DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, March 24, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতত ট্ৰেক্টৰ চলাই কঠিয়া সিঁচিলে কৃষিমন্ত্ৰী অতুল বৰাই 

উত্তম শইকীয়া by উত্তম শইকীয়া
June 27, 2021 3:34 pm
dog

*

253
VIEWS
Share on FacebookShare on Twitter

বানাক্ৰান্ত কৃষকৰ সহায় হোৱাকৈ সময়ত কঠিয়া যোগান দিবৰ বাবে আজি বোকাখাতৰ পানবাৰী নিগমৰ মাটিত কঠিয়া সিঁচে কৃষি মন্ত্ৰী অতুল বৰাই ৷

নিজেই ট্ৰেক্টৰ চলাই হালবায় কঠিয়া সিঁচে মন্ত্ৰী গৰাকীয়ে ৷

দুৰ্যোগ প্ৰশমন বিভাগ আৰু বোকাখাত মহকুমা কৃষি বিভাগৰ উদ্যোগত বোকাখাতৰ পানবাৰী কৃষি পাম নিগমৰ ১৫০ বিঘা মাটিত আজি কঠিয়া সিঁচাৰ কাৰ্যসূচী আয়োজিত কৰে ৷

অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰাই বন্তি প্ৰজ্বলন কৰি ফিটা কাটি কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ উপৰিও নিজে ট্ৰেক্টৰ চলাই কঠিয়া সিঁচি অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷

কৃষি বিভাগৰ দ্বাৰা আয়োজিত এই কঠিয়া বানাক্ৰান্ত কৃষকৰ মাজত সময়ত বিনামূলীয়াকৈ বিতৰণ কৰা হ’ব বুলি মন্ত্ৰী অতুল বৰাই জনায় ৷

অসম চৰকাৰৰ কমিউনিটি নাৰ্চাৰী আঁচনিৰ অধীনত বোকাখাত সমষ্টিৰ পানবাৰী, ৰৌদুৱাৰ পথাৰ আৰু মহকুমাধিপতিৰ কাৰ্যালয় চৌহদক সামৰি মুঠ ৪০ হেক্টৰ মাটিত ৰঞ্জিত চাব ৱান আৰু বাহুদুৰ চাব ৱান প্ৰজাতিৰ কঠিয়া সিঁচা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে ৷

Recent News

“শূৰ্পনাখা মন্তব্য!” পাঁচ বছৰৰ পিছত মোডীৰ বিৰুদ্ধে মানহানি গোচৰ কংগ্ৰেছ নেতা ৰেণুকা চৌধুৰীৰ

“শূৰ্পনাখা মন্তব্য!” পাঁচ বছৰৰ পিছত মোডীৰ বিৰুদ্ধে মানহানি গোচৰ কংগ্ৰেছ নেতা ৰেণুকা চৌধুৰীৰ

opposition parties goes Supreme Court

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহৰ অপব্যৱহাৰ: চৰকাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ ১৪ টা বিৰোধী দল

Salman Khan

ব্ৰিটেইনৰ পৰা আহিছিল ছলমাল খানক হত্যাৰ ভাবুকিৰ মেইল! মেইলৰ সৈতে সংলগ্ন ব্ৰিটেইনৰ ফোন নম্বৰ

Rahul Gandhi At Cambridge

ৰাহুল গান্ধীৰ কেম্ব্ৰিজ ভাষণ: বিজেপি নেতাৰ আবেদন খাৰিজ আদালতৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd