DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, March 24, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিশ্বকাপৰ পিছত এইবাৰ অস্কাৰৰ মঞ্চতো দেখা যাব দীপিকা পাডুকনক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 4, 2023 7:55 pm
107
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাৰ ডলবি থিয়েটাৰত আয়োজিত হ’বলগীয়া ৯৫ সংখ্যক অস্কাৰ বঁটাৰ অন্যতম উপস্থাপক হিচাপে নিৰ্বাচিত হৈছে বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকনক।

এই সন্মানীয় বঁটা প্ৰদান অনুষ্ঠানৰ ট্ৰফী প্ৰদান কৰিবলগীয়া উপস্থাপকৰ তালিকা শ্বেয়াৰ কৰি বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে অভিনেত্ৰীগৰাকীয়ে।

এমিলি ব্লাণ্ট, চেমুৱেল এল জেকচন, ট্ৰয় কোটছুৰ, জো ছালডানা, গ্লেন ক্ল’জ, জনাথন মেজৰছ আদি বিশ্বখ্যাত অভিনেতাই এই তালিকাত স্থান লাভ কৰিছে।

উল্লেখ্য যে এছ এছ ৰাজামৌলিৰ তেলেগু ছবি আৰ আৰ আৰৰ গীত নাটু নাটু–ই ২০২৩ চনৰ অস্কাৰ বঁটাত শ্ৰেষ্ঠ মৌলিক গীতৰ শাখাত মনোনীত হৈছে। এই দক্ষিণ ভাৰতীয় গীতটো ৰচনা কৰিছে এম এম কিৰাভানীয়ে। কণ্ঠশিল্পী কালা ভৈৰৱ আৰু ৰাহুল ছিপলিগঞ্জে আগন্তুক অস্কাৰ এৱাৰ্ডত এই গীতটো পৰিবেশন কৰিব।

তদুপৰি শৌনাক সেনৰ পৰিচালনাত নিৰ্মিত অল ডেট ব্ৰিথছ ছবিখনে শ্ৰেষ্ঠ তথ্যচিত্ৰ বৈশিষ্ট্যপূৰ্ণ ছবিৰ শাখাত মনোনীত হোৱাৰ বিপৰীতে কাৰ্তিক গনছালভেছৰ দ্য এলিফেণ্ট হুইপচাৰ্ছক আগন্তুক অস্কাৰত শ্ৰেষ্ঠ তথ্যচিত্ৰ চুটি ছবিৰ শাখাত নিৰ্বাচিত হৈছে।

চলিত বৰ্ষৰ আৰম্ভণিতে কাটাৰত ফিফা বিশ্বকাপ ২০২২ ট্ৰফী উন্মোচন কৰা দেখা গৈছিল অভিনেত্ৰীগৰাকীক।

Recent News

ৰাহুল গান্ধীৰ সাংসদ পদ বাতিলৰ পিছতে কংগ্ৰেছৰ উচ্চস্তৰীয় বৈঠকত ছোনিয়া-প্ৰিয়ংকা

ৰাহুল গান্ধীৰ সাংসদ পদ বাতিলৰ পিছতে কংগ্ৰেছৰ উচ্চস্তৰীয় বৈঠকত ছোনিয়া-প্ৰিয়ংকা

সৰ্বাৰ দিনত সোমাল, হিমন্তৰ দিনত ওলাল :  ৰাকেশ পালে পালে জামিন

সৰ্বাৰ দিনত সোমাল, হিমন্তৰ দিনত ওলাল : ৰাকেশ পালে পালে জামিন

ৰাহুল গান্ধীৰ সাংসদ পদ বাতিল; বিৰোধীৰ একমুখে তীব্ৰ গৰিহণা মোডী চৰকাৰক

ৰাহুল গান্ধীৰ সাংসদ পদ বাতিল; বিৰোধীৰ একমুখে তীব্ৰ গৰিহণা মোডী চৰকাৰক

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজত ক্ষোভ প্ৰকাশ অখিল গগৈৰ

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজত ক্ষোভ প্ৰকাশ অখিল গগৈৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd