• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অগপ-কংগ্ৰেছ ‘নচলা’ নোট, জালুকবাৰীত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ হিমন্ত বিশ্বৰ

NE NOW NEWS মৃদুল প্ৰীতম ডেকা
গুৱাহাটী , November 25, 2018 8:36 pm

1 min read

himanta biswa sarma

জালুকবাৰীত দেওবাৰে হিমন্ত বিশ্ব শৰ্মাৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ। ছবি- নৰ্থ ইষ্ট নাও।

587
VIEWS
Share on FacebookShare on Twitter

পঞ্চায়ত নিৰ্বাচনক সন্মুখত ৰাখি দেওবাৰে গুৱাহাটীত আয়োজন কৰা সংবাদমেলৰ পিছতে বিৰোধী কংগ্ৰেছ আৰু মিত্ৰ অগপক ‘নচলা’ নোটৰূপে তীব্ৰ আক্ৰমণেৰে নিজ সমষ্টি জালুকবাৰীত নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

“অগপ আৰু কংগ্ৰেছ দল নচলা নোট। পুৰণি ৫শ এহেজাৰ টকীয়া নোট যিদৰে অচল হ’ল অগপ-কংগ্ৰেছ সেইদৰে এতিয়া নচলা দল,” পদুম ফুলৰ ছবিত ভোট দিয়াৰ আহ্বান জনাই দুয়োটা দলক এই আক্ৰমণ শৰ্মাৰ।

২৫০ টকীয়া বৃদ্ধ পেঞ্চন, অটল অমৃত যোজনা, শুৱালকুছি-পলাশবাৰীৰ মাজৰ দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতিৰে সমষ্টিবাসীৰ ভোট ভিক্ষা কৰিছে মন্ত্ৰীজনে।

লগতে পঢ়ক– অসম গণ পৰিষদৰ নেতৃত্বই অসম চুক্তিৰে ১ কোটি অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব দিছিল : হিমন্ত

সমষ্টিটোৰ শিঙিমাৰী, ৰৌমাৰী, আলিকাষ আৰু পাকৰকোণাত ৪টা নিৰ্বাচনী কাৰ্য্যালয় উদ্বোধন কৰি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে।

দেওবাৰৰ সংবাদমেলত মিত্ৰ অগপক অন্যতম আক্ৰমণৰ লক্ষ্য কৰি লৈছিল বিজেপি মন্ত্ৰীজনে।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd