• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০২১ লৈ টঙালি বান্ধি আমবাৰীত অগপৰ ৰণকৌশল; সমষ্টি ভিত্তিক শক্তিশালী আই টি চেল গঠনৰ সিদ্ধান্ত

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
June 3, 2020 1:59 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মিত্ৰ দল বিজেপিৰ  সৈতে আগন্তুক বিধানসভা নিৰ্বাচনত সমানে সমানে ফেৰ মৰাৰ লক্ষ্যৰে সভাপতি অতুল বৰাৰ নেতৃত্বত অসম গণ পৰিষদৰ আমবাৰীস্থিত মুখ্য কাৰ্য্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে অগপৰ কেন্দ্ৰীয় নেতৃত্ব।

বৈঠকত অগপৰ সকলো ভাতৃ-ভগ্নী সংগঠনৰ সৈতে মিলিত হয় কেন্দ্ৰীয় নেতৃত্ব।

Apply Now

অতুল বৰাৰ নেতৃত্বত সামাজিক দূৰত্ব মানি অনুষ্ঠিত হোৱা বৈঠকত ২১ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ পদাংক অনুসৰণ কৰি সমষ্টি ভিত্তিত আই টি চেল গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বিধান সভা নিৰ্বাচনত সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ চলোৱাৰ লক্ষ্যৰে এটা দলীয় শক্তিশালী আই টি চেল গঠন কৰাৰ ওপৰত বিস্তৃতভাৱে চৰ্চা কৰা হয় ৷

মুঠ ৮৫ টা সমষ্টিত গঠন হ’ব এই আই টি চেল।

উল্লেখযোগ্য যে, অগপই আই টি চেল গঠন কৰিবলগীয়া সমষ্টি কেইটা এটা সময়ত অগপৰ দখলত আছিল।

বৈঠকৰ সিদ্ধান্ত মৰ্মে, ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে প্ৰতিটো সমষ্টিত বিষয়ববীয়াৰ লগত মিলিত হ’ব কেন্দ্ৰীয় নেতৃত্ব ৷

প্ৰতিটো সমষ্টিপ আই টি চেলৰ দায়িত্ব এগৰাকী কেন্দ্ৰীয় নেতৃত্বক অৰ্পন কৰা হ’ব বুলিও জানিব পৰা গৈছে।

আনহাতে, আগন্তুক বানপানীৰ সময়ত প্ৰতিটো সমষ্টিতে দলৰ কৰ্মী সকলক ৰাইজক সহায় কৰাৰো আহ্বান জনাই সভাপতি অতুল বৰাই ৷

আজিৰ বৈঠকত উপস্থিত তাকে অগপৰ মহিলা পৰিষদ, যুৱ পৰিষদ, ছাত্ৰ পৰিষদৰ সদস্য সকল ৷

তাৰোপৰি বৈঠকত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ডা:কমলা কলিতা , বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতা,  বিধায়ক সত্যব্ৰত কলিতা, মনোজ শইকীয়াকে আদি কৰি বহু কেইজন শীৰ্ষ নেতৃত্ব উপস্থিত থাকে ৷

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm
শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

October 7, 2026 4:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd