• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ব্লেক ফাংগাছ, হোৱাইট ফাংগাছৰ পিছত এইবাৰ দেশত ইয়েলো ফাংগাছৰ ত্ৰাস, এজন আক্ৰান্ত

 এন ই নাও নিউজ by এন ই নাও নিউজ
May 24, 2021 5:35 pm
oronavirus-faq-2feat-1028x579
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’নাতংকই কাবু কৰা দেশত এতিয়া ব্লেক ফাংগাছে বহু লোকৰ প্ৰাণ কাঢ়ি নিছে। ব্লেক ফাংগাছৰ ত্ৰাস চলি থকাৰ মাজতে আকৌ হোৱাইট ফাংগাছেও আন এক সমস্যাৰ সৃষ্টি কৰিছে।

এনে সময়তে ভূতৰ ওপৰত দানহ পৰা দি এইবাৰ ইয়েলো ফাংগাছে চিকিৎসকসকলক চিন্তিত কৰি চোলা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ গাজিয়াবাদত এজন লোকৰ দেহত ধৰা পৰিছে ইয়েলো ফাংগাছ।

Apply Now

এই ফাংগাছ ব্লেক আৰু হোৱাইট ফাংগাছতকৈও বেছি বিপজ্জনক বুলি চিকিৎসকসকলে প্ৰকাশ কৰিছে। ইয়েলো ফাংগাছ হোৱা লোকৰ ভোক কমি যায় আৰু এটা সময়ত একেবাৰে খাব নোৱাৰা হৈ পৰে।

ব্লেক ফাংগাছ, হোৱাইট ফাংগাছৰ পিছত এইবাৰ দেশত এজনৰ দেহত ধৰা পৰিল ইয়েলো ফাংগাছ।

এই ফাংগাছৰো দৰৱ হিচাবে এমফোটেৰিছিন বি বেজী ব্যৱহাৰ কৰিব পাৰি বুলি চিকিৎসকসকলে মন্তব্য কৰিছে। উল্লেখ্য ব্লেক ফাংগাছৰ পাছত দেশত ধৰা পৰিছিল হোৱাইট ফাংগাছ।

বিহাৰৰ পাটনাত বৰ্তমানলৈকে ৪ জন ক’ভিড ৰোগীলৈ এই হোৱাইট ফাংগাছ সংক্ৰমিত হৈছে।

একাংশ চিকিৎসকে দাবী কৰা মতে, ব্লেক ফাংগাছতকৈও বিপদজনক হৈ উঠিব পাৰে হোৱাইট ফাংগাছ। ইয়াৰ মাজতে আকৌ ইয়েলো ফাংগাছৰ সংক্ৰমণে নতুন বিপদ মাতিছে।

চিকিৎসকসকলে কোৱা মতে, ব্লেক ফাংগাছৰ সংক্ৰমণ কেৱল মুখৰ আশে-পাশেই হয়, কিন্তু হোৱাইট ফাংগাছ আৰু ইয়েলো ফাংগাছ সকলো অংগত সোঁচৰিব পাৰে।

হাওঁফাওঁ, যকৃৎ, বৃক্ক, যৌনাংগ- সকলো অংগকে ই বাদ নিদিয়ে।

নখৰ মাধ্যমেৰে শৰীৰৰ নানা স্থানত সংক্ৰমিত হয় ই।

সংক্ৰমিত হোৱাৰ পাছত অংগসমূহ বিকল হৈ যাব পাৰে।

অৱশ্যে হোৱাইট ফাংগাছ আৰু ইয়েলো ফাংগাছৰ সংক্ৰমণত হোৱা মৃত্যুৰ হাৰ সম্পৰ্কে বৰ্তমানলৈকে স্পষ্টধাৰণা অহা নাই।

কিন্তু বিজ্ঞানীসকলে আশংকা কৰামতে, ব্লেক ফাংগাছতকৈও এই
দুবিধ ফাংগাছ অত্যন্ত বিপদজনক হৈ পৰিব পাৰে।
হোৱাইট ফাংগাছত গৰ্ভৱতী মহিলা আৰু শিশু বেছি পৰিমাণে আক্ৰান্ত হ’ব পাৰে।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm
বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd