DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ভয়াৱহ ব্লেক ফাংগাছৰ পাছত এইবাৰ হোৱাইট ফাংগাছ! ধৰা পৰিল ৪জনকৈ ৰোগী, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 20, 2021 9:12 pm
546
VIEWS
Share on FacebookShare on Twitter

ব্লেক ফাংগাছৰ পাছত এইবাৰ আহিল হোৱাইট ফাংগাছ।

বৃহস্পতিবাৰে খবৰ পোৱা মতে, বিহাৰৰ পাটনাত বৰ্তমানলৈকে ৪ জন ক’ভিড ৰোগীলৈ এই হোৱাইট ফাংগাছ সংক্ৰমিত হৈছে।

একাংশ চিকিৎসকে দাবী কৰা মতে, ব্লেক ফাংগাছতকৈও বিপদজনক হৈ উঠিব পাৰে হোৱাইট ফাংগাছ।

চিকিৎসকসকলে কোৱা মতে, ব্লেক ফাংগাছৰ সংক্ৰমণ কেৱল মুখৰ আশে-পাশেই হয়, কিন্তু হোৱাইট ফাংগাছ অত্যন্ত দ্ৰুত গতিত শৰীৰৰ সকলো অংগত সুঁচৰিব পাৰে।

হাওঁফাওঁ, যকৃৎ, বৃক্ক, যৌনাংগ- সকলো অংগকে ই বাদ নিদিয়ে।

নখৰ মাধ্যমেৰে শৰীৰৰ নানা স্থানত সংক্ৰমিত হয় ই।

সংক্ৰমিত হোৱাৰ পাছত অংগসমূহ বিকল হৈ যাব পাৰে।

অৱশ্যে হোৱাইট ফাংগাছৰ সংক্ৰমণত হোৱা মৃত্যুৰ হাৰ সম্পৰ্কে বৰ্তমানলৈকে স্পষ্টধাৰণা অহা নাই।

কিন্তু বিজ্ঞানীসকলে আশংকা কৰামতে, ব্লেক ফাংগাছতকৈও ই অত্যন্ত বিপদজনক হৈ পৰিব পাৰে।

বিজ্ঞানীসকলৰ মতে, হোৱাইট ফাংগাছত গৰ্ভৱতী মহিলা আৰু শিশু বেছি পৰিমাণে আক্ৰান্ত হ’ব পাৰে।

বৰ্তমান বিজ্ঞানীসকলে এই ফাংগাছবিধ সম্পৰ্কে অধিক গৱেষণা চলাই আছে।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd