• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দেশৰ কৃষি মন্ত্ৰীৰ আঠ পৃষ্ঠাৰ এখন চিঠি, আন্দোলনকাৰী কৃষকক আঠটা প্ৰতিশ্ৰুতি

এন ই নাও নিউজ by এন ই নাও নিউজ
December 18, 2020 10:42 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন কৃষি আইনৰ বিৰুদ্ধে চলি থকা তীব্ৰ প্ৰতিবাদৰ মাজতেই কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে দেশৰ কৃষক সকলক উদ্দেশ্য কৰি এখন পত্ৰ লিখিছে।

আঠ পৃষ্ঠাজোৰা পত্ৰখনত কৃষি মন্ত্ৰী গৰাকীয়ে কৃষকসকলক আঠটা প্ৰতিশ্ৰুতি দিয়ে।

Apply Now

চিঠিখনত তেওঁ নূন্যতম সমৰ্থন দামক(এম এছ পি)লৈ কেন্দ্ৰীয় চৰকাৰে কৃষকক লিখিত প্ৰতিশ্ৰুতি দিবলৈ সাজু আছে বুলি উল্লেখ কৰে।

তেওঁ লগতে নূন্যতম সমৰ্থন দাম অব্যাহত আছে আৰু অব্যাহত থাকিব বুলিও স্পষ্ট কৰি দিয়ে।

আনহাতে মন্ত্ৰী গৰাকীয়ে ৰাজনীতিৰ স্বাৰ্থত একাংশ লোকে কৃষকসকলৰ মাজত ভুল তথ্য আগবঢ়াইছে বুলিও উল্লেখ কৰে।

কৃষি মন্ত্ৰীৰ এই চিঠিক কেন্দ্ৰ কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা টুইট কৰা পৰিলক্ষিত হয়।

কৃষি মন্ত্ৰীয়ে লিখা এই চিঠিখন দেশৰ সকলো অন্ন দাতাকেই পঢ়িবলৈ বিনম্ৰতাৰে অনুৰোধ জনাই প্ৰধান মন্ত্ৰী মোদীয়ে।

ইয়াৰ উপৰি মোদীয়ে দেশৰ প্ৰতিজন লোকৰ ওচৰলৈ এই চিঠিখন লৈ যাবলৈ দেশবাসীক আহ্বান জনায়।

চিঠিখনত লিখা আছে, ‘প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমাৰ চৰকাৰে কোনো ভেদাভেদ নোহোৱাকৈ সকলো পৰ্যায়ৰ লোকৰ হিত সাধনৰ লক্ষ্যৰে কাম কৰিছে। যোৱা ছয় বছৰৰ ইতিহাস ইয়াৰ সাক্ষী’।

লগতে কৃষকসকলক এই নতুন আইন কেইখনৰ ওপৰত বিশ্বাস ৰাখিবলৈ অনুৰোধ কৰিছে আৰু এই আইন কেইখনে কৃষি ক্ষেত্ৰত আমূল পৰিৱৰ্তন সাধন কৰিব বুলি কয়।

উল্লেখ্য যে চৰকাৰী পক্ষ আৰু আন্দোলনকাৰী কৃষকসকলৰ মাজত আলোচনা স্তব্ধ হৈ পৰাৰ পিছতেই কৃষি মন্ত্ৰীগৰাকীয়ে এই আঠ পৃষ্ঠাজোৰা চিঠিখন লিখি কৃষকসকলক পতিয়ন নিয়াৰ প্ৰয়াস কৰিছে।

চিঠিখনত উল্লেখ কৰা কেইটামান বিশেষ কথা

১. কৃষকৰ ভূমিৰ শংকা নাই, তেওঁলোকৰ মালিকীস্বত্ব থাকিব।

২. কৃষকসকলক নিৰ্ধাৰিত সময়ত প্ৰাপ্য পৰিশোধ কৰা হ’ব

৩. প্ৰাপ্য পৰিশোধ নকৰিলে জৰিমনা বিহা হ’ব

৪. মুকলি বজাৰত উৎপাদিত সামগ্ৰী ভাল মূল্যত বিক্ৰী কৰাৰ বিকল্প লাভ কৰিব

৫. নূন্যতম সমৰ্থন দাম অব্যাহত আছে আৰু অব্যাহত থাকিব

৬. চুক্তি শস্যৰ বাবেহে হ’ব, ভূমিৰ বাবে নহয়, কৃষকসকলে যেতিয়াই বিচাৰে চুক্তি বাতিল কৰিব পাৰে।

৭. একাংশই কৃষি আইনক লৈ বিভ্ৰান্তি বিয়পাইছে।

কৃষি মন্ত্ৰী গৰাকীয়ে লগতে কয় যে যোৱা কিছুদিনত মই বিভিন্ন ৰাজ্যৰ কৃষি সংগঠন সমূহৰ সৈতে এই বিষয়ত আলোচনা কৰিছো আৰু তেওঁলোকে নতুন কৃষি আইন কেইখনক লৈ যথেষ্ট সন্তুষ্ট।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm
বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

October 6, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd