• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চায়তত বিজেপিয়ে ভাল ফলাফল নাপায় : ভোটদান কৰি এই মন্তব্য অগপ সভাপতি অতুল বৰাৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
December 5, 2018 2:44 pm
AGP president Atul Bora

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত বিধানসভা নিৰ্বাচনৰ সময়ত বোকাখাতৰ বাসিন্দা হোৱা অগপ সভাপতি অতুল বৰাই ম’হমাইকী গাঁও পঞ্চায়তৰ ৭৭ নম্বৰ জ্যোতি বিদ্যাপীঠ ভোট কেন্দ্ৰত আজি পুৱা ভোটদান কৰে। পুৱাতেই সাধাৰণ ভোটাৰৰ দৰে শাৰী পাতি অতুল বৰাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰা পৰিলক্ষিত হয়।

ভোটদান কৰি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত বিজেপিয়ে বোকা চটিওৱাৰ ৰাজনীতি কৰাৰ অভিযোগ কৰে অগপৰ সভাপতিজনে। ‘বিজেপিয়ে অসমত প্ৰথমবাৰৰ বাবে পঞ্চায়তত অৱতীৰ্ণ হৈছে ৷ গতিকে বিজেপি দলে পঞ্চায়ত নিৰ্বাচনত কোনো পধ্যে ভাল ফলাফল কৰিব নোৱাৰে’। তেওঁ এইদৰে মন্তব্য কৰে।

Apply Now

বোকাখাতৰ পৰা নিৰ্বাচিত হৈ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কেবিনেট মন্ত্ৰী হোৱা অতুল বৰাৰ বাবে এইবাৰৰ পঞ্চায়ত নিৰ্বাচন এক প্ৰত্যাহ্বান স্বৰূপ। নিজৰ গৃহ সমষ্টিৰ ২০ খন পঞ্চায়ত দখল কৰিব পৰাতো অতুল বৰাৰ বাবে সন্মানৰো বিষয় হৈ পৰিছে ৷

উল্লেখ্য যে বোকাখাত মহকুমাত গাঁও পঞ্চায়তৰ নিৰ্বাচনত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা স্পষ্ট হৈ পৰিছে। ইয়াৰ মাজতে অপৰাধী লোকক দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰি অসম গন পৰিষদ দলে সমষ্টিত সৰ্বসাধাৰণৰো সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷ দলটোৰ এই কাৰ্যই পঞ্চায়ত নিৰ্বাচনত কেনে প্ৰভাৱ পেলাব সেয়া ১২ ডিচেম্বৰত স্পষ্ট হৈ পৰিব।

ইফালে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত বোকাখাতত মহকুমাত কোনো কোনো ৰাজনৈতিক দলে ভোট কিনাৰ বাবে মদ আৰু ব্যাপক হাৰত টকা ব্যৱহাৰ কৰা বুলি জনাইছে সাধাৰণ ৰাইজে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd