• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অতুল বৰাৰ অগপই পতা কেন্দ্ৰীয় সাধাৰণ অধিৱেশনত আদালতৰ স্থগিতাদেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 27, 2020 9:58 am
অগপৰ কাৰ্যনিৰ্বাহক সভা। ফাইল ফটো

অগপৰ কাৰ্যনিৰ্বাহক সভা। ফাইল ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ এবাৰ বিতর্কৰ আৱর্তত সোমাই পৰিছে অসম গণ পৰিষদ দল৷ দলটোৰ কেন্দ্ৰীয় সাধাৰণ অধিৱেশনখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কামৰূপ মহানগৰ সত্র ন্যায়াধীশে স্থগিতাদেশ জাৰি কৰিছে৷

আদালতৰ নির্দেশটোত অহা ১৯ নৱেম্বৰপর্যন্ত অধিৱেশন সম্পর্কীয় কোনো সভা-সমিতি অনুষ্ঠিত কৰাৰ ক্ষেত্রত বাধা আৰোপ কৰা হৈছে।

Apply Now

উল্লেখযোগ্য যে অগপৰ মহানগৰ জিলা সমিতিৰ গিৰীন তালুকদাৰ, জিতেন ডেকা আৰু হেমেন দাসে সংবিধান অৱমাননা কৰি অগপই অধিৱেশন অনুষ্ঠিত কৰাৰ বিৰুদ্ধে প্রত্যাহবান জনাই আদালতৰ দ্বাৰস্থ হৈছে৷

ইফালে আদালতৰ স্থগিতাদেশ সন্দৰ্ভত বিধায়ক সত্যব্ৰত কলিতাই কয় যে সংবিধানৰ নীতি-নিয়ম মানি অধিৱেশন অনুষ্ঠিত হ’ব৷

তেওঁ লগতে কয় যে নতুন সংবিধানৰ ধাৰা যিসকলে নাজানে তেওঁলোকে আদালতক বিপথে পৰিচালিত কৰিছে৷ যদি ভুল তথ্যৰে আদালতক বিপথে পৰিচালিত কৰিছে তেন্তে আদালতে বিচাৰ কৰিব।

উল্লেখ্য যে আদালতৰ দ্বাৰস্থ হোৱা জিতেন ডেকা, গিৰীণ তালুকদাৰ, হেমেন লহকৰ নেতৃত্বাধীন গুৱাহাটী মহানগৰ সমিতিখনে নাগৰিকত্ব সংশোধনী আইনখন মুকলিকৈ বিৰুদ্ধাচৰণ কৰা বাবে নিশাৰ ভিতৰতে সমিতিখন ভংগ কৰি এখন নতুন সমিতি গঠন কৰিছিল।

ইফালে জানিব পৰা মতে অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা দুবাৰৰ প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই অভিযোগ কৰা মতে দলে সংবিধান উলংঘন কৰি অধিৱেশন পাতিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ কাষ চাপিছে নেকি জগন মোহন ৰেড্ডী? তেলেংগানা-অন্ধ্ৰৰ ৰাজনীতিত নতুন সমীকৰণৰ ইংগিত  

বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ কাষ চাপিছে নেকি জগন মোহন ৰেড্ডী? তেলেংগানা-অন্ধ্ৰৰ ৰাজনীতিত নতুন সমীকৰণৰ ইংগিত  

October 19, 2026 9:30 pm
পুৰণি ভিডিঅ’ত ফটো লগাই চৰিত্ৰহননৰ চেষ্টা! এবিপি নিউজৰ বিৰুদ্ধে আইনী যুঁজৰ ঘোষণা নেহা সিং ৰাথোৰৰ

পুৰণি ভিডিঅ’ত ফটো লগাই চৰিত্ৰহননৰ চেষ্টা! এবিপি নিউজৰ বিৰুদ্ধে আইনী যুঁজৰ ঘোষণা নেহা সিং ৰাথোৰৰ

October 19, 2026 8:33 pm
পুনৰ জে’ল! চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি

পুনৰ জে’ল! চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি

October 19, 2026 7:23 pm
উৎকোচ গ্ৰহণ কোনো চৰকাৰী কৰ্তব্য নহয়! ঘোচখোৰ বিষয়াৰ বিৰুদ্ধে তদন্ত কৰিবলৈ এতিয়াৰে পৰা নালাগে পূৰ্বানুমতি

উৎকোচ গ্ৰহণ কোনো চৰকাৰী কৰ্তব্য নহয়! ঘোচখোৰ বিষয়াৰ বিৰুদ্ধে তদন্ত কৰিবলৈ এতিয়াৰে পৰা নালাগে পূৰ্বানুমতি

October 19, 2026 6:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ কাষ চাপিছে নেকি জগন মোহন ৰেড্ডী? তেলেংগানা-অন্ধ্ৰৰ ৰাজনীতিত নতুন সমীকৰণৰ ইংগিত  

বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ কাষ চাপিছে নেকি জগন মোহন ৰেড্ডী? তেলেংগানা-অন্ধ্ৰৰ ৰাজনীতিত নতুন সমীকৰণৰ ইংগিত  

October 19, 2026 9:30 pm
পুৰণি ভিডিঅ’ত ফটো লগাই চৰিত্ৰহননৰ চেষ্টা! এবিপি নিউজৰ বিৰুদ্ধে আইনী যুঁজৰ ঘোষণা নেহা সিং ৰাথোৰৰ

পুৰণি ভিডিঅ’ত ফটো লগাই চৰিত্ৰহননৰ চেষ্টা! এবিপি নিউজৰ বিৰুদ্ধে আইনী যুঁজৰ ঘোষণা নেহা সিং ৰাথোৰৰ

October 19, 2026 8:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd