• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰফুল্ল মহন্তৰ লগত ‘কা’ বিৰোধী সভা অনুষ্ঠিত কৰাৰ বাবেই ভংগ হ’ল নেকি মহানগৰ জিলা সমিতি?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 8, 2020 8:38 pm
e7904052-e6d1-41b2-a3b4-c1cb109989bb

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী আইনৰ তীব্ৰ বিৰোধিতা কৰা অসম গণ পৰিষদ দলৰ গুৱাহাটী মহানগৰ জিলা সমিতিখন মঙলবাৰে নিশা ভংগ কৰি দিয়ে।

ভংগ কৰিয়েই আজি আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত অতুল বৰাৰ নেতৃত্বত অনুষ্ঠিত এখন বৈঠকত ৰাজেন মেধিক সভাপতি, অতুল বৰ্মনক কাৰ্যকাৰী সভাপতি আৰু ড০ তপন দাস আৰু খনীন বৰাক সম্পাদক হিচাপে লৈ এখন ৩৫ জনীয়া নতুন সমিতি এখন গঠন কৰে।

Apply Now

সাংগঠনিক কাম কাজৰ প্ৰতি কৰা অৱহেলাৰ কথা লক্ষ্য ৰাখি মহানগৰ জিলা সমিতিখন ভংগ কৰা হৈছে বুলি অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কমলা কলিতাই কয়।

প্ৰকৃতাৰ্থত আগৰ সমিতিখনে কালি প্ৰফুল্ল কুমাৰ মহন্ত, বৃন্দাবন গোস্বামী আৰু পবিন্দ্ৰ ডেকাৰ নেতৃত্বত হোৱা কা বিৰোধী মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। তাৰ পাছতে নিশা সমিতিখন ভংগ কৰা বিষয়টোৱে সকলোকে আচম্বিত কৰি তুলিছে।

ইপিনে, কালি লক্ষ্মীৰাম বৰুৱা সদনত অনুষ্ঠিত হোৱা কা বিৰোধী মত বিনিময় অনুষ্ঠানত অসম গণ পৰিষদৰ কেইগৰাকীমান হে উপস্থিত আছিল বুলি দাবী কৰি কলিতাই কয় ‘অগপৰ তৃণমূল কৰ্মী কোনো নাছিল। সভাৰ আহ্বায়ক সকল ছদ্মবেশী।‘

কলিতাৰ মতে ‘কালি সভাত থকা ৯০ শতাংশ ব্যক্তিয়ে অসম গণ পৰিষদৰ পৰা বহিষ্কৃত বা পদত্যাগ কৰা। কিছুসংখ্যকে কাৰ্য্যালয়ে গচকি পোৱা নাই।  নিৰেন শৰ্মা, প্ৰণৱ গোস্বামী বহিষ্কৃত। গুনীন হাজৰিকাই পদত্যাগ কৰিছে। ড০ অস্বীন কুমাৰ মহন্তই অগপৰ পৰা ৭ বাৰ পদত্যাগ কৰিছিল। সভাত উপস্থিত থকা ৩০ জন লোকহে অগপৰ।‘

এয়া অগপৰ উলম্ব বিভাজন বুলি ক’ব নোৱাৰি বুলি কলিতাই কয়।

ইপিনে, কালি কেন্দ্ৰীয় সমিতিৰ পৰা কোনোধৰণৰ অনুমতি নোলোৱাকৈ সভা অনুষ্ঠিত কৰিছিল বুলি অভিযোগ কৰি কলিতাই গোটেই বিষয়টো অনুসন্ধান কৰি প্ৰতিবেদন দিয়া হ’ব বুলি মন্তব্য কৰে।

‘প্ৰতিবেদন লাভ কৰাৰ পাছত দলৰ মজিয়াত আলোচনা কৰা হ’ব আৰু তাৰ পাছত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বা ব্যৱস্থা লোৱা হ’ব।‘

ইপিনে, কালি অগপৰ আমবাৰীস্থিত মুখ্য কাৰ্য্যালয়ত প্ৰফুল্ল কুমাৰ মহন্ত আৰু অন্যান্য কৰ্মীসকলক প্ৰবেশ নিষিদ্ধ কৰি গেটত তলা ওলোমাই ৰখা প্ৰসংগ সাংবাদিকে উত্থাপন কৰাত তেওঁ কয় ‘তেওঁলোকে পূৰ্বেই ভাগৱতী প্ৰসাদ বৰুৱা ভৱনটো ভাড়ালৈ বিচাৰিছিল। এই সভাখন অনুষ্ঠিত কৰিবৰ বাবে কেন্দ্ৰীয়  সমিতিৰ অনুমতি লোৱা নাছিল।‘

ইপিনে, প্ৰফুল্ল কুমাৰ মহন্তকে ধৰি অগপৰ তিনিজন বিধায়কে ৰাইজক বিভ্ৰান্ত কৰিছে বুলি দাবী কৰি তেওঁ কয় ‘তিনিওজন বিধায়কৰ কৰ্তৃত্ব নাই আমাক সময়সীমা বান্ধি দিবলৈ। আমাৰ সময়সীমা বান্ধি দিবৰ বাবে সাধাৰণ পৰিষদৰহে কৰ্তৃত্ব আছে।‘

‘মহন্তই কোনটো গণতান্ত্ৰিক কাম কৰিছে যে কোনো অনুমতি নলৈ সভা অনুষ্ঠিত কৰিব পাৰিলে।‘ মহন্তক প্ৰত্যাহ্বান জনাই কলিতাই এইদৰে কয়।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd