• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হোজাইত জনজাতীয় লোকৰ পথাৰ গুচি বহিছে লোহাৰ উদ্যোগ, প্ৰতিবাদ কৃষক মুক্তিৰ

নিখিল মুন্দ্ৰা by নিখিল মুন্দ্ৰা
September 20, 2018 8:39 pm
হোজাইত কৃষক মুক্তিৰ প্ৰতিবাদ। ছবি- নৰ্থ ইষ্ট নাও।

হোজাইত কৃষক মুক্তিৰ প্ৰতিবাদ। ছবি- নৰ্থ ইষ্ট নাও।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হোজাই জিলাৰ ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত মূলতঃ জনজাতীয় খেতিয়কৰ পথাৰ চাংমাজি পথাৰত ব্যৱসায়ীয়ে ‘অবৈধভাৱে’ উদ্যোগ স্থাপন কৰি বিনষ্ট কৰাৰ প্ৰতিবাদত বৃহস্পতিবাৰে এম এম নামৰ লোহা উদ্যোগটো ঘেৰাও কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

‘জনজাতীয় মূলৰ কৃষকসকলৰ কৃষিভূমি বিনষ্ট কৰি অনা-অসমীয়া বনিয়াই শিলৰ মেচিন, চিমেণ্ট ফেক্টৰি, লোহা কাৰখানা আদি স্থাপন কৰিছে’, বুলি অভিযোগ তুলি সংগঠনটোৰ ডবকা আঞ্চলিকে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ দাবীৰে উপায়ুক্তলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে।

Apply Now

‘২০১৪ চনৰ ১২ আগষ্টত অসম চৰকাৰে দিয়া নিৰ্দেশনাত কৃষিক্ষেত্ৰৰ অন্য ক্ষেত্ৰলৈ পৰিৱৰ্তন বন্ধ ৰখাৰ পিছতো ডবকা ৰাজহ চক্ৰ কাৰ্যালয়ে কিদৰে জনৈক মনীষ আগৰৱালাৰ মালিকানাধীন এম এম নামৰ লোহা উদ্যোগটোক ভূমি হস্তান্তৰ কৰিলে,’ ডবকা ৰাজহ চক্ৰৰ কাম-কাজক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰি এই মন্তব্য সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ৰাজু বৰাৰ।

চাংমাজি পথাৰৰ ২১৫ পট্টাৰ ২৬৩ দাগত সাত বিঘা পাঁচ লেচা মাটি অনা-অসমীয়া বনিয়াজনে বেলেগ লোকৰ নামত ক্ৰয় কৰা বুলিও অভিযোগ কৰে কৃষক মুক্তিৰ সভাপতিজনে।

আনহাতে প্ৰতিবাদত উপস্থিত গণমুক্তি সংগ্ৰাম, অসমৰ আহ্বায়ক বেদান্ত লস্কৰে লোহা উদ্যোগটোৰ কাম-কাজ ‘বন্ধ ৰখাৰ হুমকি’ দিয়াৰ লগতে ‘কৃষি ভূমিক কেনেকৈ উদ্যোগ ভূমিলৈ পৰিৱৰ্তন কৰা হ’ল ১৫ দিনৰ ভিতৰত ৰাজহ বিভাগে ষ্পষ্ট কৰিব লাগে’ বুলি দাবী তোলে।

প্ৰতিবাদত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাওঁ জিলাৰ সভাপতি খগেন গায়ন, যুটীয়া সম্পাদক নীলমণি শইকীয়াকে ধৰি হোজাই জিলা সমিতিৰ বহুকেইজন বিষয়ববীয়া উপস্থিত আছিল।

নিখিল মুন্দ্ৰা

নিখিল মুন্দ্ৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd