• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

““কেব”তকৈয়ো ভাবিব লগীয়া কথা বহুত আছে, প্ৰতিবাদেই সমাধান নহয়”, অসম ছাত্ৰ পৰিষদৰ সভাপতি

“ৰাষ্ট্ৰীয় দলৰ উচটনিতে হয়তো কটনিয়ানে এই প্ৰতিবাদ কৰিছে”

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 1, 2019 9:22 pm
ACP Press meet

কটনিয়ানে অগপৰ মুখ্য কাৰ্য্যালয় ঘেৰাও কৰাৰ পাছতেই অসম ছাত্ৰ পৰিষদৰ সভাপতিৰ সংবাদ মাধ্যমক সম্বোধন।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কৌশলী স্থিতি লৈ অহা অগপ নেতৃত্বৰ বিৰুদ্ধে ক্ষুব্ধ হোৱা একাংশ কটনিয়ানে অগপৰ মুখ্য কাৰ্য্যালয় ঘেৰাও কৰি তিনি মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰাৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অগপৰ নতুন ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদে।

অসম ছাত্ৰ পৰিষদৰ ৰাজ্যিক সভাপতি ত্ৰিনয়ন বৰুৱাই অগপৰ তিনিজন নেতাৰ প্ৰতিকৃতি দাহ কৰাটো ‘দুখলগা’ বুলি কোৱাৰ উপৰি ৰাষ্ট্ৰীয় দলৰ উচটনিতে একাংশ কটনিয়ানে এনেদৰে প্ৰতিবাদ কৰে বুলিও মন্তব্য কৰে।

Apply Now

“অগপ ৮৫৫জন চহিদৰ কেঁচা তেজেৰে জন্ম হোৱা এটা দল। কিন্তু ২০-৩০জন ল’ৰা ওলাই আহি এনে এটা দলৰ কাৰ্য্যালয়ৰ সন্মুখতে এইদৰে নেতৃত্বৰ প্ৰতিকৃতি দাহ কৰাটো অতি দুখলগা কথা। ৰাষ্ট্ৰীয় দলৰ উচটনিত হয়তো তেওঁলোকে এনেদৰে প্ৰতিবাদ কৰিছে। কটন বিশ্ববিদ্যালয়ৰ বহু ল’ৰাক চিনি পাওঁ, তেওঁলোক কি স্থিতিত আছে বা দলত আছে। ৰাষ্ট্ৰীয় দলৰ ছত্ৰছায়াত জাতীয়তাবাদৰ ভেটিত গঢ় লৈ উঠা দলক অপমান কৰা হৈছে। সেই অপমান দেখি লজ্জিত হৈছো, দুখ পাইছো”, সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে কয় বৰুৱাই।

তাৎপয্যপূৰ্ণভাৱে, কেবৰ ইচ্ছুক বাদ কৰি অন্যান্য বহু চিন্তা কৰিব লগীয়া বিষয় আছে বুলিও বৰুৱাই মন্তব্য কৰে।

““কেব” ইছ্যুটো কেন্দ্ৰীয় চৰকাৰে ঠিক কৰিব বা সংসদত পাছ হ’ব, এতিয়াও বিল হোৱা নাই। তাতকৈয়ো ভাবিব লগীয়া চিন্তা বহুত আছে। গুৱাহাটী বিশ্ববিদ্যালয়ত তৃতীয় ষান্মষিকৰ ৰাজনৈতিক বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল হ’ল, ছেবাৰ কাণ্ড হৈ থাকে, ছাত্ৰ-ছাত্ৰীৰ সমস্যাৰ এই বিষয়বিলাকতো গুৰুত্ব দিব লাগে”, নৱগঠিত ছাত্ৰ সংগঠনটোৰ সভাপতিজনৰ মন্তব্য।

তেওঁ আৰু কয়, ““কেব”ৰ বিৰুদ্ধে প্ৰতিবাদেই সমাধান হ’ব নোৱাৰে। বিভিন্ন ৰাজনৈতিক আৰু অ-ৰাজনৈতিক দলে বিভিন্ন ধৰণে প্ৰতিবাদ কৰিছিল। প্ৰতিবাদ আমিও কৰিছিলো। অসমৰ গাঁৱে-ভুঞে গৈ প্ৰতিবাদ কৰিছিলো। তিনিচুকীয়া ডিব্ৰুগড়ৰ বিভিন্ন অঞ্চলত নিজেই গৈ “কেব”ৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিলো, তথাপি আঞ্চলিকতাবাদৰ উত্থান আমি দেখা নাই।”

ইপিনে, “কেব”ৰ ক্ষেত্ৰত অগপ দলৰ স্থিতিয়েই তেওঁলোকৰো স্থিতি বুলি বৰুৱাই সদৰী কৰে।

““কেব”ৰ ইছ্যুটো সংসদীয় ইছ্যু, এইটো কৰিছে কেন্দ্ৰীয় চৰকাৰে। অগপ দল পূৰ্বৰ স্থিতিতে আছে, অৰ্থাৎ বিৰোধ কৰি আছে। দলৰ স্থিতিয়েই আমাৰ ছাত্ৰ পৰিষদৰো স্থিতি।”, বৰুৱাই কয়।

সকলোৱে যদি ৰাস্তাই-ঘাটে আন্দোলন কৰি থাকে তেন্তে বৌদ্ধিকভাৱে কোনে ভাবিব বা ছাত্ৰ সমাজক কোনে সুৰক্ষা দিব বুলিও তেওঁ প্ৰশ্ন কৰে।

উল্লেখ কৰিব পাৰি যে, কটন বিশ্ববিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ স্নাতকোত্তৰ তৃতীয় ষান্মসিকৰ ছাত্ৰ ত্ৰিনয়ন বৰুৱাই  কিছু দিন আগলৈকে কটনৰ ছাত্ৰ সমাজক “কেব”ৰ বিৰুদ্ধে হোৱা আন্দোলনত সন্মুখৰ পৰা নেতৃত্ব দিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

October 2, 2026 8:37 am
পিকনিকলৈ গৈ মৰ্মান্তিক পৰিণতি; গা ধুবলৈ নামি সাগৰত উটি গ’ল ৮ গৰাকী কলেজীয়া শিক্ষাৰ্থী

পিকনিকলৈ গৈ মৰ্মান্তিক পৰিণতি; গা ধুবলৈ নামি সাগৰত উটি গ’ল ৮ গৰাকী কলেজীয়া শিক্ষাৰ্থী

October 2, 2026 7:51 am
হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

October 2, 2026 6:45 am
শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ একেটা গ্ৰুপতে ভাৰত-পাকিস্তান-অষ্ট্ৰেলিয়া, লগত আফগানিস্তান

October 2, 2026 8:37 am
পিকনিকলৈ গৈ মৰ্মান্তিক পৰিণতি; গা ধুবলৈ নামি সাগৰত উটি গ’ল ৮ গৰাকী কলেজীয়া শিক্ষাৰ্থী

পিকনিকলৈ গৈ মৰ্মান্তিক পৰিণতি; গা ধুবলৈ নামি সাগৰত উটি গ’ল ৮ গৰাকী কলেজীয়া শিক্ষাৰ্থী

October 2, 2026 7:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd