• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোলাঘাটত কৃষি মন্ত্ৰী অতুল বৰাৰ ঘোষণা ;কৃষি বিভাগৰ দুৰ্নীতি আঁতৰাই সংস্কাৰ সাধন কৰা হ’ব

মীনাক্ষী ফুকন,গোলাঘাট by মীনাক্ষী ফুকন,গোলাঘাট
September 19, 2021 6:14 pm
185
VIEWS
Share on FacebookShare on Twitter

কৃষি বিভাগৰ পূৰ্বৰ দুৰ্নীতি আঁতৰাই এক নতুন সংস্কাৰ ঘটাইছে কৃষি মন্ত্ৰী অতুল বৰাই ।

আজি গোলাঘাটত এই কথা ঘোষণা কৰি কৃষি মন্ত্ৰী জনে কয় যে অসমৰ মানুহে কেৱল ধানৰ খেতি কৰিবহে জানে পশুপালনৰ ক্ষেত্ৰত অসমৰ ৰাইজৰ বিশেষ আগ্ৰহ নাই যাৰ বাবে কৃষি বিভাগে কৰিব পৰা নাই উন্নতি ।

ৰাজ্যত কৰ্ম সংস্কৃতিৰ গঢ় দিয়া ক্ষেত্ৰত বিশেষ ভূমিকা নলয় অসমীয়াই যাৰ বাবে ৰাজ্যৰ কৃষি খণ্ডক উন্নয়নৰ গতি এতিয়াও তৰান্বিত হোৱা নাই ।

নাজিৰাত প্ৰস্তাৱিত গাহৰি ফাৰ্মৰ জৰিয়তে ৰাজ্যবাসীক পশুপালনৰ লগতে কৃষিৰ প্ৰতিও আগ্ৰহী কৰি তুলিব কৃষি বিভাগে ।
লগতে ৰাজ্যৰ আগন্তুক হবলগীয়া উপ -নিৰ্বাচনত বিজেপিক অগপ ই বিশেষ বাবে সহযোগিতা আগবঢ়াব বুলিও উল্লেখ কৰে।

গোলাঘাটত অসম যুৱ পৰিষদ ,গোলাঘাট জিলা পৰিষদৰ প্ৰতিনিধি সভাত অংশ লৈ এনেদৰে মন্তব্য আগবঢ়ালে অগপ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাই ।

এই প্ৰতিনিধি সভাতে অগপ সভাপতি অতুল বৰা সন্মুখত প্ৰাক্তন আছু,অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ, টাই আহোম ছাত্র সন্থা ,চাহ জনজাতি ছাত্র সন্থা আৰু এন.এছ.ইউ. আইৰ প্ৰায় ২ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অসম যুৱ পৰিষদ আৰু অসম ছাত্র পৰিষদত যোগদান কৰে ।

অগপ সভাপতি অতুল বৰাই ছাত্ৰ কৰ্মী সকলক আদৰণি জনাই অগপ দলটো অধিক শক্তিশালী কৰিবলৈ আহ্বান জনায় ।

Recent News

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd