত নিৰ্মাণ কৰা হ’ব ৰামচন্দ্ৰ এটা বিশাল প্ৰতিমূৰ্ত্তি।

ৰামচন্দ্ৰৰ প্ৰতিমূৰ্ত্তিটোৰ উচ্চতা হ’ব ২২১ মিটাৰ। ভগৱানতকৈ যিহেতু ভক্তৰ মূৰ্ত্তি ওখ হ’ব নোৱাৰে সেইবাবেই কৰ্ণাটকৰ হাম্পিত নিৰ্মাণ হ’বলগীয়া হনুমানৰ মূৰ্ত্তিটোৰ উচ্চতা ৬ মিটাৰ কমাই দি ২১৫ মিটাৰ কৰা হৈছে।

হনুমানৰ মূৰ্ত্তি নিৰ্মাণৰ বাবে ইতিমধ্যে গঠন কৰা হৈছে হনুমান জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাস্ট।

এই ট্ৰাস্টেই নিৰ্মাণ কৰিব পৱনপুত্ৰ সুউচ্চ মূৰ্ত্তিটো।

ইয়াৰ বাবে কৰ্ণাটক চৰকাৰে কিছু ধন দিব যদিও বাকী ধন সংগ্ৰহ কৰা হ’ব দেশজুৰি হনুমান ৰথ যাত্ৰা অনুষ্ঠিত কৰি।

মূৰ্ত্তিটো নিৰ্মাণ হৈ উঠোতে প্ৰায় ৬ বছৰ লাগিব।

Recent News

WhatsApp Image 2021-01-24 at 11.18.24 AM

আমষ্টাৰডামত গ্ৰেপ্তাৰ এছিয়াৰ ‘ম’ষ্ট ৱান্টেড ড্ৰাগছ সম্ৰাট’ চে চি লোপ

Story-8-15-1140x570-750x375

দেশত জীৱশ্ৰেষ্ঠৰ বৰ্বৰ কাণ্ড! নাহৰফুটুকী মাৰি মাংস খোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল ৫জন

EsaeaS7VcAArt3Q-1140x570

দুখনকৈ জনসভাত অংশ লৈ আজি বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব অমিত শ্বাহে!

32337043_2010270292557153_5893369135034793984_n-643x375

বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ পৰলোকপ্ৰাপ্তি; শোকস্তব্ধ ভ্ৰাম্যমান জগত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd