• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰপেটাৰ আতচবাজী উদ্যোগত ভয়াৱহ অগ্নিকাণ্ড; গুৰুতৰভাৱে আহত ১২গৰাকী শ্ৰমিক

পুলেন্দ্র দাস by পুলেন্দ্র দাস
October 22, 2019 6:29 am
WhatsApp Image 2019-10-21 at 8.32.27 PM(1)

ফটো: নৰ্থইষ্ট নাও

7.9k
VIEWS
Share on FacebookShare on Twitter

পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত বৰপেটাৰ আতচবাজী উদ্যোগত সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা।

আতচবাজী প্ৰস্তুত কৰি থকা অৱস্থাতে সোমবাৰে বিয়লি সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ৷

দীপ পাঠক মালিকানাধীন “বৰপেটা আতচবাজী উদ্যোগ”ত সংঘটিত এই অগ্নিকাণ্ডত প্ৰায় ১২ জনকৈ শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷

দীপ পাঠকৰ ঘৰৰ পিচফালে একাংশ শ্ৰমিকে কাম কৰি থকা অৱস্থাতে এই ভয়াৱহ ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে ৷

WhatsApp Image 2019-10-21 at 8.32.27 PM
ফটো: নৰ্থইষ্ট নাও

অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে অঞ্চলটোত হুৱা দুৱা লাগে ৷ পাছত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপিত কৰে৷

আঘাতপ্ৰাপ্ত সকলক লগে লগে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় ৷

আঘাতপ্ৰাপ্ত মুঠ ১২গৰাকী শ্ৰমিকৰ ভিতৰত দুগৰাকী মহিলা শ্ৰমিকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷

আহত সকলৰ মাজত দুজন কিশোৰো থকা বুলি জানিব পৰা গৈছে ৷

উদ্যোগটোৰ স্বত্বাধিকাৰীৰ পৰা জানিব পৰা মতে, আতচবাজী প্ৰস্তুতৰ বাবে উৰালত কেঁচামাল খুন্দি থকা অৱস্থাত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷

উল্লেখ্য যে, অগ্নিকাণ্ড সংঘটিত হোৱা বৰপেটা আতচবাজী উদ্যোগৰ ওচৰতে মনি চুনা আতচবাজী উদ্যোগ আৰু অসম ফায়াৰ ৱৰ্কচ নামৰ আতচবাজী উদ্যোগ আছে যদিও সৌভাগ্যক্ৰমে এই দুটা উদ্যোগ ৰক্ষা পৰে ৷

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd